06/08/2025
Great news! 🎉 Girl students of self-financing courses in the Department of Commerce, Moirabari College, are now eligible for the Nijut Moina Scheme.
মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ ২০২৫-২৬ বৰ্ষৰ আবেদন-পত্ৰ বিতৰণৰ শুভাৰম্ভণি।
আজি মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব।