Sibsagar college students' union 2021-22

Sibsagar college students' union 2021-22 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Sibsagar college students' union 2021-22, College & University, Sibsagar college, Joysagar, Sivasagar.

শিৱসাগৰ কলেজৰ,জয়সাগৰ ( স্বতন্ত্ৰ)ৰ  পোহৰ সন্ধানী সকলো সতীৰ্থবৃন্দ, কলেজ কৰ্তৃপক্ষ, স্থানীয় ৰাইজ সকলোকে মহাৰজত জয়ন্তীৰ সা...
04/11/2022

শিৱসাগৰ কলেজৰ,জয়সাগৰ ( স্বতন্ত্ৰ)ৰ পোহৰ সন্ধানী সকলো সতীৰ্থবৃন্দ, কলেজ কৰ্তৃপক্ষ, স্থানীয় ৰাইজ সকলোকে মহাৰজত জয়ন্তীৰ সামৰণী অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে শিৱসাগৰ কলেজ ছাত্ৰ একতা সভা ২০২১-২২ বৰ্ষৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে শিৱসাগৰ কলেজ ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু কলেজ কৰ্তৃপক্ষ তথা ছাত্র-ছাত্ৰীৰ সহযোগত আৰু আপোনালোক সকলোৰে আশীৰ্বাদত অনুষ্ঠিত হোৱা "গজকেতু উপাখ্যান" নামৰ ভাওনাখনিৰ সফল পৰিসমাপ্তি ঘটোৱাৰ বাবে সকলোকে এই আপাহতে ধন্যবাদ জ্ঞাপন কৰিলোঁ।

ধন্যবাদেৰে,
শিৱসাগৰ কলেজ ছাত্ৰ একতা সভা ২০২১-২২ বর্ষ

ঐতিহ্যমণ্ডিত শিৱসাগৰ কলেজ আমাৰ গৌৰৱ, আমাৰ অহংকাৰ। এই মহান কলেজখনিৰ মহান অনুষ্ঠানটিলৈ আপোনালোকক সাদৰেৰে নিমন্ত্ৰণ জনালোঁ।...
26/10/2022

ঐতিহ্যমণ্ডিত শিৱসাগৰ কলেজ আমাৰ গৌৰৱ, আমাৰ অহংকাৰ। এই মহান কলেজখনিৰ মহান অনুষ্ঠানটিলৈ আপোনালোকক সাদৰেৰে নিমন্ত্ৰণ জনালোঁ। আপোনালোকৰ উপস্থিতিয়ে অনুষ্ঠানটোৰ লগতে কলেজখনিক জীপাল কৰি তুলিব।

ধন্যবাদেৰে,
শিৱসাগৰ কলেজ ছাত্ৰ একতা সভা ২০২১-২২ বৰ্ষ

RULES AND RELATED INFORMATION ABOUT THE CULTURAL RALLEY COMPETITION(Sibsagar College Platinum Jubilee Celebration 2021-2...
21/10/2022

RULES AND RELATED INFORMATION ABOUT THE CULTURAL RALLEY COMPETITION(Sibsagar College Platinum Jubilee Celebration 2021-22)

THANK YOU,
SIBSAGAR COLLEGE STUDENTS' UNION 2021-22

শিৱসাগৰ কলেজ,জয়সাগৰ(স্বায়ত্বশাসিত) ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ অন্তিম দিনৰ সাংস্কৃতিক অনুষ্ঠানৰ মূখ্য আকৰ্ষণ হিচাপ...
20/10/2022

শিৱসাগৰ কলেজ,জয়সাগৰ(স্বায়ত্বশাসিত) ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ অন্তিম দিনৰ সাংস্কৃতিক অনুষ্ঠানৰ মূখ্য আকৰ্ষণ হিচাপে উপস্থিত থাকিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ। আপোনালোকৰ সহায় সহযোগ একান্তই কামনা কৰিলোঁ। আপোনালোকৰ উপস্থিতিয়ে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিব।

ধন্যবাদেৰে
শিৱসাগৰ কলেজ ছাত্ৰ একতা সভা ২০২১-২২ বৰ্ষ

মহাৰজত সমাগত
18/10/2022

মহাৰজত সমাগত

সকলোকে সাদৰেৰে নিমন্ত্ৰণ জনালোঁ। আপোনালোকৰ উপস্থিতিয়ে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিব। ধন্যবাদেৰেশিৱসাগৰ কলেজ ছাত্ৰ এক...
10/10/2022

সকলোকে সাদৰেৰে নিমন্ত্ৰণ জনালোঁ। আপোনালোকৰ উপস্থিতিয়ে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিব।

