অসমীয়া বিভাগ, গড়গাঁও মহাবিদ্যালয়

  • Home
  • India
  • Sibsagar
  • অসমীয়া বিভাগ, গড়গাঁও মহাবিদ্যালয়

অসমীয়া বিভাগ, গড়গাঁও মহাবিদ্যালয় গড়গাঁও মহাবিদ্যালয়( স্বায়ত্তশাসিত)ৰ অসমীয়া বিভাগৰ আনুষ্ঠানিক সামাজিক মাধ্যম

স্বায়ত্তশাসিত পৰ্যায়লৈ উন্নীত হোৱাৰ পাছত আজি বিভাগৰ ‘বৰ্ড অৱ ষ্টাডিজ’ৰ প্ৰথমখন সভাখন অনুষ্ঠিত হৈ যায়৷
03/07/2026

স্বায়ত্তশাসিত পৰ্যায়লৈ উন্নীত হোৱাৰ পাছত আজি বিভাগৰ ‘বৰ্ড অৱ ষ্টাডিজ’ৰ প্ৰথমখন সভাখন অনুষ্ঠিত হৈ যায়৷

30/06/2026
অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড০ দেৱযানী বকলীয়ালৰ শেহতীয়া কাব্যগ্ৰন্থ 'ঠুনুকা তৰাৰ মাত' মহাবিদ্যালয়ৰ এক গাম্ভীৰ্যপূৰ্...
07/06/2026

অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড০ দেৱযানী বকলীয়ালৰ শেহতীয়া কাব্যগ্ৰন্থ 'ঠুনুকা তৰাৰ মাত' মহাবিদ্যালয়ৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন হৈ যায়। অগতানুগতিক বিষয়-শৈলীৰে দৃশ্য- শ্ৰব্য-পাঠ্য সংযোজিত কাব্যগ্ৰন্থৰ দ্বাৰা পাঠকসকলে নতুন সোৱাদ পাব বুলি আশা কৰা হৈছে।

আমাৰ নতুন শিক্ষাবৰ্ষৰ বাবে নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে...
17/05/2026

আমাৰ নতুন শিক্ষাবৰ্ষৰ বাবে নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে...

✅অসমীয়া বিভাগৰ উদ্যোগত দক্ষতা বিকাশমূলক কৰ্মশালা সম্পন্ন✅যোৱা ৬ আৰু ৭ মে' তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে  দক্ষতা বিকাশমূল...
08/05/2026

✅অসমীয়া বিভাগৰ উদ্যোগত দক্ষতা বিকাশমূলক কৰ্মশালা সম্পন্ন

✅যোৱা ৬ আৰু ৭ মে' তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে দক্ষতা বিকাশমূলক এখনি কৰ্মশালা অনুষ্ঠিত হৈ যায়।
কৰ্মশালাত দুটি গুৰুত্বপূৰ্ণ বিষয়ত শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়।
✅কৰ্মশালাখনিৰ সমন্বয়ক তথা অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° দেৱযানী বকলীয়াল আৰু ড° অংকুৰ দত্তই ক্ৰমে 'অনাতাঁৰ সংবাদ প্ৰস্তুতি আৰু উপস্থাপন কৌশল' আৰু 'ছপা আৰু বৈদ্যুতিন মাধ্যমৰ বিজ্ঞাপন: লেখন কলা-কৌশল' সম্পৰ্কে কৰ্মশালা প্ৰদান কৰে ।
✅কৰ্মশালাত অংশগ্ৰহণকাৰী শিক্ষাৰ্থীসকলে বাতৰি পৰিৱেশন আৰু বিজ্ঞাপন প্ৰস্তুতি সম্পৰ্কীয় ব্যৱহাৰিক অনুশীলনত অংশ লোৱাৰ সুযোগ পায়। অংশগ্ৰহণকাৰী শিক্ষাৰ্থীসকলে এই দক্ষতা বিকাশমূলক অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশেষভাৱে উপকৃত হোৱা বুলি অভিমত প্ৰকাশ কৰে।
✅উল্লেখ্য যে বৰ্তমান ছপা তথা বৈদ্যুতিন মাধ্যমত দক্ষ মানৱ সম্পদৰ চাহিদা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। এনে প্ৰেক্ষাপটত এইধৰণৰ উদ্যোগ শিক্ষাৰ্থীসকলৰ বাবে অতি ফলপ্ৰসূ হ'ব বুলি অনুষ্ঠানটিৰ মুখ্য সমন্বয়ক তথা অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক প্ৰণৱ দুৱৰাই আশা প্ৰকাশ কৰে।

অভিনন্দন লক্ষ্যজিৎ হাজৰিকা। আমাৰ প্ৰাক্তন শিক্ষাৰ্থী লক্ষ্যজিৎ হাজৰিকাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা 'ভাৰতীয় উপন্যাসত ত...
02/04/2026

অভিনন্দন লক্ষ্যজিৎ হাজৰিকা। আমাৰ প্ৰাক্তন শিক্ষাৰ্থী লক্ষ্যজিৎ হাজৰিকাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা 'ভাৰতীয় উপন্যাসত তৃতীয় লিংগৰ প্ৰসঙ্গ'-ৰ বিষয়ত সন্মানীয় পিএইচডি ডিগ্ৰী লাভ কৰিছে। তোমাৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।

 #বিশ্ব_থিয়েটাৰ_দিৱস২০২৬
28/03/2026

#বিশ্ব_থিয়েটাৰ_দিৱস
২০২৬

🏆
27/03/2026

🏆

Address

Sibsagar
785686

Telephone

+918638067972

Website

Alerts

Be the first to know and let us send you an email when অসমীয়া বিভাগ, গড়গাঁও মহাবিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to অসমীয়া বিভাগ, গড়গাঁও মহাবিদ্যালয়:

Shortcuts

Share