Bijni Regional Student Union

Directions

Bijni Regional Student Union বিজনী আঞ্চলিক ছাত্ৰ সন্থা ( আছু )
জয় আই অসম ✊❤️‍🩹✊

20/09/2026

ভাৰতৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয় অংশ লৈ অসমৰ বহু বীৰ-বীৰাংগনাই নিজৰ জীৱন উৎসৰ্গা কৰিছিল। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়তো ব্ৰিটিছৰ বিৰুদ্ধে অসমৰ ভূমিতো জ্বলি উঠিছিল ক্ষোভৰ জুই।

কনকলতা বৰুৱা, মুকুন্দ কাকতি, ভোগেশ্বৰী ফুকননী, মনবৰ নাথকে ধৰি বহু বীৰ-বীৰাংগনাই দেশৰ স্বাধীনতাৰ বাবে সাহসেৰে আগবাঢ়ি আত্মবলিদান দিছিল। আজিৰ দিনটো অসমৰ বাবে এক অবিস্মৰণীয় অধ্যায়।

এইসকল বীৰ-বীৰাংগনালৈ সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ। তেওঁলোকৰ অদম্য সাহস আৰু দেশপ্ৰেমৰ নিদৰ্শন আমাৰ বাবে অনুপ্ৰেৰণা হৈ ৰ'ব।

-Utpal Sarma

20/09/2026
20/09/2026

আকৌ এবাৰলে উভতি আহা দাদা

11/09/2026
11/09/2026

মানৱ শৃংখল কাৰ্যসূচী
সদৌ চিৰাং জিলা ছাত্ৰ সন্থা আৰু সদৌ বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ যৌথ সহযোগত।
Bijni Regional Student Union

সকলোৰে উপস্থিতি তথা সহযোগিতা একান্ত ভাবে কামনা কৰা হল।
02/09/2026

সকলোৰে উপস্থিতি তথা সহযোগিতা একান্ত ভাবে কামনা কৰা হল।

৪০ বছৰ
15/08/2026

৪০ বছৰ

বান সাহায্যসকলোৱে ওলাই আহক সহায়ৰ বাবে 🙏
29/07/2026

বান সাহায্য
সকলোৱে ওলাই আহক সহায়ৰ বাবে 🙏

Address

Bijni
Bijni

Website

Alerts

Be the first to know and let us send you an email when Bijni Regional Student Union posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share