Abhigyan Academy,Jorhat

Call Directions Website Contact the university

Abhigyan Academy,Jorhat Senior Secondary School. Striving not only for academic excellence but all-around grooming - to make

26/08/2026

A mesmerizing Bihu dance performance by our fresher Subhangi at Freshman Social 2026.....

25/08/2026

নৱাগত আদৰণি সভাত সুৰ সমলয়...

23/08/2026

অভিজ্ঞান একাডেমী চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ নৱাগত আদৰণি সভা সম্পন্ন

যোৰহাটৰ ন-আলিস্থিত অভিজ্ঞান একাডেমী চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ নৱাগত আদৰণি সভাখন 22 আগষ্ট, শনিবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। সভাখনত বিশিষ্ট অতিথি হিচাপে জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক ড. জীৱন শইকীয়া উপস্থিত থাকি শিক্ষাৰ্থীসকলক ভবিষ্যতে আগবাঢ়ি যাব পৰা বিভিন্ন শৈক্ষিক ক্ষেত্ৰবোৰৰ বিষয়ে সম্যক ধাৰণা আগবঢ়ায় ।অন্য দুজন আমন্ত্ৰিত অতিথি ক্ৰমে - ৰঞ্জিৎ ভৰালী দেৱে শিক্ষাৰ্থী সকলক পুথিগত জ্ঞানৰ লগতে সহ-পাঠ্যক্ৰমিক বিষয় সমূহৰ প্ৰয়োজনীয়তাৰ কথা অৱগত কৰে আৰু অৰুণোদয় একাডেমীৰ গণিত বিষয়ৰ জনপ্ৰিয় শিক্ষক ভ. ত্ৰিদীপ জ্যোতি নেওগে গণিত সম্পৰ্কে অতি সাৰগৰ্ভ, চমু বক্তব্য আগবঢ়ায়।অনুষ্ঠানটোৰ পৰিচালন সঞ্চালক ড. দীপক চন্দ্ৰ বৰাই শিক্ষাৰ লগতে অন্যান্য জীৱন দক্ষতাৰ বিষয়ে গভীৰ বক্তব্য আগবঢ়ায়।অধ্যক্ষ অনুপ কুমাৰ বৰুৱাই শিক্ষাৰ্থীসকলক নিয়মানুবৰ্তিতা আহৰণৰ লগতে পদাৰ্থ বিজ্ঞান সম্পৰ্কে অতি চমুকৈ আলোকপাত কৰে ।
দ্বাদশ শ্রেণীৰ ছাত্র দ্বয় ক্রমে অভিজ্ঞান শইকীয়া আৰু অনুভৱ বৰুৱাই আঁত ধৰা সাংস্কুতিক
অনুষ্ঠানটোত শিক্ষাৰ্থী সকলে গীত, নৃত্য, বাদ্য আদিৰে বাৰে - ৰহণীয়া সংস্কৃতি পৰিৱেশন কৰে।সাংস্কৃতিক অনুষ্ঠানটোৰ বিশেষ আকৰ্ষণ আছিল ছাত্ৰী ৰশ্মি বৰাৰ " শাল্ব"ৰ সংলাপ পৰিৱেশন, ৰসায়ন বিভাগৰ শিক্ষক ড. ধ্ৰুৱজ্যোতি মহন্তৰ "কংস" ৰ সংলাপ পৰিবেশন, শিক্ষাৰ্থীসকলৰ দ্বাৰা পৰিবেশিত হোৱা জাতি-জনগোষ্ঠীৰ সাজ-পাৰ প্ৰদৰ্শন আৰু নৃত্যৰূপ সমন্বিতে সুৰসমলয় পৰিৱেশন ।অনুষ্ঠানটোৰ ন-পুৰণি শিক্ষাৰ্থী সকলে আটকধুনীয়াকৈ সাংস্কৃতিক কাৰ্যসূচীৰে দিন জোৰাকৈ অনুষ্ঠিত কৰা নৱাগত আদৰণি সভা খনক এক বিশেষ মাত্ৰা প্ৰদান কৰে।

15/08/2026
27/06/2026

Happy Birthday, Manisha Gogoi! 🎉🎂May God bless you with good health, endless joy, success, and a bright future.

Address

Na-Ali
Jorhat
785001

Alerts

Be the first to know and let us send you an email when Abhigyan Academy,Jorhat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to Abhigyan Academy,Jorhat:

Shortcuts

Share