Kenduguri ITI, Jorhat

Call Website Contact the university

Kenduguri ITI, Jorhat The KENDUGURI ITI , a unit of CENTRAL ENGINEERING INSTITUTE OF TECHNOLOGY, is a Jorhat based Institution running courses under NCVT,Govt of India.

🌿 কৰম পূজাৰ আন্তৰিক শুভেচ্ছা 🌿ঐক্য, সংস্কৃতি আৰু প্ৰকৃতিৰ এই পৱিত্ৰ উৎসৱে সকলোৰে জীৱনলৈ সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই...
22/09/2026

🌿 কৰম পূজাৰ আন্তৰিক শুভেচ্ছা 🌿
ঐক্য, সংস্কৃতি আৰু প্ৰকৃতিৰ এই পৱিত্ৰ উৎসৱে সকলোৰে জীৱনলৈ সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক। 🙏✨
— কেন্দুগুৰী আই.টি.আই.

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথিত শ্ৰদ্ধাৰে প্ৰণিপাত জনালোঁ। 🙏তেওঁৰ ভক্তি, জ্ঞান, মানৱতা আৰু একতাৰ মহ...
21/09/2026

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথিত শ্ৰদ্ধাৰে প্ৰণিপাত জনালোঁ। 🙏

তেওঁৰ ভক্তি, জ্ঞান, মানৱতা আৰু একতাৰ মহান আদৰ্শই আমাৰ সমাজক সদায় আলোকিত কৰি যাওক।

জয় গুৰু শংকৰ🙏✨

#শংকৰদেৱ #আবিৰ্ভাৱতিথি #গুৰুশংকৰ #অসমীয়া_সংস্কৃতি #অসম

অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ স্মৃতিত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁৰ অমৰ সৃষ্টি আৰু সুৰে আমাৰ হৃদয়ত সদায় জীয়া...
19/09/2026

অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ স্মৃতিত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁৰ অমৰ সৃষ্টি আৰু সুৰে আমাৰ হৃদয়ত সদায় জীয়াই থাকিব। 🕯️🙏

ॐ गं गणपतये नमः ॥ 🙏May Lord Ganesha remove every obstacle, bless every beginning, and fill our lives with wisdom, peace,...
14/09/2026

ॐ गं गणपतये नमः ॥ 🙏
May Lord Ganesha remove every obstacle, bless every beginning, and fill our lives with wisdom, peace, and prosperity. 🌺✨
Happy Ganesh Chaturthi.

মানুহে মানুহৰ বাবে, যদিহে অকণো নাভাৱে…”অসমৰ গৌৰৱ, বিশ্ববৰেণ্য শিল্পী, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ  জন্ম শতবৰ্ষ উপলক্ষে...
08/09/2026

মানুহে মানুহৰ বাবে, যদিহে অকণো নাভাৱে…”
অসমৰ গৌৰৱ, বিশ্ববৰেণ্য শিল্পী, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ জন্ম শতবৰ্ষ উপলক্ষে কেন্দুগুৰি উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিলো ।
সুধাকণ্ঠৰ অমৰ সৃষ্টি আৰু মানৱতাৰ বাণী যুগে যুগে অনুপ্ৰেৰণাৰ উৎস হৈ থাকক। ❤️🎵
Skill India
National Skills Development Authority
Assam Skill Development Mission

সকলো সন্মানীয় শিক্ষক-শিক্ষয়িত্ৰীলৈ শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা। আপোনালোকৰ জ্ঞান, কাৰিকৰী দক্ষতা আৰু নিষ্ঠাই আমাৰ শিক...
05/09/2026

সকলো সন্মানীয় শিক্ষক-শিক্ষয়িত্ৰীলৈ শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা। আপোনালোকৰ জ্ঞান, কাৰিকৰী দক্ষতা আৰু নিষ্ঠাই আমাৰ শিক্ষাৰ্থীসকলক দক্ষ, আত্মনিৰ্ভৰশীল আৰু সফল কাৰিকৰী পেছাদাৰী হিচাপে গঢ়ি তোলে।
Wishing all our wonderful teachers a very Happy Teachers’ Day, with respect and gratitude.
– Kenduguri Industrial Training Institute (ITI)

04/09/2026

🦚🪈 শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ আন্তৰিক শুভেচ্ছা 🙏✨ শ্ৰীকৃষ্ণৰ দিব্য আশীৰ্বাদে সকলোৰে জীৱনলৈ শান্তি, সুখ, প্ৰেম আৰু সমৃদ্ধি কঢ়িয়াই আনক। 💙🌸 Happy Janmashtami from Kenduguri ITI! 🦚✨

“মুক্তিত নিস্পৃহ যিটো      সেহি ভকতক নমো            ৰসময়ী মাগোঁহো ভকতি। সমস্ত মস্তক মণি             নিজ ভকতৰ বশ্য      ...
01/09/2026

“মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো
ৰসময়ী মাগোঁহো ভকতি।
সমস্ত মস্তক মণি নিজ ভকতৰ বশ্য
ভজো হেন যদুপতি।।“
ভক্তিৰ মাজত মুক্তিৰ সন্ধান কৰা, গুৰু-ভক্তি আৰু মানৱতাৰ অনুপম আদৰ্শৰে অসমীয়া জাতীয় জীৱনক আলোকিত কৰি যোৱা মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ পৱিত্ৰ তিৰোভাৱ তিথিত তেখেতৰ শ্ৰীচৰণত জনাইছোঁ সশ্ৰদ্ধ প্ৰণিপাত।

15/08/2026

Let’s honour the sacrifices of our freedom fighters by becoming skilled, confident and responsible citizens who contribute to a stronger India.
सीखें, आगे बढ़ें और अपने हुनर से भारत को और मजबूत बनाएं।
Happy 80th Independence Day! 🇮🇳
जय हिंद ! 🇮🇳
— Kenduguri I.T.I.
िन्द SkillIndia BuildingSkillsBuildingIndia 15August ProudIndian
Skill India
Narendra Modi

29/07/2026

From Classroom to Career Success. ✨
Proud moment for Kenduguri ITI! Congratulations to our former student Rituraj Chetia from the Electrician Trade for building a successful career at OIL. His journey proves that dedication, skills, and quality training lead to success. Your career can begin here too.

PowerSector TechnicalEducation IndustrialTraining
Copyright Disclaimer Under Section 107 of the Copyright Act 1976, allowance is made for “fair use” for purposes such as criticism, comment, news reporting, teaching, scholarship, education and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. No copyright infringement intended. All rights belong to their respective owners.

Address

Ghain Tekela Gaon
Jorhat
785002

Opening Hours

9am - 5pm

Telephone

+919132391845

Alerts

Be the first to know and let us send you an email when Kenduguri ITI, Jorhat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to Kenduguri ITI, Jorhat:

Shortcuts

Share