Department of ITEP, North Lakhimpur University

Department of ITEP, North Lakhimpur University ONE PROFESSION MANY ROLE

2024-25 বৰ্ষৰ বাবে নৰ্থ লখিমপুৰ কলেজ(স্বা:শা:)ৰ বি.এ/বি.এড অৰ্থাৎ ITEP(Integrated Teacher Education Program)ত নামভৰ্তি ক...
13/08/2024

2024-25 বৰ্ষৰ বাবে নৰ্থ লখিমপুৰ কলেজ(স্বা:শা:)ৰ বি.এ/বি.এড অৰ্থাৎ ITEP(Integrated Teacher Education Program)ত নামভৰ্তি কৰিবৰ বাবে ছাত্ৰ ছাত্ৰীসকলে এই প্ৰক্ৰিয়াৰে আগবাঢ়িব লাগিব।https://forms.gle/eiBfZLB3DeuYLy7Y9

Last date for filling application is 15th may 2024
02/05/2024

Last date for filling application is 15th may 2024

29/04/2024
নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ এক নতুন শৈক্ষিক সংযোজন হ'ল ITEP (B.A/B.Ed) l  ITEPৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ- ছাত্ৰীসকলৰ এ...
10/04/2024

নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ এক নতুন শৈক্ষিক সংযোজন হ'ল ITEP (B.A/B.Ed) l ITEPৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ- ছাত্ৰীসকলৰ এখন পাঠ্যক্ৰম হ'ল Understanding India। ব্যৱহাৰিক কাৰ্য জড়িত হৈ থকা পাঠ্যক্ৰমখনক উদ্দেশ্য কৰি কালি ইংৰাজী ০৯/০৪/২০২৪ তাৰিখ মঙ্গলবাৰে বিশ্ববিদ্যালয়ৰ ৰংঘৰত ''Presentation On Traditional Indian Food and clothesʼʼ শীৰ্ষক এটি অনুষ্ঠান অনুষ্ঠিত হয় । ছাত্ৰ-ছাত্ৰীসকলৰ অংশগ্ৰহণ, পৰিৱেশন আৰু বিচাৰকৰ নিৰীক্ষণক কেন্দ্ৰ কৰি অনুস্থিত হোৱা অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰীসকলৰ নিজক সমৃদ্ধ কৰিব পৰা শৈক্ষিক অগ্ৰগতি অতি মানিবলগীয়া।

অনুষ্ঠানটোত বিশ্ববিদ্যালয়ৰ মূৰব্বী ড. বিমান চন্দ্ৰ চেতিয়া ছাৰৰ লগতে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল উপস্থিত থাকে ।
ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ নিপুণ পৰিৱেশন শৈলিৰ জড়িয়তে দৰ্শকৰ সমাদৰ আৰু শিক্ষকসকলৰ আশীষ বুটলিবলৈ সক্ষম হয়।

Address

North Lakhimpur

Website

Alerts

Be the first to know and let us send you an email when Department of ITEP, North Lakhimpur University posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share