Krishnananda Academy, Manikpur

Call Directions Contact the university

Krishnananda Academy, Manikpur Krishnananda Academy, Manikpur
starts from june 2006 to provide best quality of education. secondary and senior secondary school

কৃষ্ণানন্দ একাডেমীত আয়োজিত শিক্ষক দিৱসৰ কেইখনমান আলোকচিত্ৰ
05/09/2026

কৃষ্ণানন্দ একাডেমীত আয়োজিত শিক্ষক দিৱসৰ কেইখনমান আলোকচিত্ৰ

আজি ৩/৯/২০২৬ইং তাৰিখ বৃহস্পতিবাৰে কৃষ্ণানন্দ একাডেমী,মাণিকপুৰত নৱাগত আদৰণী সভা অনুষ্ঠিত কৰা হয়।
03/09/2026

আজি ৩/৯/২০২৬ইং তাৰিখ বৃহস্পতিবাৰে কৃষ্ণানন্দ একাডেমী,মাণিকপুৰত নৱাগত আদৰণী সভা অনুষ্ঠিত কৰা হয়।

Mission-2027. #কৃষ্ণানন্দ_একাডেমী_মাণিকপুৰ           ২০২৭ইং চনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া দ্বাদশ...
22/08/2026

Mission-2027.
#কৃষ্ণানন্দ_একাডেমী_মাণিকপুৰ
২০২৭ইং চনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ শৈক্ষিক অগ্ৰগতিৰ খতিয়ান ও ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে আলোচনা কৰিবলৈ শিক্ষক- শিক্ষয়িত্ৰী, অভিভাৱক- অভিভাৱিকা আৰু ছাত্ৰী-ছাত্ৰী সকলৰ মাজত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয়।

নৱদ্বীপ ৰায়:: এজন তজবজীয়া ছাত্ৰৰ মৃত্যু--      মৃত্যু চিৰন্তন সত্য তথাপিও কিছুমান মৃত্যু মানি ল'ব নোৱাৰা বিধৰ।কৃষ্ণানন...
28/06/2026

নৱদ্বীপ ৰায়:: এজন তজবজীয়া ছাত্ৰৰ মৃত্যু--
মৃত্যু চিৰন্তন সত্য তথাপিও কিছুমান মৃত্যু মানি ল'ব নোৱাৰা বিধৰ।কৃষ্ণানন্দ একাডেমীৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত অধ্যয়নৰত চান্দামাৰি গাৱৰ এজন তজবজীয়া লৰা। প্ৰাপ্ত খবৰ অনুসৰি লগৰ বন্ধু কেইজনমানৰ লগত ওচৰৰে পুখুৰী এখনত গা ধুবলৈ গৈ পানীত ডুব গৈ গুচি গ'ল কোনোদিনে উভতি নহাৰ বাটেৰে।
পিতৃ মাতৃৰ প্ৰথম সন্তান হেৰুৱাৰ সান্ত্বনা দিবলৈ সাহস নো ক'ত পাওঁ! তথাপিও সৃষ্টিকৰ্তাৰ ওচৰত প্ৰাৰ্থনা জনাও যে পৰিয়ালৰ লোকক ধৈৰ্য আৰু শক্তি প্ৰদান কৰক।
কৃষ্ণানন্দ একাডেমীৰ পৰিয়ালৰ তৰফৰ পৰা নৱদ্বীপ ৰায়ৰ এই অকাল বিয়োগত আমি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গ লৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।

এখন শিক্ষানুষ্ঠানৰ সফলতাত কাৰোবাৰ জ্বলন!!          প্ৰত্যেক বছৰে কৃষ্ণানন্দ একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষ...
29/05/2026

এখন শিক্ষানুষ্ঠানৰ সফলতাত কাৰোবাৰ জ্বলন!!
প্ৰত্যেক বছৰে কৃষ্ণানন্দ একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীণ ছাত্ৰ ছাত্ৰী সকলৰ ফটো সম্বলিত বেনাৰ একাডেমীৰ সন্মুখত ৰাস্তাৰ কাষত আঁৰি ৰখা হয়।সেইদৰে এই বছৰ অৰ্থাৎ ২০২৬ ইং চনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৩৮ জন ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগত উৰ্ত্তীণ হোৱাত তেওঁলোকৰ ফটো সম্বলিত বেনাৰখন সুন্দৰকৈ আৰি থোৱা আছিল। কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয় যে কোনোবা চকু চৰহা বিধৰ দুষ্কৃতিকাৰীয়ে ৰাতিৰ এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি বেনাৰখন ভাঙি লণ্ডভণ্ড কৰি থৈ যায়। দুস্কৃতিকাৰীৰ এনে নিম্ন মানসিকতাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো। হিংসাকুৰীয়া সকলে মনত ৰাখিব- "আমাৰ লক্ষ্য তলপিনে নহয়,ওপৰফালে আগবাঢ়ি যোৱাই আমাৰ মূলমন্ত্ৰ।"
29/05/2026

 #আমাৰ_খবৰ
30/04/2026

#আমাৰ_খবৰ

29/04/2026
পৰীক্ষা কেন্দ্ৰৰ শীৰ্ষত তিনি টা স্থান দখলেৰে কৃষ্ণানন্দ একাডেমীৰ বৃহৎ সফলতা।   ২০২৬ ইং চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক...
29/04/2026

