01/07/2026
📐 “ল’ৰা এজনক অংক ভালকৈ শিকাওক, আৰু সি মানুহ হৈ যাব।”
🧠✨কাৰণ অংক শিকোৱা মানে কেৱল কেইটামান সংখ্যাৰ হিচাপ কৰা নহয়; অংক শিকোৱা মানে হ'ল— পদ্ধতি, শুদ্ধতা, মান আৰু বিভিন্ন বস্তুৰ যথাযথ সম্বন্ধক বুজি পোৱা। অংকই জীৱনক শৃংখলিত কৰিবলৈ শিকায়।
🧠 মনোবৈজ্ঞানিক গৱেষণাই কি কয়?এক গৱেষণাৰ পৰা জনা গৈছে যে যিসকল অভিভাৱকে (বিশেষকৈ মাতৃসকলে) অংক বিষয়টো টান বুলি ভাবে আৰু সেই কথাটো সন্তানৰ আগত প্ৰকাশ কৰে, তেওঁলোকৰ সন্তানে সাধাৰণতে অংকত পাৰদৰ্শিতা অৰ্জন কৰিব নোৱাৰে।
🚫 ভয়টো ক’ত?এইটো কোনো বাস্তৱিক ভয় নহয়, এয়া এক অৰ্থহীন ভয়! যিয়ে প্ৰজন্মৰ পিছত প্ৰজন্মক এই সুন্দৰ বিষয়টোৰ পৰা আঁতৰাই ৰাখিছে। গতিকে, সন্তানৰ সন্মুখত কেতিয়াও “মই অংক টান পাইছিলোঁ” বুলি নক’ব। এই অনিষ্টকাৰক ভয়টোৰ পৰা মুক্ত হৈ পদ্ধতিগতভাৱে আগবাঢ়ি যোৱাটো অতি প্ৰয়োজন।
💡 আহক, অংক বা গণিতক সহজ কৰোঁ!আপোনাৰ সন্তানৰ মনৰ পৰা গণিতৰ ভয় দূৰ কৰি ইয়াক প্ৰিয় বিষয় কৰি তুলিবলৈ সাজু হৈছে জ্ঞানম কোচিং চেণ্টাৰ।
"Math Lab July " - গণিতত ২০ জন ৫০% ৰ তলৰ ছাত্ৰ ছাত্ৰীক ৮০% নিয়াৰ প্ৰস্তুতি I আমাৰ বিশেষ শিক্ষা পদ্ধতিৰে আমি প্ৰতিগৰাকী শিক্ষাৰ্থীক সহজ আৰু আমোদজনকভাৱে গণিত শিকাই তোলোঁ।
* ২৪ দিনৰ বিশেষ প্ৰস্তুতি
* আধা পাৰিশ্ৰমিক
* সম্পুৰ্ণ ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি যদি আপুনি অসন্তুষ্ট
📞 আজিই যোগাযোগ কৰক: ৯৯৫৪০-১৯২০৫
📍 ঠিকনা: পাথৰি চাৰিআলি, মাজপাথৰি , নগাওঁ