National Academy of Education, Kaplabori

National Academy of Education, Kaplabori National Academy of Education, Bonpura
Classes 9 to 12
Village & P.O Bonpura (Near Kaplabori Chowk)

03/05/2026

কাইলৈৰ পৰা HS 1st year ৰ আনুষ্ঠানিক পাঠদান আৰম্ভ হ'ব গতিকে নামভৰ্তি কৰা সকলো ছাত্ৰ ছাত্ৰীৰ নিয়মিত উপস্থিতি কামনা কৰা হ'ল।

03/05/2026
আজি ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
28/04/2026

আজি ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

21/04/2026

নেচনেল একাডেমীত online application কৰা সকলে অতিসোনকালে নিজৰ নিজৰ নথি খিনি একাডেমী কাৰ্যালয়ত উপস্থিত হৈ জমা দিয়ে যেন। যিহেতু আসনতকৈ অধিক আবেদন লাভ কৰিছে, এই ক্ষেত্ৰত মেধাৰ ভিত্তিত আগস্থান দিয়া হ'ব। অৱশ্যে আগতে প্ৰয়োজনীয় নথি জমা দিয়া সকলৰ আবেদন সমূহ বিশেষ ভাৱে বিবেচনা কৰা হ'ব।
কাইলৈ 22/04/2026 Darpan portal যোগেদি online application দাখিল কৰাৰ অন্তিম তাৰিখ।

21/04/2026

একাদশ শ্ৰেণীৰ নামভৰ্তি চলি আছে। আজি একাডেমী খোলা থাকিব।

20/04/2026

HS ৰ বিজ্ঞান শাখাত অসমীয়া আৰু ইংৰাজী মাধ্যমত পৃথকে পৃথকে পাঠদান কৰা হয়।
নামভৰ্তি চলি আছে। নামভৰ্তি ৰ আগতে প্ৰয়োজনত ক্লাছত অংশগ্ৰহণ কৰি সিদ্ধান্ত ল'ব পাৰে

18/04/2026

আজি একাডেমী খোলা থাকিব।
একাদশ শ্ৰেণীৰ নামভৰ্তি চলি আছে।
ইচ্ছুক ছাত্ৰ ছাত্ৰী সকলে যোগাযোগ কৰিব পাৰে।

Address

Kaplabori Chowk, Bonpura Road. PO/Bonpura
Nalbari
781138

Alerts

Be the first to know and let us send you an email when National Academy of Education, Kaplabori posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to National Academy of Education, Kaplabori:

Share