Anundoram Borooah Academy Mahipalkuchi, Balikuchi_ARBA_

Anundoram Borooah Academy Mahipalkuchi, Balikuchi_ARBA_ Educational institute

প্ৰাণৰ শিল্পী আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ওপজা দিনটি “আনন্দৰাম বৰুৱা একাডেমি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল বালিকুছি”টো উদ্‌যা...
18/11/2025

প্ৰাণৰ শিল্পী আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ওপজা দিনটি “আনন্দৰাম বৰুৱা একাডেমি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল বালিকুছি”টো উদ্‌যাপন কৰা হয়৷তেখেত য’তেই আছে শান্তিত থাকক৷তেখেতৰ সৃষ্টিৰাজি চিন্তাৰে সমূহ অসমবাসী একতাৰ এনাজৰীৰে আগবাঢ়ি যাওঁক তাৰেই আশা ৰাখিছোঁ৷

18/10/2025

বাপতিসাহোন কাতি বিহুটিৰ এই পৱিত্ৰ ক্ষণত আনন্দৰাম বৰুৱা একাডেমি পৰিয়ালৰ লগতে সমূহ অসমবাসী ৰাইজৰ মংগল আৰু সমৃদ্ধি কামনা কৰিছোঁ ।

কাতি বিহুৰ আকাশবন্তিৰ পোহৰে উজলাই তোলক কৃষিজীৱি ৰাইজৰ সপোন, উৰ্বৰা হৈ উঠক প্ৰতিখন খেতিপথাৰ আৰু ফচলেৰে ভৰি পৰক হেঁপাহৰ প্ৰতিটো ভঁৰাল ।

12/03/2025
12/03/2025
12/03/2025

কামৰূপ আৰু দৰংঙ জিলাৰ সমীপৱৰ্তী অঞ্চলত অৱস্থিত মহিপালকুছিস্থিত আনন্দৰাম বৰুৱা একাডেমিত আজি একাডেমিৰ পৰিচালনা সমিতিৰ সভাপতি ইন্তাজুল আলম আৰু সম্পাদিকা পম্পামণি কলিতাৰ লগতে প্ৰধান শিক্ষক মুনীন নাথ গোস্বামীৰ তত্ত্বাৱধানত আগতীয়াকৈ ৰঙৰ উৎসৱ হোলী উদযাপন কৰা হয় ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত৷একাডেমিত জাতি-ধৰ্ম নিৰ্বিশেষে সকলোৱে লগ হৈ সকলো উৎসৱ অনুষ্ঠানে উদযাপন কৰে যাতে সিহঁতে মুল শিপা পাহৰি নাযায় লগতে ইজনে আনজনৰ বিষয়ে জানি সমাজত একতা বজাই ৰাখি ভাতৃত্ববোধৰ এনাজৰীৰে আগবাঢ়ি যায়৷ এইখিনিতেই আপোনালোকক জনাবলৈ বিচাৰিছো যে - একাডেমিখনত অংকুৰ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ নামভৰ্তি প্ৰক্ৰিয়া চলি আছে৷এই একাডেমিখনত কম্পিউটাৰ,নৃত্য,কম্ফু,যোগা শিক্ষাও সম্পূৰ্ণ বিনামূলীয়াকৈ ছাত্ৰ-ছাত্ৰীসকলক দিয়া হয়৷ইচ্চুক অভিভাৱক- অভিভাৱিকা সকলে তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে - 9387115734/8876475767/6002232564

16/09/2023

তোমালোকেই আমাৰ ভৱিষ্যত... মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে একাডেমিৰ ছাত্ৰ-ছাত্ৰীসকলে গুৰুজনাৰ সৃষ্টিৰ এফাঁকি নামেৰে তেওঁৰ প্ৰতি সেৱা জনাইছে

প্ৰতিগৰাকী শিক্ষাগুৰুলৈ “শিক্ষক দিৱসৰ” শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷আনন্দৰাম বৰুৱা একাডেমি,মহিপালকুছিত “শিক্ষক দিৱস” উদ্‌যাপনৰ...
05/09/2023

প্ৰতিগৰাকী শিক্ষাগুৰুলৈ “শিক্ষক দিৱসৰ” শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷আনন্দৰাম বৰুৱা একাডেমি,মহিপালকুছিত “শিক্ষক দিৱস” উদ্‌যাপনৰ কিছু মধুৰ মূহুৰ্ত.....

৭৭ তম্‌ স্বাধীনতা দিৱস উপলক্ষে আনন্দৰাম বৰুৱা একাডেমি,মহিপালকুছিত বিভিন্ন কাৰ্যসূচীৰে স্বাধীনতা দিৱস উদ্‌যাপন কৰাৰ কিছু ...
15/08/2023

৭৭ তম্‌ স্বাধীনতা দিৱস উপলক্ষে আনন্দৰাম বৰুৱা একাডেমি,মহিপালকুছিত বিভিন্ন কাৰ্যসূচীৰে স্বাধীনতা দিৱস উদ্‌যাপন কৰাৰ কিছু মধুৰ মুহূৰ্ত...
15-08-2023

Address

Mahipalkuchi, Balikuchi P. O. Baihata Chariali
Guwahati
781381

Telephone

+919707610715

Website

Alerts

Be the first to know and let us send you an email when Anundoram Borooah Academy Mahipalkuchi, Balikuchi_ARBA_ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to Anundoram Borooah Academy Mahipalkuchi, Balikuchi_ARBA_:

Share