Haji Ajmal Ali College, Nilbagan

Directions Website Contact the university

Haji Ajmal Ali College, Nilbagan Est. -1995
Programme Offered- B.A. Gen & Hons (FYUGP). Affiliated to Gauhati University.

মহাবিদ্যালয়ত আয়োজন কৰা দিৱসৰ কিছু মূহুৰ্ত।তাৰিখ: ১৯/০৯/২০২৬
20/09/2026

মহাবিদ্যালয়ত আয়োজন কৰা দিৱসৰ কিছু মূহুৰ্ত।তাৰিখ: ১৯/০৯/২০২৬

19/08/2026

Fatima Anjum, a student of B.A. 1st Semester, delivered a speech on “Kanaklata Barua – Freedom Fighter of Assam” on the occasion of Independence Day, 15th August.

15/08/2026

🇮🇳 Tribute to Our Freedom Fighters 🇮🇳

On the occasion of the 80th Independence Day of India, we pay our heartfelt tribute to the brave freedom fighters whose courage and sacrifices gave us the freedom we cherish today.

Let us celebrate our nation with pride, unity, and patriotism.

Wishing all Indians a very Happy 80th Independence Day! 🇮🇳
Flag Hoisting @ 7:45 AM
National Anthem by our beloved students

Celebration of 80th Independence Day @ the college
15/08/2026

Celebration of 80th Independence Day @ the college

মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী তথা কৰ্মচাৰী বৃন্দৰ উজনিৰ বানত বিধস্ত আৰ্তজনক সহায়ৰ বাবে আজিৰ সাহাৰ্য সংগ্...
28/07/2026

মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী তথা কৰ্মচাৰী বৃন্দৰ উজনিৰ বানত বিধস্ত আৰ্তজনক সহায়ৰ বাবে আজিৰ সাহাৰ্য সংগ্ৰহ অভিযানৰ কিয়দাংশ।শ্ৰদ্ধাৰ নিলবাগান বাসী ৰাইজলৈ অশেষ কৃতজ্ঞতা- মানৱীয়তাৰ যি দৃষ্টান্ত আমাৰ ছাত্ৰ-ছাত্ৰী সকলে আজি দেখিলে আৰু লগতে উপলব্ধি কৰিলে সি নিশ্ছয়কৈ তেওলোকক এখন প্ৰকৃত মানৱ সমাজ গঢ়াত অনুপ্ৰেৰনা যোগাব।

27/07/2026

২৭২খন কলেজৰ ভিতৰত উজলি উঠিল খাদিজা আখতাৰা।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক পৰীক্ষাৰ ফলাফলত ইংৰাজী বিষয়ত শীৰ্ষস্থান দখল কৰি গ'ল্ড মেডেল লাভ খাদিজা আখতাৰাৰ।

,Nilbagan

 #গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক ফলাফলত গল্ড মেডেল লাভ কৰি  #প্ৰথম স্থানেৰে উজলিল খাদিজা৷ ইংৰাজী মেজৰত গুৱাহাটী বিশ্ববি...
27/07/2026

#গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক ফলাফলত গল্ড মেডেল লাভ কৰি #প্ৰথম স্থানেৰে উজলিল খাদিজা৷

ইংৰাজী মেজৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ ২৭২খন কলেজৰ ভিতৰতে শীৰ্ষস্থান দখল খাদিজা আখতাৰাৰ

খাদিজা আখতাৰা হোজাই জিলাৰ ইছলাম নগৰ, ফতেহপুৰৰ মৰহুম মৌলানা ইউছুফ আলী কাছিমী আৰু শ্বাহিদা বেগমৰ কন্যা।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সদ্য ঘোষিত স্নাতক পৰীক্ষাৰ ফলাফলত আজমল ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত নীলবাগান হাজী আজমল আলী কলেজৰ ইংৰাজী বিভাগৰ ছাত্ৰী খাদিজা আখতাৰাই ৮.৯৩ চিজিপিএ (CGPA) নম্বৰ লাভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ কলেজ সমূহৰ ভিতৰতে শীৰ্ষস্থান দখল কৰি কৃতিত্বৰ নিদৰ্শন দাঙি ধৰিছে।

শিক্ষাৰ্থী গৰাকীৰ এই কৃতিত্বৰ বাবে আজি #আজমল ফাউণ্ডেচনৰ সঞ্চালক ড° খচৰুল ইছলাম সহ নীলবাগান হাজী আজমল আলী কলেজৰ শিক্ষক শিক্ষয়িত্ৰী সকল #খাদিজা_আখতাৰাৰ বাসগৃহত উপস্থিত হৈ জাপি, গামোচা আৰু শৰাইৰে সম্বৰ্ধনা জ্ঞাপন কৰে।


AJMAL CSR
, NILBAGAN
fans

26/07/2026

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষাত সোণৰ পদক ডবকাৰ খাদিজা আখতাৰৰ।

২৭২ খন কলেজৰ ভিতৰত স্নাতকত লাভ কৰিলে শীৰ্ষ স্থান। আগন্তুক শিক্ষা জীৱনৰ দায়িত্ব ল'লে বদৰুদ্দিন আজমলে।

The Annual Sports Week of the college was organized with various games for the holistic development of the students. The...
28/02/2026

The Annual Sports Week of the college was organized with various games for the holistic development of the students. The programme was inaugurated on 2nd February and concluded on 6th February with a prize distribution ceremony.

01/02/2026

Address

1 K. M Away From Nilbagan To Jaynagar-Murajhar Road
Hojai
782445

Opening Hours

Monday 8:30am - 3:30pm
Tuesday 8:30am - 3:30pm
Wednesday 8:30am - 3:30pm
Thursday 8:30am - 3:30pm
Friday 8:30am - 3:30pm
Saturday 8:30am - 3:30pm

Alerts

Be the first to know and let us send you an email when Haji Ajmal Ali College, Nilbagan posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to Haji Ajmal Ali College, Nilbagan:

Shortcuts

Share