03/10/2026
ঐতিহাসিক জয়...
গুৱাহাটী বিশ্ববিদ্যালয় প্ৰাঙ্গণত GUMSUৰ বিজয় ধ্বজা।
ধন্যবাদ গুৱাহাটী বিশ্ববিদ্যালয়।
আমি জনাবলৈ পাই সুখী হৈছোঁ যে গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত গুৰু ক্ৰীড়া সম্পাদক (Major Games Secretary)পদত চুমন চাহিল পেগু জয়ী হ'বলৈ সক্ষম হৈছে।
গুৱাহাটী বিশ্ববিদ্যালয় মিচিং ছাত্ৰ সন্থাৰ হৈ চুমনৰ এই যাত্ৰাত সহযোগীতা আগবঢ়োৱা AT4 ছাত্ৰাৱাস,অসম ছাত্ৰ পৰিষদ(ACP),টাকাম মিচিং পৰিন কেবাঙ(TMPK) লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমূহ ছাত্ৰ-ছাত্ৰীলৈ অশেষ ধন্যবাদ। আমাৰ বিশ্বাস পেগুৱে আগন্তুক দিনত বিশ্ববিদ্যালয়ৰ হিতৰ হকে নিশ্চিতভাৱে কাম কৰিব।
MISING RÉNGAM ÍRROI
~ গুৱাহাটী বিশ্ববিদ্যালয় মিচিং ছাত্ৰ সন্থা