Assam Professional Academy, APA

Assam Professional Academy, APA APA is a VTP provider under NCVT Ministry of Labour & Employment Govt. of India.

https://youtu.be/W5en7bNwWrM
27/07/2022

https://youtu.be/W5en7bNwWrM

Global warming is the rise in average temperatures across the globe, which has been ongoing at least since record keeping began in 1880. ...

https://youtu.be/EDrMLTXapBIযিখন দেশত মহিলাক দেৱীতুল্য জ্ঞান কৰি লক্ষ্মী-সৰস্বতী-পাৰ্বতী-দুৰ্গা আদিক উপাসনা কৰা হয;  সেই...
27/04/2022

https://youtu.be/EDrMLTXapBI
যিখন দেশত মহিলাক দেৱীতুল্য জ্ঞান কৰি লক্ষ্মী-সৰস্বতী-পাৰ্বতী-দুৰ্গা আদিক উপাসনা কৰা হয; সেইখন দেশত মহিলা সম্পূৰ্নভাৱে সুৰক্ষিত নহয়। সেয়া ঘৰত হওঁক, বা কাৰ্য্যালয়ত হওঁক। যোৱা কেইবছৰমানত মহিলাৰ ওপৰত বৰ্ধিত অত্যাচাৰৰ পৰিপ্ৰেক্ষিতত মহিলাসকল সুৰক্ষাৰ দিশটো কটকটীয়া কৰাৰ বাবে সচেতন মহলে চিন্তা-চৰ্চা আৰু চৰকাৰে পদক্ষেপ লৈ আছে, তথাপি আমি ক'ব নোৱাৰো যে আমাৰ দেশৰ মহিলাসকল সম্পূৰ্ণৰূপে সুৰক্ষিত।
মহিলাসকলে নিজে অসুৰক্ষিত অনুভৱ কৰে, তেওঁলোকে ৰাতি অকলে বাহিৰলৈ যোৱাৰ কথা ভাবিবই নোৱাৰে।
সেয়ে মহিলাসকলে নিজৰ সুৰক্ষাৰ দায়িত্ব নিজে ল'ব লাগিব। সাৱধানতাই বহু সময়ত সম্ভাৱ্য বিপদৰ পৰা ৰক্ষা কৰিব পাৰে।

Link: https://youtu.be/EDrMLTXapBI

https://youtu.be/ykudc5uXOx0সামাজিক মাধ্যমত দুষ্ট চক্ৰ দ্বাৰা নিতৌ সংঘটিত হৈ থকা অসমাজিক কাৰ্যকলাপৰ বিষয়ে  সজাগতা বিয়পোৱ...
19/04/2022

https://youtu.be/ykudc5uXOx0

সামাজিক মাধ্যমত দুষ্ট চক্ৰ দ্বাৰা নিতৌ সংঘটিত হৈ থকা অসমাজিক কাৰ্যকলাপৰ বিষয়ে সজাগতা বিয়পোৱাৰ উদ্দেশ্যে এই চমু ভিডিঅ'টো বনোৱা হৈছে।
সময় পালে চাব।

Address

Ulubari, Bora Service, Guwahati/7, . Ph: 0361-2452822/2452622, Mobile No : 98542-36557, Fax : (0361) 2463822, . E/mail : Professional2825@gmail. Com
Guwahati
781107

Alerts

Be the first to know and let us send you an email when Assam Professional Academy, APA posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to Assam Professional Academy, APA:

Share