Bodoland University Koch Rajbongshi Students' Union

Bodoland University Koch Rajbongshi Students' Union Official Page

03/02/2026

Kushan Dance performed by the members of BUKRSU on the occasion of Bir Chilarai Divas .

02/02/2026
01/02/2026
Happy PUSUNA to all
14/01/2026

Happy PUSUNA to all


কোচৰাজবংশী কৌতুক অভিনেতা   মৃত‍্যুত গোভীৰ শোক প্ৰকাশ কৰিলো ।
29/11/2025

কোচৰাজবংশী কৌতুক অভিনেতা মৃত‍্যুত গোভীৰ শোক প্ৰকাশ কৰিলো ।

সগাৰে ধান আউল ঝাউল, আমাৰ ধান সিদাই চাউল । সগাকে কাতি বিহুৰ অনেক শুভেচ্ছা জানালুং l 🪔🪔Happy Kati Bihu 🪔
18/10/2025

সগাৰে ধান আউল ঝাউল, আমাৰ ধান সিদাই চাউল ।

সগাকে কাতি বিহুৰ অনেক শুভেচ্ছা জানালুং l 🪔🪔
Happy Kati Bihu 🪔

কালি ধুবুৰীৰ গোলোকগঞ্জত 'সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা'ই আয়োজন কৰা গণতান্ত্ৰিক প্ৰতিবাদৰ সময়ত বহু মহিলা আৰু পুৰুষক আৰক্ষীয়...
11/09/2025

কালি ধুবুৰীৰ গোলোকগঞ্জত 'সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা'ই আয়োজন কৰা গণতান্ত্ৰিক প্ৰতিবাদৰ সময়ত বহু মহিলা আৰু পুৰুষক আৰক্ষীয়ে আক্ৰমণ কৰে আৰু তেওঁলোক গুৰুতৰভাৱে আহত হয়। এই দুখজনক ঘটনাই খিলঞ্জীয়াৰ প্ৰতি কৰা ব্যৱহাৰ আৰু তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছে।
আমি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ 'কোচ ৰাজবংশী ছাত্ৰ সংস্থা' ৰ ছাত্ৰ-ছাত্ৰীসকলে এই কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছো।

Last date for online application was 15th July,And Re- schedule of entrance exam date
17/07/2025

Last date for online application was 15th July,
And Re- schedule of entrance exam date

Address

Debargaon
Kokrajhar

Telephone

+916000866081

Website

Alerts

Be the first to know and let us send you an email when Bodoland University Koch Rajbongshi Students' Union posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share