Lakhimpur Commerce college Student's Union 2021-22

Lakhimpur Commerce college Student's Union 2021-22 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Lakhimpur Commerce college Student's Union 2021-22, College & University, North Lakhimpur.

08/09/2022
লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ উচ্চতৰ মধ্যমিক আৰু  স্নাতক মহলাৰ নামভৰ্তি সম্পৰ্কীয় যিকোনো তথ্যৰ বাবে আমাৰ লগত যোগাযোগ ক...
29/06/2022

লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ উচ্চতৰ মধ্যমিক আৰু স্নাতক মহলাৰ নামভৰ্তি সম্পৰ্কীয় যিকোনো তথ্যৰ বাবে আমাৰ লগত যোগাযোগ কৰিব পাৰে।

27/06/2022
আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসৰ সকলোলৈকে শুভকামনা যাচিলোঁ।
21/06/2022

আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসৰ সকলোলৈকে শুভকামনা যাচিলোঁ।

এই জনমৰ কুসুমমালাযতনে তুমি গাঁঠি ৰাখিলাকাহানিও তুমি নিপিন্ধালাশূন্য মোৰ বুকু হ’ল যে উকা                                ©...
21/06/2022

এই জনমৰ কুসুমমালা
যতনে তুমি গাঁঠি ৰাখিলা
কাহানিও তুমি নিপিন্ধালা
শূন্য মোৰ বুকু হ’ল যে উকা
© বিষ্ণপ্ৰসাদ ৰাভা
নামেই যাৰ সাহস, কৰ্ম আৰু শক্তি। যাক আমি কলাগুৰু বুলি জানো তেওঁৱেই বিষ্ণুপ্ৰসাদ ৰাভা।
বিশিষ্ট শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু বিষ্ণু ৰাভা দেৱক শ্ৰদ্ধাৰে সুৱৰিছো।

লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সহযোগত আৰু সাহিত্য শাখাৰ উদ্যোগত পাঁচ জুন বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰ...
08/06/2022

লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সহযোগত আৰু সাহিত্য শাখাৰ উদ্যোগত পাঁচ জুন বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত স্নাতক মহলাৰ বাবে অনুষ্ঠিত হোৱা ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সমূহ প্ৰতিযোগীক আন্তৰিক ধন্যবাদ জনাইছোঁ। প্ৰতিযোগিতা খনিত অসমৰ বিভিন্ন কলেজ/ মহাবিদ্যালয়ৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল আৰু প্ৰতিযোগিতা খনি অতি আকৰ্ষণীয় হৈছিল আৰু প্ৰতিটো লেখা, চিত্ৰই উন্নত মানৰ আছিল। প্ৰতিযোগিতা খনৰ ৮০ জনৰো অধিক প্ৰতিযোগীৰ মাজৰ পৰা প্ৰতিযোগিতাৰ ফলাফল সমূহ বাছনি কৰি উলিওৱাত যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল যদিও খুব সুন্দৰ ভাৱে বিচাৰক সকলে তেখেত লোকৰ বিচাৰ অনুসৰি ফলাফল সমূহ আমাৰ হাতত দিলে, ফলাফলৰ তালিকা তলত দিয়া ধৰণৰ । প্ৰতিযোগীতাখনত ভাগ লোৱা সমূহ প্ৰতিযোগীক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো, লগতে প্ৰতিযোগিতাত স্থান লাভ কৰা প্ৰতিযোগী সকলক বিশেষ অভিনন্দন জনালোঁ। লগতে এই যি সমূহ লেখা আৰু চিত্ৰ আমাৰ প্ৰতিযোগিতাৰ বাবে তেখেতে লোকে পঠালে এই সমূহ সময়ে সময়ে মহা বিদ্যালয়ৰ আলোচনী সমূহত প্ৰকাশ কৰা হ'ব ধন্যবাদ

