Ajycp Morigaon College UNIT

Ajycp Morigaon College UNIT Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Ajycp Morigaon College UNIT, College & University, Morigaon.

18/10/2023

কিছু সাংবিধানিক নীতি নিয়ম অমান্য কৰা লগতে অবৈধ কাৰ্য কলাপত লিপ্ত হোৱা অপৰাধত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ মৰিগাঁও মহাবিদ্যালয়ৰ শাখা সমিতিৰ সাধাৰণ সম্পাদক দিচাংকু ভৰালীক সংগঠনৰ পৰা বহিস্কাৰ কৰা হৈছে।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰিগাঁও সদৰ আঞ্চলিক সমিতিৰ তত্ত্বাবধানত থকা মৰিগাওঁ মহাবিদ্যালয় শাখা সমিতিৰ উদ্যোগত বিন...
22/07/2023

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰিগাঁও সদৰ আঞ্চলিক সমিতিৰ তত্ত্বাবধানত থকা মৰিগাওঁ মহাবিদ্যালয় শাখা সমিতিৰ উদ্যোগত বিনামূলীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি অনুষ্ঠান।
জয় আই অসম ✊❤️

ধন্যবাদেৰে
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰিগাঁও মহাবিদ্যালয় শাখা সমিতি

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতি আৰু মৰিগাঁও সদৰ আঞ্চলিক সমিতিৰ লগতে মৰিগাঁও মহাবিদ্যালয় শাখা সমিতিৰ...
21/11/2022

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতি আৰু মৰিগাঁও সদৰ আঞ্চলিক সমিতিৰ লগতে মৰিগাঁও মহাবিদ্যালয় শাখা সমিতিৰ দীৰ্ঘদিনীয়া এক দাবী আছিল মৰিগাঁও মহাবিদ্যালয়ৰ সন্মূখত থকা বেটাৰী চালিত ই ৰিক্সা (টোম টোম) বিলাকৰ পৰা হোৱা যান-যটৰ সমস্যা সমাধান কৰা । যাৰ ফলস্বৰুপে জিলা সমিতি আৰু সদৰ আঞ্চলিক সমিতিৰ দ্বাৰা মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষকলৈ স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিল আৰু আমাৰ এই স্মাৰক পত্ৰক অতি গুৰুত্ব প্ৰদান কৰি মৰিগাঁও জিলা প্ৰশাসনে মৰিগাঁও মহাবিদ্যালয়ৰ সন্মূখভাগত বেটাৰী চালিত ই ৰিক্সা (টোম টোম) ৰখাত বাধা নিয়োগ কৰি মৰিগাঁও মহাবিদ্যালয়ৰ সমিপত আৰক্ষী নিয়োগ কৰি এই সমস্যা সমাধানৰ ক্ষেত্ৰত আগভাগ লোৱা বাবে মৰিগাঁও জিলা প্ৰশাসন আৰু মৰিগাঁও জিলা আৰক্ষীলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰিগাঁও মহাবিদ্যালয় শাখা সমিতিৰ তৰফৰ পৰা অশেষ ধন্যবাদ🙏🏼
জয় আই অসম ✊🏼
Morigaon Police ❤️

Address

Morigaon

Telephone

+918133993509

Website

Alerts

Be the first to know and let us send you an email when Ajycp Morigaon College UNIT posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share