Deptt. of Political Science,North Bank College

Deptt. of Political Science,North Bank College A page of deptt of Political Science North Bank College

প্ৰাক্তন ছাত্ৰী লক্ষীপ্ৰিয়া আৰু পৰী বিভাগলৈ আহিছিল। ৩/১২/২০২৫.
03/12/2025

প্ৰাক্তন ছাত্ৰী লক্ষীপ্ৰিয়া আৰু পৰী বিভাগলৈ আহিছিল। ৩/১২/২০২৫.

Observation of National Constitution Day on ,26 November,2025 by the Department of Political Science, North Bank College...
28/11/2025

Observation of National Constitution Day on ,26 November,2025 by the Department of Political Science, North Bank College.

Our Procession Team of 63rd Annual College week,North Bank College.
17/02/2025

Our Procession Team of 63rd Annual College week,North Bank College.

16/02/2025

৬৩ সংখ্যক নৰ্থ বেঙ্ক কলেজ সপ্তাহৰ বিভাগৰ ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণৰ কিয়দংশ।

14/05/2024

আমাৰ শ্ৰদ্ধাৰ আৰু মৰমৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকল, আমি ৰাজনীতি বিজ্ঞান বিভাগে অহা ৩০ জুন ২০২৪ তাৰিখে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ এখনি সন্মিলন আয়োজন কৰিবলৈ মনস্থ কৰিছো। আপোনালোকৰ গঠনমূলক দিহা-পৰামৰ্শ আমি কামনা কৰিছো।

ধন্যবাদেৰে

ডo গীতাঞ্জলি বৰুৱা
ভৱেশ মৰাং
প্ৰীতম জ্যোতি পেগু
ৰাজনীতি বিজ্ঞান বিভাগ
নৰ্থ বেঙ্ক কলেজ
ঘিলামৰা।

27/04/2024
World Poetry Day
21/03/2024

World Poetry Day

01/03/2024
দিনেশ্বৰ গগৈ ছাৰে আজি আনুষ্ঠানিক ভাৱে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে।
29/02/2024

দিনেশ্বৰ গগৈ ছাৰে আজি আনুষ্ঠানিক ভাৱে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে।

National Voters Day, 2024
25/01/2024

National Voters Day, 2024

23 আৰু 24 তাৰিখে আমাৰ মহাবিদ্যালয়লৈ অহা NAAC PEER Team ৰ সাক্ষাৎ ৰ বাবে আমাৰ বিভাগৰ বহুকেইজন মৰমৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী...
25/01/2024

23 আৰু 24 তাৰিখে আমাৰ মহাবিদ্যালয়লৈ অহা NAAC PEER Team ৰ সাক্ষাৎ ৰ বাবে আমাৰ বিভাগৰ বহুকেইজন মৰমৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী বিভাগত উপস্থিত হয়। তেওঁ লোকৰ উপস্থিতিৰে আমাক পুলকিত কৰিছে। আমাৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলোকে সময় -সুবিধা মিলিলে বিভাগলৈ আহিবলৈ আন্তৰিক অনুৰোধ জনালোঁ।সকলোলৈ ধন্যবাদ থাকিল।

Address

North Lakhimpur

Website

Alerts

Be the first to know and let us send you an email when Deptt. of Political Science,North Bank College posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to Deptt. of Political Science,North Bank College:

Share