DHSK College Students' Union Society 2021-2022

DHSK College Students' Union Society 2021-2022 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from DHSK College Students' Union Society 2021-2022, College & University, Dibrugarh.

15/06/2023

শুভ জন্মদিন কানৈ ❤️

সকলোলৈ আমাৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।ছাত্ৰ একতা সভা,২০২১-২২বৰ্ষ।
23/03/2023

সকলোলৈ আমাৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

ছাত্ৰ একতা সভা,২০২১-২২বৰ্ষ।

12/02/2023
24/11/2022

অহা কাইলৈৰ পৰা অনুষ্ঠিত হ'বলগীয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক প্ৰথম ষাণ্মাসিকৰ চূড়ান্ত পৰীক্ষাৰ বাবে সমূহ ছাত্ৰ-ছাত্ৰীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

ধন্যবাদেৰে-
প্ৰাক্তন ছাত্ৰ একতা সভা,
(২০২১-২২বৰ্ষ)

কানৈ মহাবিদ্যালয়ত অধ্যয়নৰত যি সকল  ছাত্ৰ ছাত্ৰীয়ে সাহিত্যৰ বা সাহিত্য প্ৰতিযোগিতা সমূহৰ প্ৰতি আগ্ৰহী  তেখেত সকলক এই গ্ৰু...
26/08/2022

কানৈ মহাবিদ্যালয়ত অধ্যয়নৰত যি সকল ছাত্ৰ ছাত্ৰীয়ে সাহিত্যৰ বা সাহিত্য প্ৰতিযোগিতা সমূহৰ প্ৰতি আগ্ৰহী তেখেত সকলক এই গ্ৰুপত Join হবৰ বাবে অনুৰোধ জনালোঁ🙏
ধন্যবাদেৰে-
নিপু বৰুৱা
আলোচনী সম্পাদক
ফোন নং - 9678367387
Email- [email protected]

WhatsApp Group Invite

26/08/2022

ছাত্ৰ ছাত্ৰী সকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনী "কানৈয়ান"ৰ (২০২১-২০২২ বৰ্ষ) বাবে লেখনি জমা দিয়া দিন ১০ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছে। সকলো কানৈয়ানক বিশেষকৈ নতুনকৈ নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰী সকলক গল্প, কবিতা,চিত্ৰ, প্ৰবন্ধ,কাহিনীকে ধৰি এখন আলোচনীত থকা সাহিত্য শিতান সমূহৰ লেখনি জমা দি "কানৈয়ান" আলোচনীখনি সর্বাংগসুন্দৰ কৰি তুলিব বুলি আশা ৰাখিলো। ধন্যবাদেৰে-

নিপু বৰুৱা
আলোচনী সম্পাদক
ফোন নং-9678367387
Email:- [email protected]

উজনি অসমৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰশাসনে মাছুল বৃদ্ধিৰ যি হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে,তাৰ ...
26/08/2022

উজনি অসমৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰশাসনে মাছুল বৃদ্ধিৰ যি হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে,তাৰ বিৰুদ্ধে আজি *ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভা ২০২১-২০২২* ৰ আহ্বান মৰ্মে প্ৰতিবাদী কাৰ্য্যসূচী

উজনি অসমৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰস্বৰূপ ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰশাসনে নামভৰ্তিৰ মাছুল বৃদ্ধিৰ যি হঠাকাৰী সিদ্ধান্ত লৈছে...
26/08/2022

উজনি অসমৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰস্বৰূপ ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰশাসনে নামভৰ্তিৰ মাছুল বৃদ্ধিৰ যি হঠাকাৰী সিদ্ধান্ত লৈছে তাৰ প্ৰতিবাদত ২৪ ঘণ্টীয়া অনশনত বহা ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ সভাপতি বিকাশ মিছং ডাঙৰীয়া বৰ্তমান শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসাধীন হৈ আছে।

আমি কানৈ মহাবিদ্যালয় ছাত্ৰ একতা সভাই কানৈ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বৰ্তমানৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ সভাপতিজনৰ দ্ৰুত আৰোগ্য কামনা কৰাৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰশাসনৰ যি হঠাকাৰী সিদ্ধান্ত তাক প্ৰত্যাহাৰ কৰিবলৈ দাবী জনালোঁ।

Dibrugarh University

Address

Dibrugarh

Alerts

Be the first to know and let us send you an email when DHSK College Students' Union Society 2021-2022 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to DHSK College Students' Union Society 2021-2022:

Share