Nabajagaran Model Academy,Bhandara

Nabajagaran Model Academy,Bhandara Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Nabajagaran Model Academy,Bhandara, vill-Bhandara p/o-Bhandara Bazar dist-Bongaigaon, Bongaigaon.

আজি নৱজাগৰণ মডেল একাডেমী এণ্ড জুনিয়ৰ কলেজত সদ্যহতে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষিত হোৱা কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধ...
02/05/2026

আজি নৱজাগৰণ মডেল একাডেমী এণ্ড জুনিয়ৰ কলেজত সদ্যহতে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষিত হোৱা কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। নৱজাগৰণ পৰিচালনা সমিতিৰ পৰা সমূহ ছাত্ৰ-ছাত্ৰী লৈ ভবিষ্যত জীৱনৰ আন্তৰিক অভিনন্দন জনাইছোঁ।

আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা সকলো শিক্ষাৰ্থীক হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ...
28/04/2026

আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা সকলো শিক্ষাৰ্থীক হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।

Hurry up!!!!!!!        Admission is going on
14/04/2026

Hurry up!!!!!!!
Admission is going on

উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ(কলা শাখা)ৰ ২০২৬-২৭ইং শিক্ষা বৰ্ষৰ নামভৰ্তিৰ প্ৰ-পত্ৰ প্ৰদান:-       শ্ৰদ্ধাৰ অভিভাৱক-অভিভাৱিক...
13/04/2026

উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ(কলা শাখা)ৰ ২০২৬-২৭ইং শিক্ষা বৰ্ষৰ নামভৰ্তিৰ প্ৰ-পত্ৰ প্ৰদান:-
শ্ৰদ্ধাৰ অভিভাৱক-অভিভাৱিকা সকল,মৰমৰ প্ৰাক্তন লগতে বৰ্তমানৰ ছাত্ৰ ছাত্ৰী সকলৰ জ্ঞাতাৰ্থে জনোৱা যায় যে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ (কলা শাখা)ৰ নামভৰ্তিৰ বাবে ১৪-০৪-২০২৬ ইং মঙ্গল বাৰৰ পৰা প্ৰ-পত্ৰ প্ৰদান কৰা হ'ব। সেয়েহে ইচ্ছুক শিক্ষাৰ্থী সকলক নৱজাগৰণ মডেল একাডেমীৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হ'ল।

DARPAN Portal ৰ জৰিয়তেও ONLINE আবেদন কৰিব পাৰিব।
সবিশেষ তথ্যৰ বাবে কাৰ্যালয়ত নাইবা তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰিব--
👉7002079737

09/02/2026

কাইলৈ অৱতীৰ্ণ হ'বলগীয়া সমূহ মেট্ৰিক পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভকামনা জনালোঁ।

আজি নৱজাগৰণ মডেল একাডেমী এণ্ড জুনিয়ৰ কলেজত নৱাগত আদৰণি সভাৰ লগতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত সভাত মুখ্য অতিথ...
08/11/2025

আজি নৱজাগৰণ মডেল একাডেমী এণ্ড জুনিয়ৰ কলেজত নৱাগত আদৰণি সভাৰ লগতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰ ডাঙৰীয়া আৰু গোলাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জয়নাল আবেদিন ডাঙৰীয়া লগতে অনন্য বিষয়ববীয়া সকল। শেষত নৱজাগৰণ পৰিয়ালৰ পৰা শিক্ষক-শিক্ষয়েত্ৰী, ছাত্ৰ-ছাত্ৰী ,অভিভাৱক আৰু অবিবায়িকা সকল তথা শিক্ষাপ্ৰেমী ৰাইজ সকললৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
জয়তু নৱজাগৰণ মডেল একাডেমী এণ্ড জুনিয়ৰ কলেজ।

অহা ০৮/১১/২০২৫ ইং তাৰিখে নৱজাগৰণ মডেল একাডেমী,ভাণ্ডাৰাত নৱাগত আদৰণি সভাৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ'ব। গতিকে...
05/11/2025

অহা ০৮/১১/২০২৫ ইং তাৰিখে নৱজাগৰণ মডেল একাডেমী,ভাণ্ডাৰাত নৱাগত আদৰণি সভাৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ'ব। গতিকে শিক্ষা প্ৰেমী ৰাইজ সকললৈ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিলোঁ।

30/04/2025

HS Result of Nabajagaran Model Academy and Junior college. -2025
Total appeared -78
Star-01
Ist Div-15
2nd Div-26
3rd-34
Repeat -03

কাইলৈ উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব।।
29/04/2025

কাইলৈ উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব।।

আপোনাৰ সন্তানক প্ৰাইভেটত দিয়াৰ আগতে দহবাৰ ভাবি /চালি-জাৰি চাই এডমিছন দিব।    এটা ভুলে কেতিয়াবা বহুত ডাঙৰ সমস্যাৰ সৃষ্টি ...
17/04/2025

আপোনাৰ সন্তানক প্ৰাইভেটত দিয়াৰ আগতে দহবাৰ ভাবি /চালি-জাৰি চাই এডমিছন দিব।
এটা ভুলে কেতিয়াবা বহুত ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে।
চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়ে কোনো ব্যক্তিগত বিদ্যালয়ৰ নৱম আৰু একাদশ শ্ৰেণী শিক্ষাৰ্থীৰ কৰিব নোৱাৰিব পঞ্জীয়ন(Registration)।

Address

Vill-Bhandara P/o-Bhandara Bazar Dist-Bongaigaon
Bongaigaon
783390

Website

Alerts

Be the first to know and let us send you an email when Nabajagaran Model Academy,Bhandara posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share