অসমীয়া বিভাগ,কানৈ মহাবিদ্যালয়

  • Home
  • অসমীয়া বিভাগ,কানৈ মহাবিদ্যালয়

অসমীয়া বিভাগ,কানৈ মহাবিদ্যালয় এই পেইজটো অসমীয়া বিভাগৰ সকলোকে এক গোট কৰিবৰ উদ্দেশ্য কৰি মুকলি কৰা হৈছে।

আগ্ৰহী সকলৰ বাবে
23/07/2026

আগ্ৰহী সকলৰ বাবে

ডি হ সু কানৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা "একবিংশ শতিকা: সাহিত্য, সমাজ, সংস্কৃতিৰ নতুন দিগবলয়" শীৰ্ষক এখনি গ্ৰন্থ উন্ম...
04/03/2026

ডি হ সু কানৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা "একবিংশ শতিকা: সাহিত্য, সমাজ, সংস্কৃতিৰ নতুন দিগবলয়" শীৰ্ষক এখনি গ্ৰন্থ উন্মোচন কৰা হয়।

ডি হ সু কানৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত ৬ আৰু ৭ ফেব্ৰুুৱাৰী২০২৬ তাৰিখে "ড. ভূপেন হাজৰিকা: জাতীয়তাবাদ আৰু বৃহত্তৰ...
04/03/2026

ডি হ সু কানৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত ৬ আৰু ৭ ফেব্ৰুুৱাৰী২০২৬ তাৰিখে "ড. ভূপেন হাজৰিকা: জাতীয়তাবাদ আৰু বৃহত্তৰ মানৱতা" শীৰ্ষক এখনি আন্তৰাষ্ট্ৰীয় আলোচনা সত্ৰ অনুষ্ঠিত হৈ যায়। এই আলোচনা সত্ৰখনিত দেশ বিদেশৰ ২০০ জনতকৈও অধিক গৱেষকে গৱেষণা পত্ৰ পাঠ কৰে। কানাডা, জাৰ্মেনী আৰু আমেৰিকা, দিল্লী তথা অসমৰ বিভিন্ন প্ৰান্তৰপৰা সমল ব্যক্তি ৰূপে অংশগ্ৰহণ কৰে।আলোচনা সত্ৰৰ সমান্তৰাল ভাবে মৰাণৰ উমানন্দ দুৱৰাৰ পুৰণি গ্ৰামফ'ন ৰেকৰ্ড সংগ্ৰাহলায়ৰ পৰা ভূপেন হাজৰিকাৰ ৫০০ তকৈও অধিক গ্ৰামফ'ন ৰেকৰ্ডৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়। সন্ধিয়া ৫ বজাত প্ৰতিধ্বনি শুনো শীৰ্ষক এখনি বণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়।

সদ্যঘোষিত নেট পৰীক্ষাত উত্তীৰ্ণ হোৱা ডি হ সু কানৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ ৰণ্টু গগৈ আৰু জাহ্নৱী গগৈলৈ অভিনন্দন।
07/02/2026

সদ্যঘোষিত নেট পৰীক্ষাত উত্তীৰ্ণ হোৱা ডি হ সু কানৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ ৰণ্টু গগৈ আৰু জাহ্নৱী গগৈলৈ অভিনন্দন।

01/11/2025
01/11/2025

Address

Dibrugarh

Website

Alerts

Be the first to know and let us send you an email when অসমীয়া বিভাগ,কানৈ মহাবিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Want your university to be the top-listed University?

Share