Asom Jnanbhumi Academy

Call Directions Website Contact the university

Asom Jnanbhumi Academy Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Asom Jnanbhumi Academy, Community College, BFC Road, Khelmati, North Lakhimpur.

🎓 Junior College | Science & Arts | NLP
🗣️ Both English & Assamese Medium
📍North Lakhimpur, Assam
💡 অসম জ্ঞানভূমি একাডেমি - এক নতুন দিগন্তৰ সন্ধানত
🌐 www.asomjnanbhumiacademy.in

15/08/2026

দেশৰ ৮০সংখ্যক স্বাধীনতা দিৱসৰ পৱিত্ৰ ক্ষণত সমূহ দেশবাসীলৈ অসম জ্ঞানভূমি একাডেমিৰ পৰিয়ালবৰ্গৰ তৰফৰপৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ।
লগতে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্র মৃদুপৱন বৰাৰ কণ্ঠত এটি দেশপ্ৰেমমূলক গীত আপোনালোকলৈ বুলি আগবঢ়ালোঁ।

বন্দে মাতৰম! 🇮🇳
জয় হিন্দ ! 🇮🇳
জয় আই অসম

পৰীক্ষা কেৱল নম্বৰৰ বাবে নহয়—ই ছাত্ৰ-ছাত্ৰীসকলক নিজৰ শিক্ষাৰ মূল্যায়ন কৰিবলৈ, দুৰ্বলতাসমূহ চিনাক্ত কৰিবলৈ আৰু পৰৱৰ্তী ...
13/08/2026

পৰীক্ষা কেৱল নম্বৰৰ বাবে নহয়—ই ছাত্ৰ-ছাত্ৰীসকলক নিজৰ শিক্ষাৰ মূল্যায়ন কৰিবলৈ, দুৰ্বলতাসমূহ চিনাক্ত কৰিবলৈ আৰু পৰৱৰ্তী প্ৰস্তুতি অধিক উন্নত কৰিবলৈ সহায় কৰে।
We are happy to share that the First Terminal Examination for Classes IX, X, XI & XII has been successfully conducted at Asom Jnanbhumi Academy.

Keep Learning • Keep Improving • Keep Growing!

সদ্যঘোষিত সৰ্বভাৰতীয় NEET UG 2026 পৰীক্ষাৰ ফলাফলত আমাৰ একাডেমিৰ ছাত্র লখিমপুৰ বাধাকৰাৰ মাজগাওঁ নিবাসী শ্ৰী জয়জিৎ শইকীয়াই...
18/07/2026

সদ্যঘোষিত সৰ্বভাৰতীয় NEET UG 2026 পৰীক্ষাৰ ফলাফলত আমাৰ একাডেমিৰ ছাত্র লখিমপুৰ বাধাকৰাৰ মাজগাওঁ নিবাসী শ্ৰী জয়জিৎ শইকীয়াই মুঠ 527 নম্বৰ লাভ কৰি আমাৰ অনুষ্ঠানটিৰ লগতে লখিমপুৰ বাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে।বিভিন্ন বাধাক নেওচি এক সুন্দৰ ফলাফল দেখুৱাবলৈ সক্ষম হোৱা জয়জিতলৈ আমাৰ একাডেমিৰ পৰিয়ালবৰ্গৰ ফালৰপৰা অশেষ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

16/07/2026

পৰীক্ষাৰ ফলাফল যেতিয়া আশা কৰা ধৰণে নহয় সেইদিনা ঘৰত কি পৰিস্থিতিৰ সৃষ্টি হয়??মাক-দেউতাকৰ বাবে নিজৰ সন্তানে দিব পৰা আটাইতকৈ ডাঙৰ উপহাৰ কি??
লখিমপুৰৰ বিশিষ্ট সমাজকৰ্মী তথা ছাত্র-ছাত্ৰীৰ জনপ্ৰিয় বিজ্ঞান শিক্ষক কেশৱ চন্দ্ৰ বৰঠাকুৰৰ ছাৰে আমাৰ ছাত্র-ছাত্ৰীসকলক উদ্দেশ্যি এক আৱেগিক ভাষণ প্ৰদান কৰে।
তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।
Keshab Borthakur

14/07/2026

আজি প্ৰসিদ্ধ কবি নৱকান্ত বৰুৱাদেৱৰ মৃত্যু বাৰ্ষিকী উপলক্ষ্যে তেখেতৰদ্বাৰা ৰচিত আৰু ডঃ ভূপেন হাজৰিকাদেৱে কণ্ঠদান কৰা "নিয়ৰৰে ফুল" শীৰ্ষক গীতটি আমাৰ একাডেমিৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্র 'মৃদুপৱন'ৰ কণ্ঠত আপোনালোকলৈ বুলি আগবঢ়ালোঁ।
আধুনিক অসমীয়া কবিতাক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অনন্য ভূমিকা গ্ৰহণ কৰা এইগৰাকী মহান কবিৰ সোঁৱৰণত আন্তৰিক শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ।

13/07/2026

একাডেমিত উদযাপিত 'হৰি-হৰ'ৰ যুদ্ধ ভাওনা ভাগিত বাণৰজা, কুভাণ্ড আৰু জ্বৰৰ চৰিত্ৰত উচ্চতৰ মাধ্যমিক প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ তিনি ছাত্র ক্ৰমে মানস প্ৰতিম বৰা, দুৰ্গ নাথ আৰু ঋতুৰাজ পাঁচনিৰ দুৰ্দান্ত অভিনয়...

11/07/2026

আমাৰ সংস্কৃতি, আমাৰ গৌৰৱ —
নাট- 'কুমৰ হৰণ'
"উষা আৰু চিত্ৰলেখা"ৰ চৰিত্ৰত উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰী ননী আৰু অনন্যা।

11/07/2026

কালি অনুষ্ঠিত নৱাগত আদৰণি সভাৰ অনুষ্ঠানত লখিমপুৰ এটি চিনাকি পৰিচয় আমাৰ অতি শ্ৰদ্ধাৰ মীৰা বেগম বাইদেউৰ কণ্ঠত 'মোৰ শুকুলা ঘোঁৰা' শীৰ্ষক গীতটি। ইমান সুন্দৰ এটি গীত পৰিৱেশন কৰি আমাৰ ছাত্র-ছাত্ৰীসকলক উৎসাহিত কৰাৰ বাবে বাইদেউলৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। লগতে বাইদেউৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।

11/07/2026

কালি নৱাগত আদৰণি সভাৰ লগত সংগতি ৰাখি ৰাতিলৈ আয়োজিত 'কুমৰ হৰণ' ভাওনাভাগিত শ্রীকৃষ্ণৰ চৰিত্ৰত 'অসম জ্ঞানভূমি একাডেমি'ৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ বিজ্ঞান শাখাৰ ছাত্র সুৰজিৎ নাথ...

10/07/2026

Address

BFC Road, Khelmati
North Lakhimpur
787031

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Telephone

9957286285

Alerts

Be the first to know and let us send you an email when Asom Jnanbhumi Academy posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to Asom Jnanbhumi Academy:

Shortcuts

Share