Dr.Rohini Kanta Baruah Law College Golden Jubilee Celebration 2025-26

  • Home
  • India
  • Dibrugarh
  • Dr.Rohini Kanta Baruah Law College Golden Jubilee Celebration 2025-26

Dr.Rohini Kanta Baruah Law College Golden Jubilee Celebration 2025-26 Golden Jubilee Year Celebration of Dr. Rohini Kanta Baruah Law College 2025-26

02/05/2026
Dr. Rohini Kanta Barua Law College, Dibrugarh in collaboration with DHSK College (Autonomous), Dibrugarh  observed Const...
04/12/2025

Dr. Rohini Kanta Barua Law College, Dibrugarh in collaboration with DHSK College (Autonomous), Dibrugarh observed Constitution Day on 26th November , by jointly organizing a North-East Level Quiz Competition under an MoU between the two institutions. The event was part of the Golden Jubilee Celebration of Dr. Rohini Kanta Barua Law College and the programme was sponsored by District Legal Services Authority (DLSA) and the Central Bureau of Communication, Ministry of Information and Broadcasting, Govt. of India. A total of 23 teams from across the North East participated in the competition. Renowned quizmaster Mr. Sakya Samik Kar Khound conducted the Quiz Competition. Following an intense written preliminary round, six teams advanced to the final round. After keenly contested finale, Aryakalpa Bhattacharya from Dhemaji College and Partha Protim Bharaluwa from DIET Dhemaji emerged as the winner, while Nishikesh Parashar from Gauhati University and Partha Protim Haloi from NERIM Group of Institutions , Guwahati secured the 1st runner up position and Maharnab Kashyap and Aditya Pallab Nath from Jorhat Engineering College were the 2nd runner up. The quiz competition highlighted the role of youth in strengthening constitutional values and encouraging wider participation in knowledge based activities.

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস উপলক্ষে সৰ্বভাৰতীয়ভিত্তিত ছাত্ৰছাত্ৰীৰ মাছত এখন ৰচনা লেখা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে৷
21/10/2025

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস উপলক্ষে সৰ্বভাৰতীয়ভিত্তিত ছাত্ৰছাত্ৰীৰ মাছত এখন ৰচনা লেখা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে৷

যোৱা পঞ্চাশ বছৰ ধৰি বহুজন শিক্ষা গুৰুৱে তেখেত সকলৰ মহিমামণ্ডিত ব্যক্তিত্ব আৰু প্ৰজ্ঞাৰ জ্যোতিৰে এই মহাবিদ্যালয়লৈ শিক্ষা...
05/09/2025

যোৱা পঞ্চাশ বছৰ ধৰি বহুজন শিক্ষা গুৰুৱে তেখেত সকলৰ মহিমামণ্ডিত ব্যক্তিত্ব আৰু প্ৰজ্ঞাৰ জ্যোতিৰে এই মহাবিদ্যালয়লৈ শিক্ষা গ্ৰহণ কৰিবলৈ অহা বিদ্যাৰ্থী সকলৰ জীৱন উজলাই তুলিছে যাৰ বাবে তেখেতসকলৰ প্ৰতি এই মহাবিদ্যালয় চিৰকৃতজ্ঞ হৈ থাকিব। এই ত্যাগৰ ঋণ আমি পৰিশোধ কৰা সম্ভৱ নহয় যদিও সোণালী জয়ন্তী বৰ্ষৰ এই শুভ ক্ষণত শিক্ষক দিৱসৰ আপাহতে বৰ্তমান কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়৷

আজি ৬৪তম শিক্ষক দিৱসৰ দিনা অসমীয়া সাহিত্যৰ মহীৰূহ,  “মিতভাষ“ৰ শ্ৰষ্টা ড° নগেন শইকীয়াদেৱক ড° ৰোহিণীকান্ত বৰুৱা মহাবিদ্যাল...
05/09/2025

আজি ৬৪তম শিক্ষক দিৱসৰ দিনা অসমীয়া সাহিত্যৰ মহীৰূহ, “মিতভাষ“ৰ শ্ৰষ্টা ড° নগেন শইকীয়াদেৱক ড° ৰোহিণীকান্ত বৰুৱা মহাবিদ্যালয়ৰ সোনালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ তৰফৰ পৰা তেখেতৰ নিজা বাসভৱনত সম্বৰ্দ্ধনা জনোৱা হয়৷

দৈনিক জনমভূমি/১৬-০৫-২০২৫
16/05/2025

দৈনিক জনমভূমি/১৬-০৫-২০২৫

অসম আদিত্য/১৬-০৫-২০২৫
16/05/2025

অসম আদিত্য/১৬-০৫-২০২৫

Address

K. C. Gogoi Path, Khalihamari
Dibrugarh
786001

Website

Alerts

Be the first to know and let us send you an email when Dr.Rohini Kanta Baruah Law College Golden Jubilee Celebration 2025-26 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share