Anwarul uloom shibpur madrasa

Anwarul uloom shibpur madrasa Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Anwarul uloom shibpur madrasa, College & University, borpukhiri, Hojai.

05/08/2026

السلام عليكم ورحمة الله وبركاته

আলহামদুলিল্লাহ!

আমাৰ *দাৰুল হাদিছ আনৱাৰুল উলুম, শিবপুৰ মাদ্ৰাছাৰ ওচমানীয়া ভৱনৰ* প্ৰায় ১২০ ফুট দীঘল ঘৰখন নিৰ্মাণ হোৱাৰ পিছৰে পৰা এতিয়ালৈকে ছাঁতবিহীন হৈ আছিল। ফলস্বৰূপে, বিশেষকৈ এই বছৰৰ অসহ্য গৰমত আমাৰ প্ৰিয় ছাত্ৰসকলে পাঠদান আৰু অধ্যয়নৰ সময়ত যথেষ্ট কষ্ট ভুগিবলগীয়া হৈছিল।

এই সমস্যাৰ সমাধানৰ উদ্দেশ্যে আমি কেইজনমান শিক্ষক কিছুমান দানবীৰ আৰু উদাৰ হৃদয়ৰ ব্যক্তিৰ ওচৰলৈ গৈ বিষয়টো অৱগত কৰোঁ। আলহামদুলিল্লাহ, তেওঁলোকে আন্তৰিকতাৰে সঁহাৰি জনাই ছাঁতৰ সম্পূৰ্ণ ব্যৱস্থা কৰি দিয়ে। বৰ্তমান ছাঁত স্থাপন সম্পূৰ্ণ হৈছে, আৰু ভৱনটো বহুত সুন্দৰ তথা ছাত্ৰসকলৰ বাবে অধিক উপযোগী হৈ পৰিছে।

এই মহৎ কামত যিসকল দানবীৰ ব্যক্তিয়ে নিজৰ হালাল উপাৰ্জনৰ ধন ব্যয় কৰি সহযোগিতা আগবঢ়াইছে, তেওঁলোক সকলোলৈ আমাৰ অন্তৰৰ গভীৰৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ।

আল্লাহ তা'আলা তেওঁলোকৰ এই সদকায়ে জাৰিয়াহ কবুল কৰক, তেওঁলোকৰ ধন-সম্পদত বৰকত দান কৰক, দুনিয়া আৰু আখিৰাতত উত্তম প্ৰতিদান দান কৰক। আমীন। 🤲

*মৌলানা ছালিম উদ্দিন ক্বাছিমী*
শিক্ষক দাৰুল হাদিছ আনৱাৰুল উলুম শিৱপুৰ মাদ্ৰাছা
৫/৮/২০২৬

بسم اللہ الرحمن الرحیم تعزیتی پیغام و اظہارِ غم انا للہ وانا الیہ راجعون انتہائی رنج و ملال اور دکھی دل کے ساتھ یہ اطلاع...
17/07/2026

بسم اللہ الرحمن الرحیم
تعزیتی پیغام و اظہارِ غم
انا للہ وانا الیہ راجعون انتہائی رنج و ملال اور دکھی دل کے ساتھ یہ اطلاع دی جاتی ہے کہ دارالحدیث انوارالعلوم شیب پور مدرسہ کے نہایت ہی محسن، مخلص اور خیر خواہ محترم جناب عزیز الاسلام بھائی، اور مدرسہ ہذا کے ناظمِ تعلیمات حضرت مولانا ضمیر الاسلام صاحب کے بڑے بھائی محترم جناب فیض الاسلام صاحب کا آج رات بنگلور کے ایک نجی ہسپتال میں انتقال ہو گیا ہے۔ان للہ ما اخذ ولہ ما اعطی وکل شیء عندہ باجل مسمی۔اس حادثہ فاجعہ پر دارالحدیث انوارالعلوم شیب پور کے تمام اساتذہ، اراکینِ شوریٰ اور ملازمین گہرے رنج و غم کا اظہار کرتے ہیں۔ مرحوم ایک نیک نفس، شریف اور بااخلاق انسان تھے۔ ان کا انتقال نہ صرف ان کے خاندان بلکہ مدرسہ کے لیے بھی ایک بڑا خسارہ ہے۔ہم سب اس مشکل گھڑی میں محترم عزیز الاسلام بھائی، حضرت مولانا ضمیر الاسلام صاحب اور تمام پسماندگان کے غم میں برابر کے شریک ہیں اور دل کی گہرائیوں سے تعزیت مسنونہ پیش کرتے ہیں۔اللہ تبارک و تعالیٰ سے دعا ہے کہ وہ مرحوم کی الٹی پٹی خطاؤں کو معاف فرمائے، ان کی سیئات کو حسنات سے مبدل فرمائے، قبر کی منزلوں کو آسان کرے اور انہیں جنت الفردوس میں اعلیٰ مقام عطا فرمائے۔ ساتھ ہی جملہ سوگواران کو صبرِ جمیل اور اجرِ جزیل سے نوازے۔
(آمین ثم آمین)
المعزین:
جملہ اساتذہ و اراکینِ مدرسہ دارالحدیث انوارالعلوم شیب پور مدرسہ

05/07/2026

🌿﷽🌿
السلام عليكم ورحمة الله وبركاته
*🤲 জৰুৰী জাননী আৰু দাৱৎনামা 🤲*
ইয়াৰ দ্বাৰা সকলো ইছলামপ্ৰেমী ভাই-বন্ধুসকলক সন্মানসহ জনোৱা যায় যে আগন্তুক ৮ জুলাই ২০২৬ ইং (বুধবাৰ) তাৰিখে *দাৰুল হাদীছ আনৱাৰুল উলূম, শিৱপুৰ মাদ্ৰাছাত* অনাবৃষ্টিৰ পৰা পৰিত্ৰাণ লাভ, উম্মতে মুছলিমাৰ শান্তি-কল্যাণ, আৰু দেশ-জাতিৰ মংঙ্গল কামনাৰে এখন *বিশেষ দোৱা মেহফিল* অনুষ্ঠিত কৰা হৈছে।
🕚 সময়: পুৱা ১১:৩০ বজাৰ পৰা
📖 কাৰ্যসূচী: খতমে কুৰআন, খতমে ইউনুছ আৰু অন্যান্য দ্বিনী আমল।
*🤲 যোহৰৰ নামাজৰ পিছত: বিশেষ মুনাজাত আৰু দোৱা অনুষ্ঠিত হ'ব, ইনশাআল্লাহ।*
সেয়ে সকলোকে আন্তৰিকভাৱে অনুৰোধ জনোৱা হৈছে যে পুৱা ১১:৩০ বজাৰ পৰা মাদ্ৰাছাত উপস্থিত হৈ এই বৰকতময় কাৰ্যসূচীত অংশগ্ৰহণ কৰক আৰু দোআত শ্বৰিক হৈ ছোৱাবৰ অংশীদাৰ হওক।
আপোনালোকৰ সাদৰ উপস্থিতি একান্তভাৱে কাম্য।
ইতি,
আলহাজ চুলতান আহমদ
সাধাৰণ সম্পাদক
মৌলানা জমিৰুল ইছলাম
নাজিমে তা'লীমাত
দাৰুল হাদীছ আনৱাৰুল উলূম, শিৱপুৰ মাদ্ৰাছা

Address

Borpukhiri
Hojai

Website

Alerts

Be the first to know and let us send you an email when Anwarul uloom shibpur madrasa posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share