Rangia College students' Union 2022-23

Rangia College students' Union 2022-23 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Rangia College students' Union 2022-23, College & University, Rangia.

31/07/2024
27/10/2023
কালাকুছি বৰ-নামঘৰ প্ৰাঙ্গণত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আবিৰ্ভাৱ মহোৎসৱত অনুষ্ঠিত হোৱা কুইজ প্ৰতিযোগিতাত প্ৰথম...
26/10/2023

কালাকুছি বৰ-নামঘৰ প্ৰাঙ্গণত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আবিৰ্ভাৱ মহোৎসৱত অনুষ্ঠিত হোৱা কুইজ প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় আটাইকেইটা পুৰস্কাৰ ৰঙিয়া মহাবিদ্যালয়ে আঁজুৰি আনিবলৈ সক্ষম হয়।
প্ৰথম পুৰস্কাৰ: জ্যোতিস্মিতা দাস (স্নাতক প্ৰথম ষাণ্মাষিক) আৰু ডিম্পী কলিতা (স্নাতক প্ৰথম ষান্মাসিক)
দ্বিতীয় পুৰস্কাৰ: সঞ্জীৱ শইকীয়া (প্ৰাক্তন ছাত্ৰ, ৰঙিয়া মহাবিদ্যালয়) আৰু ডেভিড দাস (স্নাতক পঞ্চম ষাণ্মাষিক)
তৃতীয় পুৰস্কাৰ: অবিনাশ তালুকদাৰ (স্নাতক পঞ্চম ষাণ্মাষিক) আৰু চুমি কলিতা (স্নাতক প্ৰথম ষাণ্মাষিক)

কালাকুছি বৰ-নামঘৰ প্ৰাঙ্গণত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আবিৰ্ভাৱ মহোৎসৱত অনুষ্ঠিত হোৱা ভেশচন প্ৰতিযোগিতাত তৃতী...
26/10/2023

কালাকুছি বৰ-নামঘৰ প্ৰাঙ্গণত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আবিৰ্ভাৱ মহোৎসৱত অনুষ্ঠিত হোৱা ভেশচন প্ৰতিযোগিতাত তৃতীয় পুৰস্কাৰ লাভ কৰে ৰঙিয়া মহাবিদ্যালয়ৰ স্নাতক প্ৰথম ষাণ্মাষিকৰ ছাত্ৰী জ্যোতিস্মিতা দাসে।

Address

Rangia
781354

Telephone

+918453264435

Website

Alerts

Be the first to know and let us send you an email when Rangia College students' Union 2022-23 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share