Majuli University of Culture

Majuli University of Culture Majuli University of culture

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত আজি অনুষ্ঠিত এক অনুষ্ঠানত অসম চৰকাৰৰ অভিলাষী আঁ‌চনি ক্ৰমে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু ...
06/08/2026

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত আজি অনুষ্ঠিত এক অনুষ্ঠানত অসম চৰকাৰৰ অভিলাষী আঁ‌চনি ক্ৰমে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁ‌চনিৰ আৱেদন পত্ৰ সমূহ ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিতৰণ কৰা হয়। অনুষ্ঠানটিত মূখ্য অতিথি হিচাপে উপস্থিত থাকি মাজুলী বিধান সভা সমষ্টিৰ সন্মানীয় বিধায়ক ভূৱন গামৰ লগতে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰাধ্যাপক নিৰোদ বৰুৱা, পঞ্জীয়ক ড° তৰুণ গগৈ, সমাজকৰ্মী দীপক গোস্বামীয়ে অনুষ্ঠানটিত অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰাৰ লগতে ছাত্ৰ ছাত্ৰী সকলৰ মাজত আৱেদন পত্ৰ বিতৰণ কৰে। এই অনুষ্ঠানতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মাননীয় শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু ডাঙৰীয়াই অংশগ্ৰহণ কৰা আঁ‌চনিখনৰ শুভাৰম্ভনীৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয়।

Himanta Biswa Sarma CMO Assam
Ranoj Pegu Nirode Boruah Bhuban Gam
District Administration Majuli

04/08/2026
University update:
31/07/2026

University update:

এয়া ১০০% সাফল‍্য!

মাজুলী সাংস্কৃতিক বিশ্ববিদ‍্যালয়ৰ পৰিৱেশ‍্য কলা বিভাগৰ স্নাতকোত্তৰ পৰিৱেশ‍্য কলা, নাট‍্য শাখাৰ প্ৰথমটো গোটৰ ছাত্ৰী #প্ৰঙ্গনা_বৰা ৰাষ্ট্ৰীয় নাট‍্য বিদ‍্যালয়ৰ ত্ৰিপুৰা কেন্দ্ৰলৈ নিৰ্বাচিত হৈছে। তেওঁৰ লগৰ দীপাশা ফুকনে একে অনুষ্ঠানতে প্ৰৱেশ লাভ কৰা বাতৰিৰ এমাহৰ পাছতেই এই সুখবৰ আহিছে। এনেদৰে ৰানাবিৰ নতুন দিল্লীস্থিত চৌহদত অনুষ্ঠিত অত‍্যন্ত প্ৰতিযোগিতামূলক চুড়ান্ত বাচনি পৰীক্ষাত অৱতীৰ্ণ্ণ হোৱা পৰিৱেশ‍্য কলা বিভাগৰ দুয়োগৰাকী মেধাৱী ছাত্ৰীয়েই সফলতা কঢ়িয়াই আনে। ১০০% সাফল‍্য!

অভিনন্দন প্ৰাঙ্গনা! বিভাগ আৰু বিশ্ববিদ‍্যালয় এই সফলতাত গৌৰৱান্বিত!

This makes 100% strike rate!

First Batch student of MA Performing Arts,Theatre Specialisation, of Majuli University of Culture, Department of Performing Arts has secured her place at National School of Drama (TIE Centre, Tripura) after clearing the immensely competitive entrance test of the theatre training institution of international reputation. This news comes after our student Dipasha Phukan was selected for the same institute about a month ago. Two students from the department appeared in the final selection workshop in New Delhi and secured a seat in the premier theatre institute. 100% strike rate it is.

This is a proud moment for the Department and for the entire university. Congratulations to Prangana and to the entire Department and University community.

শিৱসাগৰৰ বানপীড়িত সকলৰ কাষত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় পৰিয়াল। আৰ্তজনৰ বাবে যৎকিঞ্চিৎ প্ৰয়াস।On July 28, 2026, a de...
28/07/2026

শিৱসাগৰৰ বানপীড়িত সকলৰ কাষত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় পৰিয়াল। আৰ্তজনৰ বাবে যৎকিঞ্চিৎ প্ৰয়াস।

On July 28, 2026, a dedicated team from Majuli University of Culture visited the flood-affected areas of Sivasagar to extend support to impacted families. Essential relief materials were distributed to provide immediate comfort and aid during these challenging times.
​ Our heart goes out to every family affected by the devastating floods. We remain committed to supporting our community through solidarity, service, and unity.


