Indira Miri Rcc-2 Girls-Hall ,Gauhati University

Call Directions

Indira Miri Rcc-2 Girls-Hall ,Gauhati University It's the official page of our hostel, where we try to share some important notifications about vario

জ্ঞান, ভক্তি আৰু মানৱতাৰ পোহৰে অসমীয়া সমাজক আলোকিত কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মতিথিত গভীৰ শ্ৰদ্ধাৰে সোঁৱৰিছোঁ 🙏🌸
21/09/2026

জ্ঞান, ভক্তি আৰু মানৱতাৰ পোহৰে অসমীয়া সমাজক আলোকিত কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মতিথিত গভীৰ শ্ৰদ্ধাৰে সোঁৱৰিছোঁ 🙏🌸

২০২৬ বৰ্ষৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱাগত আদৰণি সভাত আমাৰ আৱাসৰ পৰা 'শ্ৰেষ্ঠ নৱাগতা'ৰ দ্বিতীয় শ্ৰেষ্ঠ (Second Best Fres...
14/09/2026

২০২৬ বৰ্ষৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱাগত আদৰণি সভাত আমাৰ আৱাসৰ পৰা 'শ্ৰেষ্ঠ নৱাগতা'ৰ দ্বিতীয় শ্ৰেষ্ঠ (Second Best Fresher) খিতাপ বুটলি আনিবলৈ সক্ষম হোৱাৰ বাবে হিমাশ্ৰী গায়নলৈ আমাৰ সমগ্ৰ আৱাসবাসীৰ তৰফৰ পৰা জনাইছোঁ বহু বহু শুভেচ্ছা আৰু উষ্ম অভিনন্দন।

​তোমাৰ এই সাফল্যই আমাৰ আৱাসলৈ অপাৰ গৌৰৱ আৰু আনন্দ কঢ়িয়াই আনিছে। বিশ্ববিদ্যালয়ৰ বাকৰিত তোমাৰ এই আৰম্ভণিয়ে আগন্তুক দিনবোৰত অধিক সাফল্যৰ পথ প্ৰশস্ত কৰক। তোমাৰ উজ্জ্বল ভৱিষ্যৎ আৰু শিক্ষা জীৱনৰ উত্তৰোত্তৰ সমৃদ্ধি কামনা কৰিলোঁ।

02/09/2026

নীলা খামৰ চিঠি�

Congratulations 🎉Heartiest congratulations to our newly appointed Prefect and Assistant Prefects! 🌸✨Wishing you all the ...
21/08/2026

Congratulations 🎉
Heartiest congratulations to our newly appointed Prefect and Assistant Prefects! 🌸✨
Wishing you all the very best for your new responsibilities. May you lead with confidence, kindness, and dedication, and make our hostel proud. 💐❤️

This Independence Day, let your creativity speak for India! 🇮🇳🎨🎬From strokes to stories, from art to reels—let’s celebra...
12/08/2026

This Independence Day, let your creativity speak for India! 🇮🇳🎨🎬
From strokes to stories, from art to reels—let’s celebrate the spirit of freedom together. ✨
RCC2 Girls’ Hostel | Gauhati University

Congratulations Everyone 🥳🥳🥳
09/03/2026

Congratulations Everyone 🥳🥳🥳

Many many Congratulations to Anamika Goswami...Ex Prefect of Rcc2 Girl's Hall(2019-20)💐💐💐
04/03/2026

Many many Congratulations to Anamika Goswami...
Ex Prefect of Rcc2 Girl's Hall
(2019-20)
💐💐💐

Address

Guwahati

Telephone

+919101918993

Website

Alerts

Be the first to know and let us send you an email when Indira Miri Rcc-2 Girls-Hall ,Gauhati University posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share