Department of Political Science, B. P. Chaliha College

Department of Political Science, B. P. Chaliha College Established in 1972

Our Proud....
23/12/2025

Our Proud....

আজি বিভাগৰ উদ্যোগত মহাবিদ্যালয়ৰ ডিজিটেল শ্ৰেণীকোঠা ৭ত 'Role of Mass Media in Party Politics' শীৰ্ষক এখনি আলোচনাচক্ৰ অনু...
08/11/2025

আজি বিভাগৰ উদ্যোগত মহাবিদ্যালয়ৰ ডিজিটেল শ্ৰেণীকোঠা ৭ত 'Role of Mass Media in Party Politics' শীৰ্ষক এখনি আলোচনাচক্ৰ অনুষ্ঠিত হয়। মুঠ ১০খন গৱেষণা পত্ৰ পাঠ কৰা হয়।

13/10/2025

অসম পুলিচত নিযুক্তি লাভ কৰি বিভাগলৈ সুনাম কঢ়িয়াই অনা দেৱৰাজ দাস, আব্দুল কায়ম আৰু শ্বাহ আলমলৈ অলেখ অযুত শুভেচ্ছা জনালোঁ।

16/09/2025

যিসকল শিক্ষাৰ্থীয়ে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত এম এ, এম কম বা গণিত বিষয়ত এম এচ চি কৰিব বিচাৰে, তেওঁলোকে বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয় অধ্যয়ন কেন্দ্ৰত কৰিব পাৰিব। নামভৰ্তি চলি আছে।

স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা তৰ্ক আৰু কুইজ প্ৰতিযোগিতাৰ কেইখনমান স্হিৰচিত্ৰ ।
29/08/2025

স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা তৰ্ক আৰু কুইজ প্ৰতিযোগিতাৰ কেইখনমান স্হিৰচিত্ৰ ।

Admission is going on....  contact: B P Chaliha College
29/08/2025

Admission is going on....
contact: B P Chaliha College

Admission open (online)Visit: kkhsou.in
05/08/2025

Admission open (online)
Visit: kkhsou.in

ক্ৰমাগতভাৱে চতুৰ্থবাৰৰ বাবে মহাবিদ্যালয় সপ্তাহ ২০২৫ত শ্ৰেষ্ঠ বিভাগৰ খিতাপ ৰাজনীতি বিজ্ঞান বিভাগলৈ।
28/05/2025

ক্ৰমাগতভাৱে চতুৰ্থবাৰৰ বাবে মহাবিদ্যালয় সপ্তাহ ২০২৫ত শ্ৰেষ্ঠ বিভাগৰ খিতাপ ৰাজনীতি বিজ্ঞান বিভাগলৈ।

Departmental Seminar on Trends in Indian Political Thought has been organised on 02.05. 2025.
28/05/2025

Departmental Seminar on Trends in Indian Political Thought has been organised on 02.05. 2025.

A seminar on Day Against Superstitious belief has been organised by the department on 13th may 2025.
28/05/2025

A seminar on Day Against Superstitious belief has been organised by the department on 13th may 2025.

15/02/2025

Address

Nagarbera
Guwahati

Website

Alerts

Be the first to know and let us send you an email when Department of Political Science, B. P. Chaliha College posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share