15/09/2026
ড্ৰাগছৰ বিৰুদ্ধে সজাগ হওঁ আহক, অসমক ড্ৰাগছ মুক্ত কৰি গঢ়ি তোলো আহক।
আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত জিলা সদৰত উঠি অহা প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সমদল ৰূপায়ণ কৰো।