পৰীক্ষা কেন্দ্ৰৰ শীৰ্ষত তিনি টা স্থান দখলেৰে কৃষ্ণানন্দ একাডেমীৰ বৃহৎ সফলতা।
২০২৬ ইং চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত মাণিকপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ ভিতৰত শীৰ্ষ তিনিটা স্থান দখল কৰি সফলতাৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখিবলৈ সক্ষম হয় মাণিকপুৰৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় কৃষ্ণানন্দ একাডেমীয়ে। উল্লেখ্য যে পৰীক্ষা কেন্দ্ৰৰ ভিতৰত পল্লৱী বৰ্মনে ৮৯.৪ শতাংশ নম্বৰেৰে শীৰ্ষ স্থান লাভৰ লগতে ছাবানা ইয়াছমিনে ৮৮.৬ আৰু চৈয়দ জুলিয়াচ ইছলামে ৮৮.২ শতাংশ নম্বৰ লাভ কৰি পৰীক্ষা কেন্দ্ৰৰ দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে। অনুষ্ঠান খনৰ ৩ জনে ডিষ্টিংচন ১২জনে ষ্টাৰ নম্বৰসহ মুঠ ৩৮ জন ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগত উৰ্ত্তীণ হোৱাৰ লগতে ৩৪ জনে দ্বিতীয় বিভাগ আৰু ২৬ জনে তৃতীয় বিভাগত উৰ্ত্তীণ হয়।

*কৃষ্ণানন্দ একাডেমী মাণিকপুৰ*উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীণ ছাত্ৰ ছাত্ৰী সকল -১। পল্লৱী বৰ্মন -...
28/04/2026

*কৃষ্ণানন্দ একাডেমী মাণিকপুৰ*
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীণ ছাত্ৰ ছাত্ৰী সকল -
১। পল্লৱী বৰ্মন - ৮৯.৪%‌
২। চাবানা ইয়াছমিন- ৮৮.৬%
৩। চৈয়দ জুলিয়াচ ইছলাম - ৮৮.২%
৪৷ সুস্মিতা ৰায় - ৮৪.৮%
৫৷ বৰষা ৰাণী মণ্ডল- ৮৪.৮%
৬৷ প্ৰিয়া সাহা - ৮৩.২%
৭৷ ৰিকি সিকদাৰ- ৮৩%
৮৷ প্ৰিয়া ৰায় - ৮২.২%
৯৷ তুলিকা সৰকাৰ- ৮১.৬%
১০৷ পূৰ্ণিমা ৰায় - ৮০.৬%
১১৷ গংগা ৰাণী ভৌমিক - ৭৯%
১২৷ বিউটি মজুমদাৰ- ৭৮.২%
১৩৷ জ্যোতিৰ্ময় ৰায় - ৭৭.৪%
১৪৷ দীপিকা সৰকাৰ- ৭৬.২%
১৫৷ কৃষ্ণামনি দাস - ৭৫%
১৬৷ গীতিকা চৌধুৰী- ৭৩.৮%
১৭৷ সাগৰিকা কলিতা- ৭৩.৬%
১৮৷ অমিত পাঠক- ৭৩%
১৯৷ অজন্তা ৰায় - ৭৩%
২০৷ শহিদা খাতুন - ৭২.৮%
২১৷ ছবিনা খাতুন- ৬৮.৬%
২২৷ স্যামন্তিকা শৰ্মা- ৬৮.৪%
২৩৷ নাছৰিণা পাৰবিন- ৬৮.২%
২৪৷ নিকিতা ছুলতানা- ৬৭.৬%
২৫৷ দীশা তৰফদাৰ- ৬৭.৬%
২৬৷ এক্ৰামুল আলী- ৬৭.৬%
২৭৷ অঞ্জুমনি বৈশ্য - ৬৭.২%
২৮৷ অনুপজ্যোতি পাঠক- ৬৬.৪%
২৯৷ ৰিম্পি ৰায় - ৬৬%
৩০৷ নিক্ষিতা ৰায় - ৬৫.৪%
৩১৷ ৰাহিমা বেগম- ৬৪.৪%
৩২৷ ৰুপছানা পাৰবিন- ৬৪.২%
৩৩৷ পাৰবিন চুহানা আহমেদ- ৬৩.৮%
৩৪৷ যমুনা ভৌমিক- ৬১.২%
৩৫৷ ইপ্সিতা দাস - ৬০.৬%
৩৬। জ্ঞানদীপ ৰয় - ৬০.৪%
৩৭৷ ৰেছমিনা আক্তাৰ- ৬০.২%
৩৮৷ দীপালি বালা মজুমদাৰ - ৬০%

28/04/2026

আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কৃষ্ণানন্দ একাডেমী, মাণিকপুৰৰ ফলাফল-
👉Total Appeared- 100
👉1st Division- 38
✅Distinction- 03
⭐ Star- 12
👉2nd Division- 34
👉3rd Division- 26
👉Fail- 2
Passing percentage- 98%

Address

Manikpur (Near NH31) PO/Manikpur, PS/Manikpur, PIN
Bongaigaon
783392

Telephone

+919085567863

Website

Alerts

Be the first to know and let us send you an email when Krishnananda Academy, Manikpur posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to Krishnananda Academy, Manikpur:

Shortcuts

Share