Laxman Acharya
Himanta Biswa Sarma CMO Assam
Ranoj Pegu Nirode Boruah

📌NOTIFICATION: Revised Class Commencement Schedule (August–December 2026)
28/07/2026

📌NOTIFICATION: Revised Class Commencement Schedule (August–December 2026)

অসম বিধানসভাই আজি “মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় (সংশোধনী) বিধেয়ক, ২০২৬” গৃহীত কৰাৰ ফলত মাজুলী সাংস্কৃতিক বিশ্ববিদ্য...
27/07/2026

অসম বিধানসভাই আজি “মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় (সংশোধনী) বিধেয়ক, ২০২৬” গৃহীত কৰাৰ ফলত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ক মাজুলী বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰাৰ পথ সুগম হ’ল। এই সংশোধনৰ জৰিয়তে বিশ্ববিদ্যালয়খনে নিজৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য অক্ষুণ্ণ ৰাখি কলা, বিজ্ঞান, বাণিজ্য, ব্যৱস্থাপনা, প্ৰযুক্তিবিদ্যা আৰু অন্যান্য বিষয় সামৰি এক বহুবিষয়ক (Multidisciplinary) বিশ্ববিদ্যালয় হিচাপে বিকশিত হোৱাৰ সুযোগ লাভ কৰিব।

Himanta Biswa Sarma
Ranoj Pegu
CMO Assam
Nirode Boruah Bhuban Gam

অসম বিধানসভাই আজি “মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় (সংশোধনী) বিধেয়ক, ২০২৬” গৃহীত কৰাৰ ফলত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ক মাজুলী বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰাৰ পথ সুগম হ’ল। এই সংশোধনৰ জৰিয়তে বিশ্ববিদ্যালয়খনে নিজৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য অক্ষুণ্ণ ৰাখি কলা, বিজ্ঞান, বাণিজ্য, ব্যৱস্থাপনা, প্ৰযুক্তিবিদ্যা আৰু অন্যান্য শিক্ষাবিষয় সামৰি এক বহুবিষয়ক (Multidisciplinary) বিশ্ববিদ্যালয় হিচাপে বিকশিত হোৱাৰ সুযোগ লাভ কৰিব।

-ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই ঐতিহাসিক সংস্কাৰে শিক্ষা, গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত অধিক বিস্তৃত সুযোগ সৃষ্টি কৰিব।
Himanta Biswa Sarma
CMO Assam

📌ADMISSION NOTIFICATION 2026–2027:​ Applications are invited from MUCET 2026 qualified candidates for admission into Ass...
26/07/2026

📌ADMISSION NOTIFICATION 2026–2027:

​ Applications are invited from MUCET 2026 qualified candidates for admission into Assamese, History, and Performing Arts (PG & FYIMP 7th Sem Lateral Entry).

For more details please visit: www.muoc.ac.in
🔗 Apply: https://assamadm-le.samarth.ac.in/index.php

📌Spot Admission Notification (2026–2027):​Majuli University of Culture is conducting Final Registration cm Spot Admissi...
21/07/2026

📌Spot Admission Notification (2026–2027):
​Majuli University of Culture is conducting Final Registration cm Spot Admission for Non-CUET applicants for Five-Year Integrated Masters Programmes in Assamese, History, and Performing Arts.
​🗓 Dates: 29th–31st July, 2026 | Time: 11:00 AM
📍 Location: Permanent Campus, Garamur, Majuli
🔗 Portal: https://assamadmission.samarth.ac.in

অসমীয়া বোলছবি জগতৰ অন্যতম উজ্জ্বল নক্ষত্ৰ, বিশিষ্ট অভিনেত্ৰী পূৰৱী শৰ্মাৰ আকস্মিক মৃত্যুত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যা...
15/07/2026

অসমীয়া বোলছবি জগতৰ অন্যতম উজ্জ্বল নক্ষত্ৰ, বিশিষ্ট অভিনেত্ৰী পূৰৱী শৰ্মাৰ আকস্মিক মৃত্যুত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় পৰিয়াল গভীৰভাৱে মৰ্মাহত। তেখেতৰ শিল্প চেতনা আৰু অৱদানে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনক চহকী কৰি থৈ গৈছে।
​এই অপূৰণীয় ক্ষতিৰ সময়ত তেখেতৰ স্বামী, জনপ্ৰিয় অভিনেতা তথা আমাৰ বিশ্ববিদ্যালয়ৰ অনুশীলন প্ৰাধ্যাপক তপন দাস আৰু শোকাকুল পৰিয়ালবৰ্গলৈ আমাৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ।

University update:
10/07/2026

University update:

The Department of Performing Arts, Majuli University of Culture, is delighted to announce the selection of Ms. Lupamudra Bora, a student from the department’s first graduating batch, as a Dance Expert under the PM SHRI School, Jawahar Navodaya Vidyalaya, Dhing, Nagaon.

Watching our students achieve such milestones is a matter of immense pride for the entire Majuli University of Culture family. Lupamudra’s achievement reflects her dedication to learning, perseverance, and deep passion for the art form.

The Department extends its heartfelt congratulations to Ms. Lupamudra Bora on this significant accomplishment and wishes her every success in her professional journey.

Lupamudra Bora

Address

Majuli

Alerts

Be the first to know and let us send you an email when Majuli University of Culture posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to Majuli University of Culture:

Shortcuts

Share