10/08/2022
1. তলৰ কোনবিধ দাণ্ডি যাত্ৰাৰ লগত জড়িত?
(ক) পানী
(খ) নিমখ
(গ) চেনি
(ঘ) গাখীৰ
Ans: (খ) নিমখ
2.ভাৰতৰ প্ৰথমগৰাকী মহিলা শাসক কোন?
(ক) ৰাণী লক্ষ্মীবাই
(খ) ৰেজিয়া চুলতানা
(গ) জীজা বাঈ
(ঘ) ছান্দবিবি
Ans:(খ) ৰেজিয়া চুলতানা
3.‘চিপাহী বিদ্ৰোহ’ৰ তাৎক্ষণিক কাৰণৰ লগত জড়িত ব্যক্তি গৰাকী কোন?
ক) ভগৎ সিং
(খ) মঙ্গল পাণ্ডে
(গ) ক্ষুদিৰাম বসু
(ঘ) সুখৰাম
Ans:(খ) মঙ্গল পাণ্ডে
4. কনিষ্ক_____বংশৰ এজন শ্রেষ্ঠ ৰজা আছিল।
(ক) চোলা
(খ) চালুক্য
(গ) কুশান
(ঘ) পল্লৱ
Ans:(গ) কুশান
5.শ্বেৰ শ্বাহ চুৰীৰ দুৰ্গ ক’ত অৱস্থিত ?
(ক) আগ্রা
(খ) সহশ্রম
(গ) লাহোৰ
(ঘ) ৰোহতাছ
Ans: (খ) সহশ্রম
6. গৌতম বুদ্ধৰ জন্ম ক’ত হৈছিল?
(ক) লুম্বিনী
(খ) সাৰনাথ
(গ) গয়া
(ঘ) কপিলাবস্তু
Ans:(ক) লুম্বিনী
7. ছাহজাহানে তলৰ কোনটো সাজিছিল?
(ক) শালিমাৰ বাগিছা
(খ) মতি মছজিদ
(গ) হজ খাছ
(ঘ) তাজমহল
Ans:(ঘ) তাজমহল
8.কোনগৰাকী মোগল সম্রাটে তাজমহল সাজিছিল ?
(ক) ঔৰংজেৱ
(খ) আকবৰ
(গ) ছাহজাহান
(ঘ) হুমায়ুন
Ans:(গ) ছাহজাহান
9. জালিয়ানৱালাবাগৰ হত্যাকাণ্ড ক’ত হৈছিল?
(ক) অমৃতসৰ
(খ) নাগপুৰ
(গ) চণ্ডীগড়
(ঘ) কলিকতা
Ans:(ক) অমৃতসৰ
১০। তলৰ কোনজন মগধৰ শাসক বুদ্ধৰ সমসাময়িক আছিল?
(ক) চন্দ্রগুপ্ত মৌৰ্য্য
(খ) অজাত শত্রু
(গ) বীম্বিসাৰ
(ঘ) মহাপদ্ম নন্দ
Ans:(গ) বীম্বিসাৰ
১১। প্রাচীন মুদ্রাত বীণ বজোৱা অৱস্থা দেখুৱাই মুদ্রিত কৰা হিন্দু ৰজাজনৰ নাম কি?
(ক) শিৱাজী
(খ) বিক্রমাদিত্য
(গ) সমুদ্র গুপ্ত
(ঘ) অশোক
Ans:(গ) সমুদ্র গুপ্ত
১২। হিটলাৰ কেতিয়া জাৰ্মানীৰ উপদেষ্টা (Chancellor) হৈছিল?
(ক) ১৯২৪ খ্রীষ্টাব্দ
(খ) ১৯৩৩ খ্রীষ্টাব্দ
(গ) ১৯৩৯ খ্রীষ্টাব্দ
(ঘ) ১৯৪৫ খ্রীষ্টাব্দ
Ans:(খ) ১৯৩৩ খ্রীষ্টাব্দ
১৩। ৰাজস্থানৰ আজমীৰত অৱস্থিত ‘তাৰাগড় দুৰ্গ’ কোনে নির্মাণ কৰিছিল?
(ক) ৰজা চৱাই মানসিঙে
(খ) ৰাণা উদয় সিঙে
(গ) জাহাঙ্গীৰে
(ঘ) আকবৰে
Ans:(ঘ) আকবৰে
১৪। তলত দিয়াবোৰৰ ভিতৰত কোনগৰাকী অশোকৰ জীয়েক হয়?
(ক) সংঘমিত্রা
(খ) চাৰুলতা
(গ) সম্প্রীতি
(ঘ) কান্নাগী
Ans:(ক) সংঘমিত্রা
১৫। তলত দিয়াবোৰৰ ভিতৰত কোনজন মহাবীৰ আলেকজেণ্ডাৰৰ সমসাময়িক ৰজা আছিল?
(ক) চন্দ্রগুপ্ত মৌর্য্য
(খ) অশোক
(গ) বিক্রমাদিত্য
(ঘ) অজাত শত্রু
Ans:(খ) অশোক
১৬। পৃথিৱী পৰিভ্ৰমণ কৰা প্ৰথমগৰাকী ব্যক্তি কোন?
(ক) মেগেলান
(খ)