Bajali Arts and Commerce Academy-BACA. Pathsala

Call Website Contact the university

Bajali Arts and Commerce Academy-BACA. Pathsala The mission of the Academy is to provide need based quality education along with allround development Our Millstone : Bhaskarjyoti Sarma 6th Position. H.S.

Final Examination - 2012(Commerce)

জুবিন দাৰ বাবে এদিন।
19/09/2026

জুবিন দাৰ বাবে এদিন।

যোৱা ৫ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে অনুষ্ঠিত হৈ যোৱা শিক্ষক দিৱস ও নৱাগত আদৰণি সভাৰ সাংস্কৃতিক সন্ধিয়াৰ কিছু দৃশ্যাংশ।
09/09/2026

যোৱা ৫ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে অনুষ্ঠিত হৈ যোৱা শিক্ষক দিৱস ও নৱাগত আদৰণি সভাৰ সাংস্কৃতিক সন্ধিয়াৰ কিছু দৃশ্যাংশ।

বজালীত স্বচ্ছতা পাক্ষিক উপলক্ষে বিভিন্ন প্ৰতিযোগিতা সফলভাৱে অনুষ্ঠিতভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধী...
08/08/2026

বজালীত স্বচ্ছতা পাক্ষিক উপলক্ষে বিভিন্ন প্ৰতিযোগিতা সফলভাৱে অনুষ্ঠিত

ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনস্থ MY Bharat, Bajali-ৰ উদ্যোগত আৰু Bajali Arts and Commerce Academy, Pathsala-ৰ সহযোগত আজি স্বচ্ছতা পাক্ষিক ২০২৬ উপলক্ষে ৰচনা লিখন, চিত্ৰাংকন আৰু পোষ্টাৰ নিৰ্মাণ প্ৰতিযোগিতা সফলভাৱে অনুষ্ঠিত হয়।

অনুষ্ঠানটোৰ শুভাৰম্ভ হয় স্বামী বিবেকানন্দৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰ জৰিয়তে। বিশিষ্ট শিক্ষাবিদ তথা B.H.B. কলেজ, সৰুপেটাৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰীযুত চন্দ্ৰকান্ত তালুকদাৰ দেৱে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে।

উপস্থিত সকলোকে উদ্দেশ্যি ভাষণ প্ৰদান কৰে বজালী আৰ্টছ এণ্ড কমাৰ্চ একাডেমিৰ অধ্যক্ষ শ্ৰীযুত ইন্দ্ৰজিৎ দাস আৰু আৰ্যভট্ট জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰীযুত গুৰুপ্ৰসাদ দাস দেৱে। বক্তাসকলে নিজৰ ভাষণত স্বচ্ছতা, পৰিৱেশ সংৰক্ষণ, সামাজিক দায়বদ্ধতা আৰু যুৱ সমাজৰ সক্ৰিয় অংশগ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁলোকে কয় যে এখন পৰিষ্কাৰ, সেউজীয়া আৰু সুস্থ ভাৰত গঢ়ি তোলাত প্ৰতিজন নাগৰিকৰ সমান দায়িত্ব আছে।

অনুষ্ঠানত বিদ্যালয়, মহাবিদ্যালয় আৰু ১৫–২৯ বছৰ বয়সৰ বহু যুৱ-যুৱতীয়ে উৎসাহেৰে অংশগ্ৰহণ কৰি ৰচনা লিখন, চিত্ৰাংকন আৰু পোষ্টাৰ নিৰ্মাণ প্ৰতিযোগিতাত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰে।

অনুষ্ঠানটোৰ সুকলমে পৰিচালনা কৰে শশাংক ভৰালীয়ে। শেষত অংশগ্ৰহণকাৰী, অতিথি আৰু উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰি স্বচ্ছতা আৰু পৰিৱেশ সুৰক্ষাৰ প্ৰতি সদায় সচেতন হৈ থাকিবলৈ আহ্বান জনোৱা হয়।

05/06/2026
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা, ২০২৬ৰ  ফলাফল।
28/04/2026

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা, ২০২৬ৰ ফলাফল।

Join us.........
27/03/2026

Join us.........

Importance of Commerce Foundation
24/03/2026

Importance of Commerce Foundation

09/03/2026
আজিয়েই যোগাযোগ কৰক।
17/02/2026

আজিয়েই যোগাযোগ কৰক।

আজি ১৪/১২/২০২৫ ইং তাৰিখ ৰবিবাৰে অনুষ্ঠিত হৈ যোৱা বহু বিকল্প প্ৰশ্ন সম্বলিত প্ৰতিভা সন্ধানী পৰীক্ষাৰ কিছু দৃশ্যাংশ।      ...
14/12/2025

আজি ১৪/১২/২০২৫ ইং তাৰিখ ৰবিবাৰে অনুষ্ঠিত হৈ যোৱা বহু বিকল্প প্ৰশ্ন সম্বলিত প্ৰতিভা সন্ধানী পৰীক্ষাৰ কিছু দৃশ্যাংশ।

Address

Pathsala
781325

Opening Hours

Monday 8am - 3pm
Tuesday 8am - 3pm
Wednesday 8am - 3pm
Thursday 8am - 3pm
Friday 8am - 3pm
Saturday 8am - 3pm

Telephone

+917099415675

Alerts

Be the first to know and let us send you an email when Bajali Arts and Commerce Academy-BACA. Pathsala posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to Bajali Arts and Commerce Academy-BACA. Pathsala:

Shortcuts

Share