Biswanath College Students' Union 2020-21

Biswanath College Students' Union 2020-21 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Biswanath College Students' Union 2020-21, College & University, College Road, Biswanath Chariali.

বিশ্বনাথ মহাবিদ্যালয় ছাত্র একতা সভাৰ উদ্যোগতআজি ইং 02.10.2021 তাৰিখে গান্ধীজয়ন্তী উপলক্ষে বিশ্বনাথ মহাবিদ্যালয়ৰ অগ্নিক...
02/10/2021

বিশ্বনাথ মহাবিদ্যালয় ছাত্র একতা সভাৰ উদ্যোগত
আজি ইং 02.10.2021 তাৰিখে গান্ধীজয়ন্তী উপলক্ষে বিশ্বনাথ মহাবিদ্যালয়ৰ অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য্য প্ৰেক্ষাগৃহত এখনি কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল।
পোন প্ৰথমে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্জলনৰ দ্বাৰা আজিৰ এই অনুষ্ঠানৰ শুভাৰম্ভণি হৈছিল।

উচ্চতৰ মাধ্যমিক শাখাত নামভৰ্তি কৰিব বিচৰা মৰমৰ ভাইটি-ভন্টিসকল , তোমালোকে নামভৰ্তিৰ বাবে বিশ্বনাথ মহাবিদ্যালয়ৰ ৱেবছাইটৰ ...
10/08/2021

উচ্চতৰ মাধ্যমিক শাখাত নামভৰ্তি কৰিব বিচৰা মৰমৰ ভাইটি-ভন্টিসকল , তোমালোকে নামভৰ্তিৰ বাবে বিশ্বনাথ মহাবিদ্যালয়ৰ ৱেবছাইটৰ উপৰি AHSECৰ দৰ্পণ নামৰ ৱেবছাইটতো নিজৰ নাম Register কৰিব লাগিব , এই দৰ্পণ নামৰ ৱেবছাইটটো অহা ১৬ তাৰিখৰ পৰাহে কাৰ্য্যক্ষম হৈ উঠিব। তোমালোকে এই দৰ্পণ ৱেবছাইটত নিজৰ নাম Register কৰাৰ লগতে নামভৰ্তিৰ বাবে বিশ্বনাথ মহাবিদ্যালয়ৰ নাম অন্তৰ্ভূক্ত কৰাটো বাধ্যতামূলক অন্যথা তোমালোক মহাবিদ্যালয়ত নামভৰ্তি কৰাৰ পৰা বঞ্চিত হ'বা।

~ বিশ্বনাথ মহাবিদ্যালয় ছাত্ৰ একতা সভা

Link to Darpan:
https://www.darpan.ahseconline.in/

Link for HS Admission, Biswanath College:
https://www.biswanathcollege.in/online-admission-open-for-hs-2021-22/

বিশ্বনাথ মহাবিদ্যালয়ৰ ৱেবছাইট হায়াৰ চেকেণ্ডেৰীৰ নামভৰ্তিৰ বাবে মুকলি কৰি দিয়া হৈছে। মহাবিদ্যালয়খনত নামভৰ্তিৰ বাবে ইচ...
07/08/2021

বিশ্বনাথ মহাবিদ্যালয়ৰ ৱেবছাইট হায়াৰ চেকেণ্ডেৰীৰ নামভৰ্তিৰ বাবে মুকলি কৰি দিয়া হৈছে। মহাবিদ্যালয়খনত নামভৰ্তিৰ বাবে ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলক তলৰ লিংকত গৈ নামভৰ্তি কৰিবলৈ অনুৰোধ জনালোঁ ✨
(আমাৰ মহাবিদ্যালয়ৰ ৱেবছাইটৰ উপৰি দৰ্পণ নামৰ ৱেবছাইটতো ছাত্ৰ-ছাত্ৰীসকলে নিজৰ নাম অন্তৰ্ভূক্ত কৰিব লাগিব )

লিংক-
https://www.biswanathcollege.in/online-admission-open-for-hs-2021-22/


~ বিশ্বনাথ মহাবিদ্যালয় ছাত্ৰ একতা সভা।

বিশ্বনাথ মহাবিদ্যালয়ৰ ষষ্ঠ ষান্মাসিকৰ পৰীক্ষাৰ ফৰ্ম আজিৰ পৰা লোৱা আৰম্ভ হৈছে। ছাত্ৰ-ছাত্ৰীসকলে ৯ আগষ্ট তাৰিখলৈকে মহাবিদ...
04/08/2021

বিশ্বনাথ মহাবিদ্যালয়ৰ ষষ্ঠ ষান্মাসিকৰ পৰীক্ষাৰ ফৰ্ম আজিৰ পৰা লোৱা আৰম্ভ হৈছে। ছাত্ৰ-ছাত্ৰীসকলে ৯ আগষ্ট তাৰিখলৈকে মহাবিদ্যালয়ত আহি ফৰ্ম জমা কৰিব পাৰিব। মাচুল সম্পৰ্কত সকলো কথা নিম্নোক্ত Notice কেইখনত পাব। বিশ্বনাথ জিলাৰ বাহিৰৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ বাবে এটি অনলাইন প্ৰক্ৰিয়া অহাকাইলৈ BCSU য়ে মুকলি কৰিব।

The educational operations of Assam have undergone varying changes this pandemic. Taking that into account today on 3rd ...
03/08/2021

The educational operations of Assam have undergone varying changes this pandemic. Taking that into account today on 3rd Aug, 2021; we Biswanath College Students' Union have put forward some proposals to our college authorities regarding the admissions of H.S. & T.D.C. to be announced soon. We deliberately discussed over the idea with our respected Principal Dr. Chinta Moni Sharma sir & respected President of the Governing Body, Biswanath College today. Below are the proposals we put forward.

