Bihpuria Jatiya Vidyalaya

Bihpuria Jatiya Vidyalaya চন্দ্ৰেশ্বৰ বৰুৱা স্মৃতি বিহপুৰীয়া জাতীয় বিদ্যালয়। বিহপুৰীয়া, লখিমপুৰ, অসম।

গৰম বন্ধৰ সময়ত ছাত্ৰ-ছাত্ৰী সকলৰ নৃত্য শৈলী বিকাশৰ লক্ষ্যৰে অহা ২২ জুলাইৰ পৰা অভিজ্ঞ প্ৰশিক্ষকৰ জৰিয়তে সত্ৰীয়া নৃত্যৰ কৰ...
20/07/2023

গৰম বন্ধৰ সময়ত ছাত্ৰ-ছাত্ৰী সকলৰ নৃত্য শৈলী বিকাশৰ লক্ষ্যৰে অহা ২২ জুলাইৰ পৰা অভিজ্ঞ প্ৰশিক্ষকৰ জৰিয়তে সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে।আগ্ৰহী সকলে যোগাযোগ কৰিব পাৰে।
আসন সীমিত।

অহা ২২ জুলাইৰ পৰা বিহপুৰীয়া জাতীয় বিদ্যালয়ত সত্ৰীয়া নৃত্যৰ কৰ্মশালা অনুষ্ঠিত হ'ব । আগ্ৰহী সকলে যোগাযোগ কৰিব ।
20/07/2023

অহা ২২ জুলাইৰ পৰা বিহপুৰীয়া জাতীয় বিদ্যালয়ত সত্ৰীয়া নৃত্যৰ কৰ্মশালা অনুষ্ঠিত হ'ব । আগ্ৰহী সকলে যোগাযোগ কৰিব ।

অসমীয়া প্ৰতিদিন কাকতৰ পাতত আমাৰ বিদ্যালয়ৰ বিশেষ পৃষ্ঠা...
13/02/2023

অসমীয়া প্ৰতিদিন কাকতৰ পাতত আমাৰ বিদ্যালয়ৰ বিশেষ পৃষ্ঠা...

https://youtu.be/765-yB3WxvU
17/01/2023

https://youtu.be/765-yB3WxvU

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱলৈ শতকোটি প্ৰণাম।

তেজপুৰ অভিমুখী শিক্ষামূলক ভ্ৰমণৰ কিছু অংশ।চন্দ্ৰেশ্বৰ বৰুৱা স্মৃতি বিহপুৰীয়া জাতীয় বিদ্যালয়।তাৰিখ - ১৭/১২/২০২২
21/12/2022

তেজপুৰ অভিমুখী শিক্ষামূলক
ভ্ৰমণৰ কিছু অংশ।
চন্দ্ৰেশ্বৰ বৰুৱা স্মৃতি
বিহপুৰীয়া জাতীয় বিদ্যালয়।
তাৰিখ - ১৭/১২/২০২২

Address

Ward No 5
Bihpuriagaon
784161

Opening Hours

Monday 9am - 2:35pm
Tuesday 9am - 2:35pm
Wednesday 9am - 2:35pm
Thursday 9am - 2:35pm
Friday 9am - 2:35pm
Saturday 9am - 12:50pm

Telephone

+919101137507

Website

Alerts

Be the first to know and let us send you an email when Bihpuria Jatiya Vidyalaya posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share