Gauhati University Tai Ahom Student Society

Gauhati University Tai Ahom Student Society Non Profit Organisation

07/09/2024
শুভেচ্ছা জ্ঞাপন কৰিলোঁ 💐
22/08/2024

শুভেচ্ছা জ্ঞাপন কৰিলোঁ 💐

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাবে দায়িত্ব গ্ৰহণ কৰা ডঃ ননী গোপাল মহন্ত ছাৰক বিশ্ববিদ্যালয় আহোম গোটৰ তৰফৰ আদৰণ...
21/08/2024

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাবে দায়িত্ব গ্ৰহণ কৰা ডঃ ননী গোপাল মহন্ত ছাৰক বিশ্ববিদ্যালয় আহোম গোটৰ তৰফৰ আদৰণি জনোৱা হয়।
Gauhati University
Gauhati University

যোৱা ১৩ তাৰিখে তাই আহোম উন্নয়ণ পৰিষদে তাই আহোম যুৱক যুৱতীৰ শৈক্ষিক উন্নয়ণৰ বাবে ২০২৪-২৫ বৰ্ষৰ বাবে UPSC APSC ত অৱতীৰ্ণ হ...
21/08/2024

যোৱা ১৩ তাৰিখে তাই আহোম উন্নয়ণ পৰিষদে তাই আহোম যুৱক যুৱতীৰ শৈক্ষিক উন্নয়ণৰ বাবে ২০২৪-২৫ বৰ্ষৰ বাবে UPSC APSC ত অৱতীৰ্ণ হ’ব পৰাকৈ ২০২৪ চনৰ ২৩ জুন তাৰিখে প্ৰৱেশ পৰীক্ষাৰ অনুস্থিত কৰিছিলে, তাৰ পিছত ১০, ১১, আৰু ১২ জুলাইত অনুষ্ঠিত হোৱা সাক্ষাৎকাৰৰ ৰাউণ্ডৰ চূড়ান্ত ফলাফলত শীৰ্ষ ৪০ গৰাকী পৰীক্ষাৰ্থীয়ে নিজৰ যোগ্যতাৰ ফলত সফল হৈছে। তাৰ বাবে আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ টাই আহোম ছাত্ৰ সমাজৰ হৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। তলত নিৰ্বাচিত প্ৰাৰ্থীৰ তালিকাখন দিয়া হৈছে।
ধন্যবাদ, তাই আহোম পেয়ং লে।

আন্তৰিক অভিনন্দন 💐💐💐
19/08/2024

আন্তৰিক অভিনন্দন 💐💐💐

Address

Gauhati University
Guwahati
781014

Website

Alerts

Be the first to know and let us send you an email when Gauhati University Tai Ahom Student Society posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to Gauhati University Tai Ahom Student Society:

Share