ধন্যবাদেৰে
শিৱসাগৰ কলেজ ছাত্ৰ একতা সভা ২০২১-২২ বৰ্ষ

আজি ২১/০৯/২০২২ তাৰিখে শিৱসাগৰ কলেজ ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু কলেজ পৰিয়াল বৰ্গৰ সহযোগত "নৱাগত আদৰণী সভা ২০২২" আয়োজন কৰা...
21/09/2022

আজি ২১/০৯/২০২২ তাৰিখে শিৱসাগৰ কলেজ ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু কলেজ পৰিয়াল বৰ্গৰ সহযোগত "নৱাগত আদৰণী সভা ২০২২" আয়োজন কৰা হল । আজিৰ এই সভাখনিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে "শিশু সাহিত্য ন্যাস" ৰ সচিব " শ্ৰীযুত হৃষীকেশ গোস্বামী" ডাঙৰীয়া। তেখেতৰ বহুমূলীয়া সময় আমাৰ ছাত্ৰ-ছাত্ৰীসকলক দিয়াৰ বাবে ছাত্ৰ একতা সভাৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ।লগতে আজিৰ এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ বাবে শিৱসাগৰ কলেজ , জয়সাগৰ( স্ব) ৰ প্ৰতি গৰাকী শিক্ষাগুৰু তথা কলেজ কৰ্তৃপক্ষ আৰু সমূহ ছাত্ৰ-ছাত্ৰীক ছাত্ৰ একতা সভাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। অনাগত দিনত আপোনালোকৰ সহায়- সহযোগিতাই আমাক আগবাঢ়ি যোৱাত সহায় কৰিব তাৰে কামনা কৰিলোঁ।

|| জয়তু শিৱসাগৰ কলেজ , জয়সাগৰ(স্ব)||
|| জয়তু শিৱসাগৰ কলেজ ছাত্ৰ একতা সভা ২০২১-২২ বৰ্ষ ||

ধন্যবাদেৰে,
শিৱসাগৰ কলেজ ছাত্ৰ একতা সভা ২০২১-২২ বৰ্ষ

সকলোকে সাদৰেৰে নিমন্ত্ৰণ জনালোঁ।
19/09/2022

সকলোকে সাদৰেৰে নিমন্ত্ৰণ জনালোঁ।

19/09/2022
আজি ০৫/০৯/২০২২ তাৰিখে শিৱসাগৰ কলেজ ছাত্ৰ একতা সভা ২০২১-২২ বৰ্ষৰ উদ্যোগত আৰু সমূহ ছাত্ৰ-ছাত্ৰীৰ সহযোগত "শিক্ষক দিৱস" উদযা...
05/09/2022

আজি ০৫/০৯/২০২২ তাৰিখে শিৱসাগৰ কলেজ ছাত্ৰ একতা সভা ২০২১-২২ বৰ্ষৰ উদ্যোগত আৰু সমূহ ছাত্ৰ-ছাত্ৰীৰ সহযোগত "শিক্ষক দিৱস" উদযাপন কৰা হয়। ইয়াৰ জৰিয়তে সমূহ শিক্ষাগুৰু সকলক অজস্ৰ সেৱা আৰু শ্ৰদ্ধা জনাইছোঁ।
আপোনালোকে যেন চিৰকাললৈ এনেদৰেই জ্ঞানৰ সুবাস বিলাই যায়। সদৌশেষত আপোনালোক সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।

ধন্যবাদেৰে
শিৱসাগৰ কলেজ ছাত্ৰ একতা সভা ২০২১-২২

আজি ২৭/০৮/২০২২ তাৰিখে শিৱসাগৰ কলেজ ছাত্ৰ একতা সভা ২০২১-২২ বৰ্ষৰ তৰফৰ পৰা মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক মাধৱ চন্দ্ৰ বেজবৰুৱ...
27/08/2022

আজি ২৭/০৮/২০২২ তাৰিখে শিৱসাগৰ কলেজ ছাত্ৰ একতা সভা ২০২১-২২ বৰ্ষৰ তৰফৰ পৰা মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক মাধৱ চন্দ্ৰ বেজবৰুৱা ভৱনৰ মেৰামতি আৰু বহুতো প্ৰয়োজনীয় সামগ্ৰীৰ বাবে স্মাৰক পত্ৰ দাখিল কৰা হয়। অতি সোনকালে অধ্যক্ষ মহোদয়ে অসুবিধা খিনি পূৰণ কৰিম বুলি আশ্বাস দিছে |

ধন্যবাদেৰে
শিৱসাগৰ কলেজ ছাত্ৰ একতা সভা ২০২১-২২ বৰ্ষ

Address

Sibsagar College, Joysagar
Sivasagar
785665

Telephone

+916000959358

Website

Alerts

Be the first to know and let us send you an email when Sibsagar college students' union 2021-22 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share