Bahona College বাহনা মহাবিদ্যালয়

  • Home
  • India
  • Jorhat
  • Bahona College বাহনা মহাবিদ্যালয়

Bahona College বাহনা মহাবিদ্যালয় Official page of Bahona College. Stay connected to receive notifications, news, and event updates.

80th Independence Day celebration at Bahona College15-08-2026
15/08/2026

80th Independence Day celebration at Bahona College

15-08-2026

অসম সাহিত্য সভাৰ প্ৰাচ্যবিদ্যাৰ্ণৱ ড° মহেশ্বৰ নেওগ অসমতত্ত্ব গৱেষণা সংস্থান,বাহনা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ যৌথ উদ্যো...
13/08/2026

অসম সাহিত্য সভাৰ প্ৰাচ্যবিদ্যাৰ্ণৱ ড° মহেশ্বৰ নেওগ অসমতত্ত্ব গৱেষণা সংস্থান,
বাহনা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ যৌথ উদ্যোগত আৰু
মহাবিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত মান নিশ্চিতকৰণ কোষৰ সহযোগত

সাহিত্যিক নৱকান্ত বৰুৱাদেৱৰ জন্ম শতবৰ্ষ উপলক্ষে বক্তৃতানুষ্ঠান

বিষয় : নৱকান্ত বৰুৱা : সৃষ্টি আৰু চেতনা

নিৰ্দিষ্ট বক্তা : অধ্যাপক তুফেল জিলানী, কাকজান মহাবিদ্যালয়

Congratulations to the Editorial Board of the journal 'Zeitgeist: An Interdisciplinary Journal in Humanities and Social ...
07/08/2026

Congratulations to the Editorial Board of the journal
'Zeitgeist: An Interdisciplinary Journal in Humanities and Social Sciences'.
The ISSN National Center has issued the ISSN number for the journal.
This journal is 3rd journal with ISSN published by IQAC, Bahona College.

Orientation Programme for FYUGP 1st Semester Students | Bahona College, JorhatBahona College successfully organized the ...
07/08/2026

Orientation Programme for FYUGP 1st Semester Students | Bahona College, Jorhat
Bahona College successfully organized the Orientation Programme for FYUGP 1st Semester Students on 7th August 2026 under the aegis of the IQAC, Bahona College. The programme began with the College Song, followed by the Welcome Address by the Principal. Distinguished faculty members and resource persons delivered informative sessions on various aspects of college life, including the college profile, rules and regulations, IQAC, course structure, ERP and website, class routine, library services, students' grievance redressal, motor vehicle regulations, and ethical issues. Each session was thoughtfully designed to familiarize the newly admitted students with the academic environment, institutional facilities, and responsibilities, enabling them to begin their higher education journey with confidence. The programme concluded with a heartfelt Vote of Thanks by Dr. Rupjyoti Saikia. We sincerely appreciate the valuable contributions of all the resource persons and wish our new students a successful, enriching, and memorable academic journey at Bahona College. ✨📚🌿

Inauguration of Nijut Moina and Nijut Babu Aasoni at Bahona College.06-08-26
06/08/2026

Inauguration of Nijut Moina and Nijut Babu Aasoni at Bahona College.

06-08-26

যোৱা ২৮ জুলাই তাৰিখে বাহনা মহাবিদ্যালয় পৰিয়ালে কেইবাটাও বানপীড়িত অঞ্চলত উপস্থিত হৈ ১৭০টা সাহায্য সামগ্ৰীৰ পেকেট বিতৰণ...
29/07/2026

যোৱা ২৮ জুলাই তাৰিখে বাহনা মহাবিদ্যালয় পৰিয়ালে কেইবাটাও বানপীড়িত অঞ্চলত উপস্থিত হৈ ১৭০টা সাহায্য সামগ্ৰীৰ পেকেট বিতৰণ কৰে। এই সাহায্য সামগ্ৰীসমূহ মহাবিদ্যালয় পৰিয়ালৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু শুভাকাংক্ষীসকলৰ আৰ্থিক সহযোগিতাৰে সংগ্ৰহ কৰা হৈছিল।

বাহনা মহাবিদ্যালয় পৰিয়ালৰ বান সাহায্য অভিযানআজি বাহনা মহাবিদ্যালয় পৰিয়ালে শিৱসাগৰ জিলাৰ বানপীড়িত লোকসকলৰ বাবে ১৭০টা...
27/07/2026

বাহনা মহাবিদ্যালয় পৰিয়ালৰ বান সাহায্য অভিযান

আজি বাহনা মহাবিদ্যালয় পৰিয়ালে শিৱসাগৰ জিলাৰ বানপীড়িত লোকসকলৰ বাবে ১৭০টা সাহায্য সামগ্ৰীৰ পেকেট প্ৰস্তুত কৰি সাজু কৰে। এই উদ্দেশ্যেৰে মহাবিদ্যালয় পৰিয়ালৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু শুভাকাংক্ষীসকলে মিলি প্ৰায় ১ লাখ টকা অনুদান আগবঢ়াইছে।

কাইলৈ মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে শিৱসাগৰ জিলাৰ কেইবাটাও বানপীড়িত অঞ্চলত উপস্থিত হৈ এই সাহায্য সামগ্ৰীসমূহ বিতৰণ কৰিব।

উল্লেখযোগ্য যে, ক’ভিড-১৯ মহামাৰীৰ সময়তো বাহনা মহাবিদ্যালয় পৰিয়ালে মানৱীয় দায়বদ্ধতাৰ পৰিচয় দি প্ৰায় ৯০ হাজাৰ টকাৰো অধিক মূল্যৰ খাদ্য আৰু চিকিৎসা সামগ্ৰী আৰ্থিকভাৱে দুৰ্বল আৰু প্ৰয়োজনীয় লোকসকলৰ মাজত বিতৰণ কৰিছিল।

বাহনা মহাবিদ্যালয় পৰিয়ালৰ এই ধৰণৰ সামাজিক আৰু মানৱীয় পদক্ষেপে সমাজৰ প্ৰতি মহাবিদ্যালয়খনৰ দায়বদ্ধতা আৰু সেৱাৰ মনোভাৱৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে।

Bahona College Cares
26/07/2026

Bahona College Cares

বাহনা মহাবিদ্যালয়ৰ ছাত্ৰ অনুপম বৰুৱাই চিকিৎসা বিজ্ঞান পাঠ্যক্ৰমত (মেডিকেলত) নামভৰ্তিৰ সুযোগ লাভ কৰিছে। Congratulations ...
17/07/2026

বাহনা মহাবিদ্যালয়ৰ ছাত্ৰ অনুপম বৰুৱাই চিকিৎসা বিজ্ঞান পাঠ্যক্ৰমত (মেডিকেলত) নামভৰ্তিৰ সুযোগ লাভ কৰিছে।


Congratulations ANUPAM BARUAH

16/07/2026

Address

BAHONA, JORHAT
Jorhat
785101

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm
Sunday 9am - 5pm

Alerts

Be the first to know and let us send you an email when Bahona College বাহনা মহাবিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to Bahona College বাহনা মহাবিদ্যালয়:

Shortcuts

Share