Margherita Balya Bhawan

Margherita Balya Bhawan A privately owned High School situated at Margherita, Assam.

আমাৰ বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা বিভিন্ন প্ৰতিযোগিতাৰ কিছু দৃশ্য। সকলোৰে প্ৰতিভা বিকাশৰ চেষ্ট...
14/05/2026

আমাৰ বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা বিভিন্ন প্ৰতিযোগিতাৰ কিছু দৃশ্য। সকলোৰে প্ৰতিভা বিকাশৰ চেষ্টাত অহৰহ ব্ৰতী এই বিদ্যালয়ৰ প্ৰতিভাশালী ছাত্ৰ - ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।

মাকুম কিল্লাৰ ভিতৰ পাৱৈত কালি অনুষ্ঠিত মুকলি বিহুৰ উচ্চ শাখাৰ জেং বিহু প্ৰতিযোগিতাত দ্বিতীয় স্থান পোৱা আমাৰ বিদ্যালয়ৰ ...
25/04/2026

মাকুম কিল্লাৰ ভিতৰ পাৱৈত কালি অনুষ্ঠিত মুকলি বিহুৰ উচ্চ শাখাৰ জেং বিহু প্ৰতিযোগিতাত দ্বিতীয় স্থান পোৱা আমাৰ বিদ্যালয়ৰ দলটি তেওঁলোকৰ গুৰু ৰীণা বাইদেউৰ সৈতে। অভিনন্দন আমাৰ ছোৱালীকেইজনী😘✨💕
May you all shine the brightest ✨❤️

মাকুম কিল্লাৰ ভিতৰ পাৱৈত কালি অনুষ্ঠিত মুকলি বিহুৰ উচ্চ শাখাৰ জেং বিহু প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰা আমাৰ বিদ্যালয...
25/04/2026

মাকুম কিল্লাৰ ভিতৰ পাৱৈত কালি অনুষ্ঠিত মুকলি বিহুৰ উচ্চ শাখাৰ জেং বিহু প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰা আমাৰ বিদ্যালয়ৰ দলটি তেওঁলোকৰ গুৰু ৰীণা বাইদেউৰ সৈতে। অভিনন্দন আমাৰ মৰমৰ ছোৱালী কেইজনী 😘💕
May you shine the brightest❤️

23/04/2026

মাৰ্ঘেৰিটা বাল্য ভৱন চেমনীয়া হুঁচৰি দলটিৰ এই বৰ্ষৰ চোতাল বিহু। আশীৰ্বাদ কৰিব 🙏🏻

আমাৰ বিদ্যালয়ত অনুষ্ঠিত ব'হাগ বিহু আদৰণি অনুষ্ঠান ❤️
13/04/2026

আমাৰ বিদ্যালয়ত অনুষ্ঠিত ব'হাগ বিহু আদৰণি অনুষ্ঠান ❤️

পৰম্পৰা তথা সংস্কৃতি ৰক্ষাৰ এক বিনম্ৰ প্ৰয়াসেৰে বিগত বৰ্ষৰ দৰে এই বছৰো আমাৰ বিদ্যালয়ৰ চেমনীয়া হুঁচৰি দলটি সাজু হৈছে আ...
12/04/2026

পৰম্পৰা তথা সংস্কৃতি ৰক্ষাৰ এক বিনম্ৰ প্ৰয়াসেৰে বিগত বৰ্ষৰ দৰে এই বছৰো আমাৰ বিদ্যালয়ৰ চেমনীয়া হুঁচৰি দলটি সাজু হৈছে আপোনালোকৰ চোতাল শুৱনি কৰিবলৈ😇। ল'ৰা - ছোৱালীকেইটিক আশীৰ্বাদ কৰিব। 🙏🏻

Congratulations to the Batch of 2026! All the best for your future endeavours and may all of you shine the brightest ✨🎉
11/04/2026

Congratulations to the Batch of 2026! All the best for your future endeavours and may all of you shine the brightest ✨🎉

অসমৰ এখন জনপ্ৰিয় শিশু আলোচনী 'সঁফুৰা'ই অনুষ্ঠিত কৰা চিত্ৰাংকণ প্ৰতিযোগিতাত আমাৰ বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী অনুস্মি...
13/03/2026

অসমৰ এখন জনপ্ৰিয় শিশু আলোচনী 'সঁফুৰা'ই অনুষ্ঠিত কৰা চিত্ৰাংকণ প্ৰতিযোগিতাত আমাৰ বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী অনুস্মিতা কলিতাই প্ৰথম স্থান অধিকাৰ কৰি বিদ্যালয়ৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

Admission open!
12/02/2026

Admission open!

নামভৰ্ত্তিকৰণ চলি আছে।
03/02/2026

নামভৰ্ত্তিকৰণ চলি আছে।

আজি আমাৰ বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ এই শুভ দিনত সকলো প্ৰকাৰে সহযোগিতা আগবঢ়াই আমাক এক আগ শাৰীৰ শিক্ষানুষ্ঠান হিচাপে গঢ়ি...
02/02/2026

আজি আমাৰ বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ এই শুভ দিনত সকলো প্ৰকাৰে সহযোগিতা আগবঢ়াই আমাক এক আগ শাৰীৰ শিক্ষানুষ্ঠান হিচাপে গঢ়ি তোলাত সহায় কৰা সকলোলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজিৰ পৰা 35 বছৰৰ আগতে ৰোপণ কৰা জ্ঞান বৃক্ষৰ এই পুলিয়ে অনাগত দিনবোৰত সমগ্ৰ অঞ্চলটোলৈ পৰিৱৰ্তন কঢ়িয়াই আনিব বুলি আমি আশাবাদী। সকলোৰে সহযোগিতা তথা আশীষ কামনা কৰিলোঁ।🙏🏻🙏🏻🙏🏻

Address

Margherita
786181

Opening Hours

Monday 9am - 2pm
Tuesday 9am - 2pm
Wednesday 9am - 2pm
Thursday 9am - 2pm
Friday 9am - 2pm
Saturday 9am - 12pm

Telephone

+919101605110

Website

Alerts

Be the first to know and let us send you an email when Margherita Balya Bhawan posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to Margherita Balya Bhawan:

Share