Pratima Baruah Pandey Hostel, Gauhati University

Pratima Baruah Pandey Hostel, Gauhati University Pratima Baruah Pandey
RCC 6 GIRLS HALL, GAUHATI UNIVERSITY
Established In 2015

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসম আৰ্হি ৮নং ছাত্ৰাৱাসৰ উদ্যোগত ৭৯ তম স্বাধীনতা দিৱস উপলক্ষে অনুস্থিত হোৱা দলীয় নৃত্য প্...
16/08/2025

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসম আৰ্হি ৮নং ছাত্ৰাৱাসৰ উদ্যোগত ৭৯ তম স্বাধীনতা দিৱস উপলক্ষে অনুস্থিত হোৱা দলীয় নৃত্য প্ৰতিযোগিতাত আমাৰ আৱাসে ৩য় স্থান লাভ কৰিবলৈ সক্ষম হয়।

৭৯ তম্ স্বাধীনতা দিৱস উপলক্ষে আমাৰ আৱাসত "ON SPOT POSTER MAKING COMPETITION"  অনুষ্ঠিত হয়। য'ত বিচাৰকৰ আসনত  উপস্থিত থাক...
16/08/2025

৭৯ তম্ স্বাধীনতা দিৱস উপলক্ষে আমাৰ আৱাসত "ON SPOT POSTER MAKING COMPETITION" অনুষ্ঠিত হয়। য'ত বিচাৰকৰ আসনত উপস্থিত থাকে
ড° অখিল ৰঞ্জন দত্ত
সমাজ তত্ব বিভাগৰ মুৰব্বী অধ্যাপক
আৰু মুখ্য অতিথিৰ আসনত উপস্থিত থাকে
ড° মধুশ্ৰী দাস
আমাৰ আৱাসৰ তত্বাৱধায়িকা তথা ভূগোল বিভাগৰ অধ্যাপিকা ।
প্ৰতিযোগিতা খনত প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় - শঙ্কৰ শৰ্মা
দ্বিতীয়- বিশাল শৰ্মা
তৃতীয় - প্ৰশান্ত গগৈ

তিনিও জনলৈকে আমাৰ আৱাসৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

আমাৰ ছাত্রী নিবাসৰ মৰমৰ বেনজিন চুলতানা বালৈ বহুত বহুত শুভকামনা জনালোঁ। বাৰ আজি প্ৰথমখন স্বৰচিত গ্ৰন্থ "ভাবনাৰ দিকচৌ বনত"...
25/06/2025

আমাৰ ছাত্রী নিবাসৰ মৰমৰ বেনজিন চুলতানা বালৈ বহুত বহুত শুভকামনা জনালোঁ। বাৰ আজি প্ৰথমখন স্বৰচিত গ্ৰন্থ "ভাবনাৰ দিকচৌ বনত" উন্মোচন হয়। এই গ্রন্থখনত সৰ্বমুঠ ৩৯টা প্ৰৱন্ধ সন্নিবিষ্ট কৰা হৈছে। গ্ৰন্থ খনত সামাজিক, সাংস্কৃতিক, শিক্ষা, নাৰী স্বাস্থ্য, বিজ্ঞান আদি বিভিন্ন বিষয়ৰ প্ৰৱন্ধ লিপিবদ্ধ হৈ আছে। তদুপৰি গ্ৰন্থ খনৰ বিভিন্ন প্ৰৱন্ধৰ মাজেৰে লেখিকাৰ মনৰ অনুভূতিবোৰ সুন্দৰ ভাৱে প্ৰতিফলিত হৈছে। বায়ে যাতে আগলৈও এনেদৰে সাহিত্য চর্চা কৰিব পাৰে তাৰেই কামনা কৰিলোঁ।

20/06/2025
Hostel farewell and seniority ❤️
20/06/2025

Hostel farewell and seniority ❤️

Please support Ananya Sarma as your AGS❤️
19/09/2024

Please support Ananya Sarma as your AGS❤️

Happy Janmashtami to everyone from our entire Pratima Barua Pandey RCC 6 family
26/08/2024

Happy Janmashtami to everyone from our entire Pratima Barua Pandey RCC 6 family

On spot essay writing competition held in 15th of August 2024 on the occasion of Independence day Pratima Baruah Pandey ...
17/08/2024

On spot essay writing competition held in 15th of August 2024 on the occasion of Independence day Pratima Baruah Pandey Hostel, Gauhati University

Celebration of 78th Independence day Pratima Baruah Pandey Hostel, Gauhati University
17/08/2024

Celebration of 78th Independence day Pratima Baruah Pandey Hostel, Gauhati University

For any kind of queries feel free to contact usPratima Baruah Pandey Hostel, Gauhati University
29/07/2024

For any kind of queries feel free to contact us
Pratima Baruah Pandey Hostel, Gauhati University

স্বৰ্গীয় ৰিংকুৰাজ বসুমতাৰী সোঁৱৰণী আন্তঃআৱাস-নিৱাস ভলীবল প্ৰতিযোগিতাৰ মহিলা শাখাৰ বিজয়ী দল ❤️  শ্ৰেষ্ঠ খেলুৱৈ - Nazia ...
06/05/2024

স্বৰ্গীয় ৰিংকুৰাজ বসুমতাৰী সোঁৱৰণী আন্তঃআৱাস-নিৱাস ভলীবল প্ৰতিযোগিতাৰ মহিলা শাখাৰ বিজয়ী দল ❤️
শ্ৰেষ্ঠ খেলুৱৈ - Nazia Afruz
Congratulations RCC6 ✨

গুৱাহাটী বিশ্ববিদ্যালয় আছু গোট আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় আছু গোটৰ উদ্যোগত আয়োজিত বসন্ত উৎসৱ ২০২৪ ৰ জেং বিহু ...
01/05/2024

গুৱাহাটী বিশ্ববিদ্যালয় আছু গোট আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় আছু গোটৰ উদ্যোগত আয়োজিত বসন্ত উৎসৱ ২০২৪ ৰ জেং বিহু প্ৰতিযোগিতাত আমাৰ নিৱাসৰ দলটোৱে দ্বিতীয় স্থান লাভ কৰে ✨ সকলোলৈকে অভিনন্দন ❤️

Address

Pratima Baruah Pandey[RCC6 GIRLS HALL], GAUHATI UNIVERSITY
Guwahati
781014

Website

Alerts

Be the first to know and let us send you an email when Pratima Baruah Pandey Hostel, Gauhati University posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share