আন্তাৰ্তিক ধপাঁত দিৱস লগত সংগতি ৰাখি সজাগতামূলক  শোভাযাত্ৰা, বাটৰ নাট প্ৰদৰ্শন আৰু সজাগতা সভা আয়োজন কৰা হয় ।
01/06/2022

আন্তাৰ্তিক ধপাঁত দিৱস লগত সংগতি ৰাখি সজাগতামূলক শোভাযাত্ৰা, বাটৰ নাট প্ৰদৰ্শন আৰু সজাগতা সভা আয়োজন কৰা হয় ।

কাৰ্যবাহী বিষয়া উত্তৰ লক্ষীমপুৰ পৌৰসভা ই "ৰাষ্ট্ৰীয় সেৱা আচঁনিৰ" সন্দৰ্ভত জিলা পুথিভঁড়ালত অনুষ্ঠিত হোৱা বিশেষ বৈঠকত আ...
07/02/2022

কাৰ্যবাহী বিষয়া উত্তৰ লক্ষীমপুৰ পৌৰসভা ই "ৰাষ্ট্ৰীয় সেৱা আচঁনিৰ" সন্দৰ্ভত জিলা পুথিভঁড়ালত অনুষ্ঠিত হোৱা বিশেষ বৈঠকত আমাৰ লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ হৈ আমি অংশগ্ৰহণ কৰোঁ ।আজিৰ বৈঠকত লক্ষীপুৰ জিলাৰ সন্মানীয় বিধায়ক Manab Deka মহোদয় আৰু জিলা উপায়ুক্ত মহোদয় লগতে সহকাৰী আয়ুক্ত Casio Karan Pegu মহোদয় আৰু বহুতো গণ্য মান্য ব্যক্তি আৰু কেবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী উপস্থিত থাকে । সভাৰ মূল উদদ্যেশ্য আছিল সমগ্ৰ লক্ষীপুৰৰ লগতে অসমত দৈনিক ব্যৱহাৰ হোৱা আৱৰ্জনা সমূহ পুনৰ নিষ্কাষণৰ বাবে কেনেকৈ নিব পাৰি আৰু তাক কেনেকৈ ব্যৱহাৰ কৰিব পাৰি । নিষ্কাষণ কেনেকৈ কৰিব পাৰি আৰু তাক কেনেকৈ ব্যৱহাৰ কৰিব পাৰি তাৰ ওপৰতো মন্তব্য দাঙি ধৰে বিধায়ক মহোদয় আৰু উপায়ুক্ত মহোদয়ে । এই বিষয়ৰ ওপৰত বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে কেনেকৈ কি ধৰণে আগবাঢ়িব লাগিব ছাত্ৰ ছাত্ৰী সকলে কেনেধৰণৰ ভূমিকা পালন কৰিব তাৰ ওপৰত আলোচনা কৰা হয় ।

সাহিত্য বিভাগৰ উদ্যোগত আৰু অধ্যক্ষ মহোদয় সহযোগত আজি মহাবিদ্যালয়ৰ পুথিভঁৰালৰ আৰু একতা সভাৰ পুথিভঁৰালৰ বাবে  যথেষ্ট সংখ্...
04/02/2022

সাহিত্য বিভাগৰ উদ্যোগত আৰু অধ্যক্ষ মহোদয় সহযোগত আজি মহাবিদ্যালয়ৰ পুথিভঁৰালৰ আৰু একতা সভাৰ পুথিভঁৰালৰ বাবে যথেষ্ট সংখ্যক কিতাপ গ্ৰন্থ মেলাৰ পৰা সংগ্ৰহ কৰি পুথিভঁৰালৰ কিতাপৰ অভাৱ দুৰ কৰা হয় 🌼 ।

সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ ...
01/02/2022

সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ ...

Address

North Lakhimpur
787001

Website

Alerts

Be the first to know and let us send you an email when Lakhimpur Commerce college Student's Union 2021-22 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share