আজি ইংৰাজী ৩ আগষ্ট তাৰিখে বিশ্বনাথ মহাবিদ্যালয় ছাত্ৰ একতা সভাই বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক নামভৰ্তিৰ সন্দৰ্ভত কেইটিমান প্ৰস্তাৱ আগবঢ়ায় আৰু অধ্যক্ষ মহোদয়ে মহাবিদ্যালয় পৰিচালনা সমিতিৰ লগত আলোচনা কৰি প্ৰস্তাৱ কেইটি বিবেচনা কৰাৰ আশ্বাস প্ৰদান কৰে। আমি মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মহোদয়কো লগ কৰি এই প্ৰস্তাৱ কেইটি আগবঢ়াওঁ।

| জয়তু বিশ্বনাথ মহাবিদ্যালয় ছাত্ৰ একতা সভা |
| জয়তু বিশ্বনাথ মহাবিদ্যালয় |

বিশ্বনাথ মহাবিদ্যায় ছাত্ৰ একতা সভাৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উপলক্ষে জিলা ভিত্তিক অনলাইন বিষ্ণু ৰাভা সংগীত আৰু বিষ্ণু ৰ...
20/06/2021

বিশ্বনাথ মহাবিদ্যায় ছাত্ৰ একতা সভাৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উপলক্ষে জিলা ভিত্তিক অনলাইন বিষ্ণু ৰাভা সংগীত আৰু বিষ্ণু ৰাভাৰ সংগীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা আয়োজন কৰা হৈছিল।
আজি আমাৰ Cisco WebExত এখনি অনলাইন সভাত আমি ফলাফল সমূহ ঘোষণা কৰোঁ।
সভাত উপস্থিত থাকে বিশ্বনাথ মহাবিদ্যায়ৰ শ্ৰদ্ধাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ মহোদয়, সন্মানীয় শিক্ষক বৃন্দ, আমাৰ আমন্ত্ৰিত বক্তা আৰু বিশেষ বিচাৰক মণ্ডলীৰ লগতে প্ৰতিযোগী আৰু অন্য অতিথি।

ফলাফল সমূহ:

প্ৰতিযোগিতা সমূহৰ ফলাফল আজি আমি এইখন অনলাইন সভাতেই ঘোষণা কৰিম, প্ৰত্যেক জন প্ৰতিযোগীৰ উপস্থিতি অন্তৰৰ পৰা কামনা কৰিলোঁ❤️...
20/06/2021

প্ৰতিযোগিতা সমূহৰ ফলাফল আজি আমি এইখন অনলাইন সভাতেই ঘোষণা কৰিম, প্ৰত্যেক জন প্ৰতিযোগীৰ উপস্থিতি অন্তৰৰ পৰা কামনা কৰিলোঁ❤️

কাৰোবাৰ যদি Cisco WebEx App টো নাইকীয়া, Playstore ৰ পৰা Install কৰি ল'ব পাৰিব।

Webinar on “Observation of Rava Divas: 2021”
Time: 6:30 pm, Sunday, Jun 20, 2021

Meeting Joinig link:
https://biswanathcollege.webex.com/biswanathcollege/j.php?MTID=m8bdd24617cb8c49d76a133d492a66d1a

Meeting number: 184 016 2052
Password: rava20
Hosted by Biswanath College Students' Union 2020-21

Simple, modern video meetings for everyone on the world's most popular and trusted collaboration platform.

18/06/2021

| নৃত্য প্ৰতিযোগিতা |

প্ৰতিযোগী: ১৪
নাম: স্নিগ্ধা সেন
বয়স: ১৯
শিক্ষানুষ্ঠান: বিশ্বনাথ মহাবিদ্যালয়
ঠিকনা: শান্তিপুৰ, বিশ্বনাথ চাৰিআলি

18/06/2021

| সংগীত প্ৰতিযোগিতা |

প্ৰতিযোগী: ৪২
নাম: সমপ্ৰীতি ভূঞা
বয়স: ১৯
শিক্ষানুষ্ঠান: দৰং মহাবিদ্যালয়
ঠিকনা: চতিয়া, বিশ্বনাথ চাৰিআলি

18/06/2021

| নৃত্য প্ৰতিযোগিতা |

প্ৰতিযোগী: ৩৬
নাম: ভাস্বতী পাটোৱাৰী
বয়স: ১৬
শিক্ষানুষ্ঠান: বিশ্বনাথ জ্ঞান ভাৰতী
ঠিকনা: নৱপুৰ, বিশ্বনাথ চাৰিআলি

Address

College Road
Biswanath Chariali
784176

Alerts

Be the first to know and let us send you an email when Biswanath College Students' Union 2020-21 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to Biswanath College Students' Union 2020-21:

Share