Anandaram Dhekial Phookan College Debate & Quiz Forum

Anandaram Dhekial Phookan College Debate & Quiz Forum আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় তৰ্ক আৰু কুইজ ফ'ৰাম

মহাশয়/ মহাশয়া।                  সাদৰ সম্ভাষন গ্ৰহণ কৰিব । নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে বিগত বৰ্ষবোৰৰ দৰ...
27/08/2024

মহাশয়/ মহাশয়া।
সাদৰ সম্ভাষন গ্ৰহণ কৰিব । নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে বিগত বৰ্ষবোৰৰ দৰে এই বৰ্ষতো প্ৰতিষ্ঠাপক অধ্যক্ষ স্বৰ্গীয় শুকদেৱ গোস্বামী সোঁৱৰণীত সদৌ অসম আন্তঃ মহাবিদ্যালয়/বিশ্ববিদ্যালয় ৰ্তক প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে । অহা ০৮ ছেপ্টেম্বৰ ২০২৪ তাৰিখে অনুষ্ঠিত হ'বলগীয়া ঐতিহ্যমণ্ডিত তৰ্ক প্ৰতিযোগিতাখনিলৈ আপোনাক/ আপোনালোকক সাদৰেৰে নিমন্ত্ৰণ জনালোঁ। ADP College, Nagaon Anandaram Dhekial Phookan College Students' Union Pitamah - পিতামহ

https://forms.gle/DhgBXvGM4WGp48bQ8

District Level Quiz Competition under Rashtriya Avishkar Abhiyan organised by Samagra Shiksha, Nagaon in collaboration w...
17/11/2023

District Level Quiz Competition under Rashtriya Avishkar Abhiyan organised by Samagra Shiksha, Nagaon in collaboration with ADP College, Nagaon ,dated 17th November 2023.

Anandaram Dhekial Phookan College Students' Union

তাৰিখ:৩০/০৯/২৩আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় তৰ্ক আৰু কুইজ ফ'ৰামৰ উদ্যোগত আৰু মহাবিদ্যালয় এন এছ এছ আৰু এন চি চি ৰ ...
06/11/2023

তাৰিখ:৩০/০৯/২৩
আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় তৰ্ক আৰু কুইজ ফ'ৰামৰ উদ্যোগত আৰু মহাবিদ্যালয় এন এছ এছ আৰু এন চি চি ৰ সহযোগত আন্তঃ বিভাগীয় কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। উক্ত প্ৰতিযোগিতাত মহাবিদ্যালয়ৰ প্ৰায় ১৯ টা বিভাগে অংশগ্ৰহণ কৰে।

ADP College, Nagaon
Anandaram Dhekial Phookan College Students' Union

তাৰিখ:১৫/০৯/২৩ আভ্যন্তৰীণ মান নিৰূপণ কোষ আৰু কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ উদ্যোগত অনুষ্ঠিত গ্ৰন্থমেলা উপলক্ষে আনন্দৰাম ঢেকিয়া...
06/11/2023

তাৰিখ:১৫/০৯/২৩
আভ্যন্তৰীণ মান নিৰূপণ কোষ আৰু কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ উদ্যোগত অনুষ্ঠিত গ্ৰন্থমেলা উপলক্ষে আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় তৰ্ক আৰু কুইজ ফ'ৰামৰ সহযোগত মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এইয়াই আছিল ফ'ৰামৰ প্রথমটি কাৰ্যসূচী।

ADP College, Nagaon
Anandaram Dhekial Phookan College Students' Union

তাৰিখ:১৪/০৯/২৩ আভ্যন্তৰীণ মান নিৰূপণ কোষ আৰু কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ উদ্যোগত অনুষ্ঠিত গ্ৰন্থমেলা উপলক্ষে আনন্দৰাম ঢেকিয়া...
03/11/2023

তাৰিখ:১৪/০৯/২৩
আভ্যন্তৰীণ মান নিৰূপণ কোষ আৰু কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ উদ্যোগত অনুষ্ঠিত গ্ৰন্থমেলা উপলক্ষে আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় তৰ্ক আৰু কুইজ ফ'ৰামৰ সহযোগত মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এইয়াই আছিল ফ'ৰামৰ প্রথমটি কাৰ্যসূচী।

ADP College, Nagaon
Anandaram Dhekial Phookan College Students' Union

Address

South Haibargaon
Nagaon
782002

Opening Hours

9am - 5pm

Website

Alerts

Be the first to know and let us send you an email when Anandaram Dhekial Phookan College Debate & Quiz Forum posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to Anandaram Dhekial Phookan College Debate & Quiz Forum:

Share