Bhattadev University Department of History

Bhattadev University Department of History Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Bhattadev University Department of History, College & University, Pathsala.

পূৰ্বৰ গৰিমা অক্ষ্যুন্ন ৰাখি এই বৰ্ষৰ বিশ্ববিদ্যালয় সপ্তাহটো আমাৰ ইতিহাস বিভাগৰ প্ৰাচীৰ পত্ৰিকা “ঐতিহ্য”ই দ্বিতীয় পুৰস্...
10/03/2025

পূৰ্বৰ গৰিমা অক্ষ্যুন্ন ৰাখি এই বৰ্ষৰ বিশ্ববিদ্যালয় সপ্তাহটো আমাৰ ইতিহাস বিভাগৰ প্ৰাচীৰ পত্ৰিকা “ঐতিহ্য”ই দ্বিতীয় পুৰস্কাৰ লাভ কৰি আকৌ এবাৰ ইতিহাস ৰচিবলৈ সক্ষম হয়।

সদ্যসমাপ্ত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যালয় সপ্তাহ ২০২৫ ৰ লগত সংগতি ৰাখি আয়োজন কৰা সাংস্কৃতিক শোভাযাত্ৰা প্ৰতিযোগ...
03/03/2025

সদ্যসমাপ্ত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যালয় সপ্তাহ ২০২৫ ৰ লগত সংগতি ৰাখি আয়োজন কৰা সাংস্কৃতিক শোভাযাত্ৰা প্ৰতিযোগিতাত আমাৰ ইতিহাস বিভাগৰ দলটোৱে “বিচাৰকৰ বিশেষ বঁটা” লাভ কৰিবলৈ সক্ষম হয় 💙

30/10/2024
যোৱাকালি অৰ্থাৎ ২-১০-২০২৪ ইং তাৰিখে আমাৰ ইতিহাস বিভাগৰ পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰু, অধ্যাপক শ্ৰী মুকুল পাটগিৰী ছাৰৰ দ্বিতীয়...
03/10/2024

যোৱাকালি অৰ্থাৎ ২-১০-২০২৪ ইং তাৰিখে আমাৰ ইতিহাস বিভাগৰ পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰু, অধ্যাপক শ্ৰী মুকুল পাটগিৰী ছাৰৰ দ্বিতীয়খন নব্য কাব্যপুথি “নীড়মুখী পখীৰ দৰে” কবিতা পুথিখন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় ।

এই ছেগতে আমাৰ ইতিহাস বিভাগ পৰিয়ালৰ তৰফৰ পৰা ছাৰলৈ অশেষ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে কবিতা পুথিখনে সমূহ কবিতাপ্ৰেমী ৰাইজ তথা পঢ়ুৱৈ সমাজৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিব বুলি আমি আশা ৰাখিলোঁ ।

তদুপৰি,আগন্তুক দিনত ছাৰে যাতে এনেকৈয়ে নতুন নতুন গ্ৰন্থ, গ্ৰন্থপ্ৰেমী ৰাইজৰ মাজত উপহাৰ দি যাব পাৰে তাকেই কামনা কৰিলোঁ ।

আজি অনুষ্ঠিত হৈ যোৱা March Past প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আমাৰ ইতিহাস বিভাগৰ দলটোৰ কিছু মূহুৰ্ত....২৪-৪-২০২৪ ইং
24/04/2024

আজি অনুষ্ঠিত হৈ যোৱা March Past প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আমাৰ ইতিহাস বিভাগৰ দলটোৰ কিছু মূহুৰ্ত....

২৪-৪-২০২৪ ইং

আজি বিভাগৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা চৌহদটো পৰিষ্কাৰ কৰা হয় ।
17/03/2024

আজি বিভাগৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা চৌহদটো পৰিষ্কাৰ কৰা হয় ।

আজি আমাৰ বিভাগৰ পঞ্চম ষান্মাসিকৰ শিক্ষাৰ্থী সকলৰ দ্বাৰা বিভাগটো কিছু পৰিষ্কাৰ কৰাৰ লগতে বৃক্ষৰোপন কৰা হয় ।
14/09/2023

আজি আমাৰ বিভাগৰ পঞ্চম ষান্মাসিকৰ শিক্ষাৰ্থী সকলৰ দ্বাৰা বিভাগটো কিছু পৰিষ্কাৰ কৰাৰ লগতে বৃক্ষৰোপন কৰা হয় ।

যোৱা বিশ্ববিদ্যালয় সপ্তাহৰ বঁটা বিতৰণী অনুষ্ঠানৰ কিছু স্মৰণীয় ক্ষণ ❤️
15/08/2023

যোৱা বিশ্ববিদ্যালয় সপ্তাহৰ বঁটা বিতৰণী অনুষ্ঠানৰ কিছু স্মৰণীয় ক্ষণ ❤️

13/06/2023

UG admission notice of Bhattadev University

এটা অধ্যায়ৰ সম্পূৰ্ণৰূপে সামৰণি পৰিল......(1/11/2020–2/6/2023)Batch ( 2020-2023 ) ❤️
08/06/2023

এটা অধ্যায়ৰ সম্পূৰ্ণৰূপে সামৰণি পৰিল......

(1/11/2020–2/6/2023)

Batch ( 2020-2023 ) ❤️

"কোনেনো কাক বিদায় জনাব পাৰেবুকুত খোদিত হ'ল যাৰ সঠিক ঠিকনা"যোৱা ১৯-৫-২০২৩ ইং তাৰিখে অনুষ্ঠিত হোৱা আমাৰ বিভাগৰ "বিদায় সম...
22/05/2023

"কোনেনো কাক বিদায় জনাব পাৰে
বুকুত খোদিত হ'ল যাৰ সঠিক ঠিকনা"

যোৱা ১৯-৫-২০২৩ ইং তাৰিখে অনুষ্ঠিত হোৱা আমাৰ বিভাগৰ "বিদায় সম্ভাষন অনুষ্ঠানৰ" কিছু স্মৰণীয় ক্ষণ ❤️

Farewell
6 th Semester, Batch (2020-2023)

বিদায় বেলাত শেষবাৰৰ বাবে মানাহ সীমান্তত লগে-ভাগে এসাঁজ ❤️6th Semester ( Batch 2020-2023)15-5-2023
17/05/2023

বিদায় বেলাত শেষবাৰৰ বাবে মানাহ সীমান্তত লগে-ভাগে এসাঁজ ❤️

6th Semester ( Batch 2020-2023)

15-5-2023

Address

Pathsala

Website

Alerts

Be the first to know and let us send you an email when Bhattadev University Department of History posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share