Bhattadev University, Physics Department

Directions Website Contact the university

Bhattadev University, Physics Department This page belongs to the Physics Department of Bhattadev University

POST GRADUATE ENTRENCE TEST 2024 OF BHATTADEV UNIVERSITY
19/06/2024

POST GRADUATE ENTRENCE TEST 2024 OF BHATTADEV UNIVERSITY

"Chasing dreams and making memories. Goodbyes are not the end, but the start of a new journey. Best wishes to the farewe...
13/06/2024

"Chasing dreams and making memories. Goodbyes are not the end, but the start of a new journey. Best wishes to the farewell batch of 2024!!! May your future be as bright as your smiles today."
🤍🤍🤍

26/05/2024
Runners Up in Football Competition at The Annual Fest of Bhattadev University..Well Played Boys..
24/04/2024

Runners Up in Football Competition at The Annual Fest of Bhattadev University..
Well Played Boys..

বেট আৰু বলৰ যুঁজখনত পূৰ্বৰ গৰিমা অক্ষুণ্ণ ৰাখি এইবেলিও ভট্টদেৱ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈ থকা বিশ্ববিদ্যালয় সপ্তাহৰ  ছ...
11/04/2024

বেট আৰু বলৰ যুঁজখনত পূৰ্বৰ গৰিমা অক্ষুণ্ণ ৰাখি এইবেলিও ভট্টদেৱ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈ থকা বিশ্ববিদ্যালয় সপ্তাহৰ ছোৱালীৰ ক্ৰিকেট প্ৰতিযোগিতাত বিজয়ী হৈ জিলিকিল পদাৰ্থ বিজ্ঞান বিভাগ ।

আমি পদাৰ্থ বিজ্ঞান বিভাগৰ ছাত্ৰ
কেৱল শ্ৰেণীকোঠা আৰু লেবৰেটৰীতে নহয়
আমি খেলপথাৰতো তীক্ষ্ণ আৰু সতৰ্ক ।


জয়তু পদাৰ্থ বিজ্ঞান বিভাগ

Representing Physics Department Ashim Talukdar along with Pulin Nath from Botany Department got 3rd position in Quiz com...
12/10/2023

Representing Physics Department Ashim Talukdar along with Pulin Nath from Botany Department got 3rd position in Quiz competition organized by Mathematics department..
Date- 04/10/23

Representing Physics department Abinash Patgiri And Palash Talukdar Got 1st position and Nipsh*ta Kalita and Parinita Ro...
11/10/2023

Representing Physics department Abinash Patgiri And Palash Talukdar Got 1st position and Nipsh*ta Kalita and Parinita Roy got 3rd position in the Inter department quiz competition organized by Geography Department, Bhattadev University in the memory of professor Jeevan Krishna Patra Sir..
Date : 29th sept. 2023

PG Batch 2021-23 dept. of Physics Best wishes to you all..
09/10/2023

PG Batch 2021-23 dept. of Physics
Best wishes to you all..

আজি শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণত পোন প্ৰথমে আমি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ পৰিয়ালবৰ্গৰ তৰফৰপৰা মহান ...
05/09/2023

আজি শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণত পোন প্ৰথমে আমি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ পৰিয়ালবৰ্গৰ তৰফৰপৰা মহান শিক্ষাবিদ তথা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি
ড৹ সৰ্বেপল্লী ৰাধাকৃষ্ণণদেৱলৈ শ্ৰদ্ধা নিবেদন কৰিছো । লগতে মানৱ সম্পদ গঢ়াৰ গুৰুদায়িত্ব পালন কৰা শিক্ষক সমাজলৈ আন্তৰিক কৃতজ্ঞতা, শ্ৰদ্ধা নিবেদন কৰিছো ।
ৰাধাকৃষ্ণণদেৱৰ আদৰ্শৰ মন্হন তথা গুনানুকীৰ্তনেৰে আজি পদাৰ্থবিজ্ঞান বিভাগৰ শিক্ষাগুৰু তথা ছাত্ৰ-ছাত্ৰীসকলে অতি উলহ মালহেৰে পালন কৰিলে শিক্ষক দিৱস ।
এটা বিষয় অথবা এটা বিভাগ প্ৰিয় হৈ পৰাৰ প্ৰধান তথা মুখ্য কাৰক হৈছে শিক্ষকসকল । শিক্ষাগুৰুসকলৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে শ্ৰেণীকোঠা বা শ্ৰেণীকোঠাৰ বাহিৰত বন্ধুসুলভ সম্পৰ্ক, প্ৰতিগৰাকী ছাত্ৰৰ প্ৰতি তেখেতসকলৰ কত্তৰ্ব্য , কেৱল ছিলেবাছ সম্পূৰ্ণ কৰাত ব্যস্ত নহৈ একো একোজন সৎ নাগৰিক ৰূপে কিদৰে ছাত্ৰ এজনক গঢ় দিব পাৰি তাৰ প্ৰচেষ্টাত ব্যস্ত , ... আদি এনেবোৰ কাৰণৰ বাবেই পূৰ্বৰ বজালী মহাবিদ্যালয় তথা বৰ্তমানৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগ জনপ্ৰিয়তাৰ শীৰ্ষত । আমি পদাৰ্থ বিজ্ঞান বিভাগৰ ছাত্ৰ-ছাত্ৰীসকল সৌভাগ্যবান কিয়নো আমাৰ শিক্ষাগুৰুসকলে শিক্ষকতাক পেছাৰ দৃষ্টিৰে নহয় নিচাৰূপে গ্ৰহণ কৰে ।
এইসকল শিক্ষকৰ জীপাল সান্নিধ্যত শিক্ষা গ্ৰহণৰ সুযোগ পাই আমি ধন্য । সদায়েই আপোনা সকলৰ প্ৰতি হৃদয়ত লৈ ফুৰিম কৃতজ্ঞতাৰে ভৰা এক মিঠা অনুভৱ ।


