Aryabhatta Academy, Sivasagar

Directions Contact the university

Aryabhatta Academy, Sivasagar A Co-Educational Senior Secondary School with parallel coaching for all entrance exams. The academy

"Gandhi Jayanti"
02/10/2026

"Gandhi Jayanti"

"Happy Daughter's Day"
27/09/2026

"Happy Daughter's Day"


"ONGC SUPER 30 EXAMINATION AT ARYABHATTA ACADEMY SIVASAGAR "
27/09/2026

"ONGC SUPER 30 EXAMINATION AT ARYABHATTA ACADEMY SIVASAGAR "


জুবিন দা, তুমি নোহোৱা হোৱা নাই, তুমি আমাৰ মাজতেই আছা… ❤️আজি আকৌ আহিল সেই বিষাদভৰা দিনটো।তোমাক হেৰুৱাৰ শূন্যতা আজিও পূৰ ন...
19/09/2026

জুবিন দা, তুমি নোহোৱা হোৱা নাই, তুমি আমাৰ মাজতেই আছা… ❤️
আজি আকৌ আহিল সেই বিষাদভৰা দিনটো।
তোমাক হেৰুৱাৰ শূন্যতা আজিও পূৰ নহ’ল। তোমাৰ কণ্ঠত যি মৰম, যি আৱেগ, যি অসমীয়া মাটিৰ গোন্ধ আছিল—সেইবোৰ আজিও আমাৰ হৃদয়ত জীয়াই আছে।
তুমি কেৱল এজন শিল্পী নাছিলা,
তুমি আছিলা এটা অনুভৱ,
এটা আৱেগ,
এটা প্ৰজন্মৰ সপোন,
আৰু অসমীয়া জাতিৰ হৃদয়ৰ এক অবিচ্ছেদ্য অংশ।
তোমাৰ গান বাজিলে আজিও চকু সেমেকি উঠে,
মনত পৰে তোমাৰ হাঁহি, তোমাৰ সৰলতা, তোমাৰ সেই আপোন কৰি লোৱা কণ্ঠ।
তুমি আঁতৰি গ’লা, কিন্তু তোমাৰ সৃষ্টি, তোমাৰ সুৰ আৰু তোমাৰ স্মৃতি কেতিয়াও আঁতৰি নাযায়।
শ্ৰদ্ধাৰে সুঁৱৰিছোঁ প্ৰিয় শিল্পী🙏।
জুবিন দা, তুমি সদায় আমাৰ হৃদয়ত জীয়াই থাকিবা। ❤️
অন্তহীন শ্ৰদ্ধা আৰু ভালপোৱা।

#জুবিনগাৰ্গ
#শ্ৰদ্ধাঞ্জলি
#অসমৰগৌৰৱ

12/09/2026

"মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ পুণ্য তিৰোভাৱ তিথিত গুৰুজনাৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ "



"ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাদেৱৰ পবিত্ৰ জন্ম শতবাৰ্ষিকীত সশ্ৰদ্ধ সোঁৱৰণ 🙏"
08/09/2026

"ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাদেৱৰ পবিত্ৰ জন্ম শতবাৰ্ষিকীত সশ্ৰদ্ধ সোঁৱৰণ 🙏"



আজিৰ Teacher's Day উদযাপন সফল আৰু স্মৰণীয় কৰি তোলাৰ বাবে তোমালোক সকলোলৈ আমাৰ অন্তৰৰ গভীৰতাৰ পৰা অশেষ ধন্যবাদ। ❤️       ...
05/09/2026

আজিৰ Teacher's Day উদযাপন সফল আৰু স্মৰণীয় কৰি তোলাৰ বাবে তোমালোক সকলোলৈ আমাৰ অন্তৰৰ গভীৰতাৰ পৰা অশেষ ধন্যবাদ। ❤️
তোমালোকৰ মৰম, সন্মান, কঠোৰ পৰিশ্ৰম, সুন্দৰ পৰিকল্পনা আৰু আন্তৰিক প্ৰচেষ্টাই আজিৰ দিনটো আমাৰ বাবে অত্যন্ত বিশেষ কৰি তুলিলে।
তোমালোকৰ মুখৰ হাঁহি, মৰম আৰু স্নেহে এজন শিক্ষক হিচাপে আমাক গৌৰৱান্বিত আৰু আবেগিক কৰি তুলিলে।
তোমালোকক পাই আমি সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছোঁ। 💐
আজিৰ এই সুন্দৰ স্মৃতি সদায় আমাৰ হৃদয়ত থাকিব। তোমালোকৰ মৰম আৰু সন্মানৰ বাবে পুনৰবাৰ আন্তৰিক ধন্যবাদ। 🙏❤️
সদায় এনেকৈ হাঁহিমুখে থাকিবা, সপোন দেখিবা আৰু জীৱনত ভাল মানুহ হ'বলৈ চেষ্টা কৰিবা।
🌹 আমাৰ মৰম আৰু আশীৰ্বাদ সদায় তোমালোকৰ লগত আছে। 🌹


05/09/2026

Address

M. G Road MELACHAKAR, SIVASAGAR
Sivasagar
785640

Website

Alerts

Be the first to know and let us send you an email when Aryabhatta Academy, Sivasagar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to Aryabhatta Academy, Sivasagar:

Shortcuts

Share