19/09/2026
১৯.০৯.২০২৫
আমি এতিয়াও সেই ক'লা দিনটোক মানি ল'ব পৰা নাই...
জুবিন বিহীন এটা সুদীর্ঘ বছৰ! জুবিন বিহীন অসম সঁচাকৈয়ে অসম্পূৰ্ণ, নিঃসংগ...
আপোনাৰ অবিহনে আমি সকলো যেন আজি দিশহীন, একেবাৰেই শূন্য...
'ড'মেইন একাডেমী'ৰ তৰফৰ পৰা আপোনাৰ প্ৰতি জনাইছোঁ অশেষ সশ্ৰদ্ধ প্ৰণিপাত। আপোনাৰ স্মৰণীয় আদৰ্শ, সৃষ্টি আৰু অমৰ প্ৰেৰণাক শিৰোগত কৰি যাতে আমি নৱ-প্ৰজন্মক সৎ আৰু সঠিক পথেৰে আগবঢ়াই নিব পাৰোঁ— তাৰেই বাবে বিচাৰিছোঁ আপোনাৰ অবিনাশী মৰম আৰু আশীৰ্বাদ।
জয় জুবিন দা! 🙏