ছাত্ৰ , শিক্ষা , ভৱিষ্যত এই তিনিটা শীৰ্ষবিন্দুৰে গঠিত ত্ৰিভুজৰ
ভৰকেন্দ্ৰত থাকে শিক্ষকৰ মাধুৰ্য

আমাৰ আৱেগ             আমাৰ পৰিচয়  ।            আমাৰ বিভাগ            আমাৰ স্বাভিমান ।।             ভট্টদেৱ বিশ্ববিদ্যাল...
27/08/2023

আমাৰ আৱেগ
আমাৰ পৰিচয় ।
আমাৰ বিভাগ
আমাৰ স্বাভিমান ।।

ভট্টদেৱ বিশ্ববিদ্যালয়ৰ বাকৰিত কালি অৰ্থাৎ ২৬ আগষ্ট, ২০২৩ ইং তাৰিখে তৰ্ক আৰু আলোচনাচক্ৰ বিভাগৰ উদ্যোগত অনুষ্ঠিত হৈ যোৱা 'ইছৰো' (ISRO) আৰু 'সাহিত্য' (Literature) বিষয়ক "Hub Quiz 2.O" শীৰ্ষক প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰি উজ্বলি উঠিল ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ কেইবাগৰাকীও মেধাৱী। ইছৰো বিষয়ক কুইজ প্ৰতিযোগিতাখনত স্হান লাভ কৰা পদাৰ্থ বিজ্ঞান বিভাগৰ ছাত্ৰ-ছাত্ৰীসকল হ'ল - অসীম তালুকদাৰ, অবিনাশ পাটগিৰি, ভাস্বতী দাস, নিপ্সিতা কলিতা, ৰুহুল আমিন। আকৌ সাহিত্য বিষয়ক কুইজ প্ৰতিযোগিতাখনত স্হান লাভ কৰা পদাৰ্থ বিজ্ঞান বিভাগৰ ছাত্ৰ-ছাত্ৰীসকল হ'ল- ভাস্বতী দাস, নিপ্সিতা কলিতা আৰু পলাশ তালুকদাৰ।
লগতে উক্ত বিভাগৰ উদ্যোগত অনুষ্ঠিত এই দ্বিতীয়খন হাব্ কুইজৰ সফল ৰূপায়নৰ দায়িত্বত আছিল ভট্টদেৱ বিশ্ববিদ্যালয়ৰ তৰ্ক আৰু আলোচনাচক্ৰ বিভাগৰ সম্পাদক তথা পদাৰ্থ বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ তনয় খাটনীয়াৰ আৰু কুইজ পৰিচালনাৰ দায়িত্ব সুচাৰুৰূপে পালন কৰে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ অৰ্ণৱজ্যোতি তালুকদাৰে। বিভাগৰ তৰফৰ পৰা আটাইৰে স্বৰ্ণিল ভৱিষ্যত কামনা কৰিলোঁ।


"চন্দ্ৰৰ বুকুত বিজয়ৰ তিৰংগা উৰুৱালে প্ৰজ্ঞানে,
হাব্ কুইজ 2.0 ত জয়ৰ ধাৰা বোৱালে পদাৰ্থ বিজ্ঞান বিভাগে।"

Address

Science Building, Bhattadev University
Pathsala
781325

Opening Hours

Monday 10am - 5pm
Tuesday 10am - 5pm
Wednesday 10am - 5pm
Thursday 10am - 5pm
Friday 10am - 5pm
Saturday 10am - 5pm

Alerts

Be the first to know and let us send you an email when Bhattadev University, Physics Department posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to Bhattadev University, Physics Department:

Shortcuts

Share