North Lakhimpur College Students’ Union 2023-24

North Lakhimpur College Students’ Union 2023-24 Official page Of North Lakhimpur College Students’ Union 2023-24

10/09/2024
আগ্ৰহী সকলে যোগাযোগ কৰিব ।North Lakhimpur University
07/09/2024

আগ্ৰহী সকলে যোগাযোগ কৰিব ।
North Lakhimpur University

নৰ্থ লখিমপুৰ কলেজ (স্বা:) ৰ ছাত্ৰ একতা সভা২০২৩-২৪ বৰ্ষৰ সহযোগত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষ্যে এভাগ ন...
04/09/2024

নৰ্থ লখিমপুৰ কলেজ (স্বা:) ৰ ছাত্ৰ একতা সভা২০২৩-২৪ বৰ্ষৰ সহযোগত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষ্যে এভাগ নাম-প্ৰসংগ আৰু আন্ত: বিভাগ দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। অনুষ্ঠানটিত উপস্থিত আছিল মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ মহোদয়, শৈক্ষিক উপাধ্যক্ষ ছাৰৰ লগতে বিভিন্ন বিভাগৰ সন্মানীয় শিক্ষাগুৰু সকল । এই অনুষ্ঠানটি সাফল্যমন্দিত কৰাত সহায় কৰা মহাবিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষাগুৰু,সদস্য,ছাত্ৰ-ছাত্ৰী সকলক ছাত্ৰ একতা সভাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনালোঁ।
আজিৰ বিশেষ....

(১) আন্তঃ বিভাগ দিহানাম প্ৰতিযোগিতা শ্ৰেষ্ঠ দ'ল: শিক্ষাতত্ব বিভাগ
(২) দ্বিতীয় শ্ৰেষ্ঠ: উদ্ভিদ বিজ্ঞান বিভাগ
(৩) তৃতীয় শ্ৰেষ্ঠ: গণিত বিভাগ
আৰু
(১) শ্ৰেষ্ঠ নামতি: উদ্ভিদ বিজ্ঞান বিভাগ
(২) শ্ৰেষ্ঠ নেগেৰা বাদক: শিক্ষাতত্ব বিভাগ

প্ৰতিগৰাকী প্ৰতিযোগীলৈ আন্তৰিক শুভেচ্ছা জনালোঁ। ভৱিষ্যত হওঁক ✨
জয়তু নৰ্থ লখিমপুৰ কলেজ (স্বা:)
জয়তু নৰ্থ লখিমপুৰ কলেজ ছাত্ৰ সমাজ

"তুমি অনন্য তুমি নমস্যনাম তোমাৰ সূৰ্য থ'লো"                প্ৰতি বছৰে নৱাগত সকলক আদৰৰ যি উল্লাস এইবাৰো তাৰ ব্যতিক্ৰম নাছ...
16/08/2024

"তুমি অনন্য তুমি নমস্য
নাম তোমাৰ সূৰ্য থ'লো"

প্ৰতি বছৰে নৱাগত সকলক আদৰৰ যি উল্লাস এইবাৰো তাৰ ব্যতিক্ৰম নাছিল । সেয়েহে যোৱা ইংৰাজী ১৪ আগষ্ট, ২০২৪ তাৰিখ, বুধবাৰে নৰ্থ লখিমপুৰ কলেজ (স্বাঃ)ই নৱাগত আদৰণি সভাৰ লগত সংগতি ৰাখি ' INDUCTION PROGRAMME ' আৰু ' সাংস্কৃতিক অনুষ্ঠান'ৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত অৱসৰ প্ৰাপ্ত শিক্ষাগুৰু সকলৰ লগতে কৃতি ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ উপৰিও সন্ধিয়া ন-পুৰণি ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় ।নতুন সকল ভালে থাকক 🌸
বঁটা প্ৰাপক সকললৈ শুভেচ্ছা । ভৱিষ্যত হওঁক ।
জয়তু নৰ্থ লখিমপুৰ কলেজ (স্বাঃ)
জয়তু নৰ্থ লখিমপুৰ কলেজ (স্বাঃ) ছাত্ৰ সমাজ

৭৮ তম্ স্বাধীনতা দিৱস উপলক্ষ্যে নৰ্থ লখিমপুৰ কলেজ (স্বাঃ)ত পতাকা উত্তোলন কৰাৰ কিছু ছবি।পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ অ...
15/08/2024

৭৮ তম্ স্বাধীনতা দিৱস উপলক্ষ্যে নৰ্থ লখিমপুৰ কলেজ (স্বাঃ)ত পতাকা উত্তোলন কৰাৰ কিছু ছবি।পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ে। প্ৰতিকূল বতৰক নেউচি পতাকা উত্তোলন কাৰ্যসূচীত উপস্থিত থকা প্ৰতিগৰাকীলৈ ধন্যবাদ জঁনালো।।

নৰ্থ লখিমপুৰ কলেজ(স্বা:)ৰ ১২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অসমৰ মাননীয় ৰাজ্যপালৰ "মেধাৱী বটাঁ" লাভ কৰিবলৈ সক্ষম হৈছে।তেওঁলোকক মহা...
13/08/2024

নৰ্থ লখিমপুৰ কলেজ(স্বা:)ৰ ১২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অসমৰ মাননীয় ৰাজ্যপালৰ "মেধাৱী বটাঁ" লাভ কৰিবলৈ সক্ষম হৈছে।

তেওঁলোকক মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ।।

নৰ্থ লখিমপুৰ বিশ্ব বিদ্যালয়ত ২০২৪-২৫ বৰ্ষৰ নামভৰ্তিৰ প্ৰক্ৰিয়া
26/03/2024

নৰ্থ লখিমপুৰ বিশ্ব বিদ্যালয়ত ২০২৪-২৫ বৰ্ষৰ নামভৰ্তিৰ প্ৰক্ৰিয়া

14/03/2024

নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি,সাধাৰণ সম্পাদক আৰু তৰ্ক শাখাৰ সম্পাদকক গ্ৰেপ্তাৰ কৰিছে লখিমপুৰ প্ৰশাসনে।
প্ৰতিবাদলৈ ভয় কিয় বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ?

নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা আৰু ছাত্ৰ সমাজৰ স্থিতি স্পষ্ট |
06/03/2024

নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা আৰু ছাত্ৰ সমাজৰ স্থিতি স্পষ্ট |

নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ত আজি Viksh*t Bharat Utsav ৰ উপলক্ষে ‌এখনি বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উক্ত প্ৰতিযো...
15/02/2024

নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ত আজি Viksh*t Bharat Utsav ৰ উপলক্ষে ‌এখনি বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উক্ত প্ৰতিযোগিতাখনিত বিশ্ববিদ্যালয়ৰ বহু ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। তাৰে ভিতৰত স্থান লাভ কৰা ছাত্ৰ ছাত্ৰী সকল ক্ৰমে
প্ৰথম স্থান: হেপীৰাণী বৰা, অৰ্থনীতি বিজ্ঞান বিভাগ
দ্বিতীয় স্থান: চুমি বৰপাত্ৰগোঁহাই, ৰাজনীতি বিজ্ঞান বিভাগ
তৃতীয় স্থান: দৃষ্টি বৰুৱা, ইংৰাজী বিভাগ
আটাইলৈ নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

Address

North Lakhimpur College
North Lakhimpur

Telephone

+916000457182

Website

Alerts

Be the first to know and let us send you an email when North Lakhimpur College Students’ Union 2023-24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to North Lakhimpur College Students’ Union 2023-24:

Share