Assamese department L. G. B Girls' College

Assamese department L. G. B Girls' College লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়, অসমীয়া বিভাগ

14/07/2023

Your hard work and Preservance have paid off.
Congratulations 🎉🎉🎉🎉🎉
Gauhati University
L. G. B. Girls' College
B. A final result 2023 , Department of Assamese
Name 6th sem result Final CGPA
1.Afsana Khatun 5.50 6.54
2.Simpi Sharmah 8.00 7.47
3.Dikshhita Borah 7.00 7.25
4.Himarsri Saikia 6.25 6.66
5.Dipa Sonar 7.75 7.43
6.Aparajita 6.25 6.42
7.Parbin Sultana 7.00 6.72
8.Sangita Baruah 7.00 7.15
9.Pratiksha Borah 5.00 6.11
10.Bhagyashree Das 6.75 6.74
11.Dhritishmita Baruah 7.25 7.05
12.Chinmoyee Borah 6.50 6.86
13.Ruksana Begum 6.50 6.89
14.Sita Sahu 6.75 6.59
15.Urmila khatun 5.00 5.97

বিভাগৰ স্বৰ্ণলিপি  😍😍😍 ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি একেৰাহে ৩বাৰ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হোৱা আমাৰ বিভাগীয় প্ৰাচীৰ পত...
21/06/2023

বিভাগৰ স্বৰ্ণলিপি 😍😍😍
ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি একেৰাহে ৩বাৰ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হোৱা আমাৰ বিভাগীয় প্ৰাচীৰ পত্রিকা :এইবাৰ আমাৰ বিষয় - আমাৰ মহাবিদ্যালয় 😍😍

বিশ্ব ৰেকৰ্ড বিহুনাচ অনুষ্ঠানত আমাৰ মহাবিদ্যালয়ৰ আমাৰ অসমীয়া বিভাগৰ ছাত্রী সকলে অংশগ্রহণ কৰাৰ সুবিধা লাভ কৰি আমাৰ মহাব...
03/05/2023

বিশ্ব ৰেকৰ্ড বিহুনাচ অনুষ্ঠানত আমাৰ মহাবিদ্যালয়ৰ আমাৰ অসমীয়া বিভাগৰ ছাত্রী সকলে অংশগ্রহণ কৰাৰ সুবিধা লাভ কৰি আমাৰ মহাবিদ্যালয়ৰ লগতে অসমীয়া বিভাগটোক গৌৰবান্বিত কৰি তুলিছে।
আজি সেই উপলক্ষে বিভাগৰ তৰফৰ পৰা ছাত্রী কেইগৰাকীক সৰুকৈ সম্বন্ধনা জনোৱাৰ অনুষ্ঠান এটিৰ আয়োজন কৰা হয়। তেওঁলোকৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো। ভবিষ্যতে আৰু এনেদৰে সুনাম অৰ্জন কৰি যোৱা

বিভাগীৰ ছেমিনাৰ
28/04/2023

বিভাগীৰ ছেমিনাৰ

২০২১-২০২৩ বৰ্ষৰ ছাত্রী সকলৰ আনুষ্ঠানিক বিদায় সভা
28/04/2023

২০২১-২০২৩ বৰ্ষৰ ছাত্রী সকলৰ আনুষ্ঠানিক বিদায় সভা

মহাবিদ্যালয় সপ্তাহ উপলক্ষে
10/02/2023

মহাবিদ্যালয় সপ্তাহ উপলক্ষে

অলপ ব্যতিক্রম হ'ল  এইবাৰ বিভাগীয় আদৰণি সভাখন .. কিন্তু পঞ্চম আৰু তৃতীয় ষান্মাসিকৰ ছাত্রী সকলে সৰুকৈ হ'লেও আনুষ্ঠানিকতা ...
02/10/2022

অলপ ব্যতিক্রম হ'ল এইবাৰ বিভাগীয় আদৰণি সভাখন .. কিন্তু পঞ্চম আৰু তৃতীয় ষান্মাসিকৰ ছাত্রী সকলে সৰুকৈ হ'লেও আনুষ্ঠানিকতা ৰক্ষা কৰিলে। আদৰণি সভা নকৈ চা-চিনাকীৰ পৰ্ব বুলি ক'ব পাৰো।
এজাক এজাৰবুলীয়া সপোনৰ মাজত 🧡🧡

এইবেলিৰ প্ৰাচীৰ পত্ৰিকা খন  ১ম পুৰস্কাৰ প্ৰাপ্ত
02/10/2022

এইবেলিৰ প্ৰাচীৰ পত্ৰিকা খন
১ম পুৰস্কাৰ প্ৰাপ্ত

05/09/2022
শিক্ষক দিৱস উপলক্ষে ০৫.০৯ . ২০২২
05/09/2022

শিক্ষক দিৱস উপলক্ষে
০৫.০৯ . ২০২২

2019-2022 বৰ্ষৰ ষষ্ঠ ষান্মাসিকৰ বিদায়ী ছাত্রী সকলে বিভাগলৈ আগবঢ়োৱা মৰমৰ টোপোলা লোৱাৰ মূহুর্ত । ছাত্রী সকললৈ ধন্যবাদ ইম...
25/06/2022

2019-2022 বৰ্ষৰ ষষ্ঠ ষান্মাসিকৰ বিদায়ী ছাত্রী সকলে বিভাগলৈ আগবঢ়োৱা মৰমৰ টোপোলা লোৱাৰ মূহুর্ত ।
ছাত্রী সকললৈ ধন্যবাদ ইমান ধুনীয়া কেইপদমান সামগ্রী বিভাগলৈ বুলি আগবঢ়োৱা বাবে

Address

Tezpur

Website

Alerts

Be the first to know and let us send you an email when Assamese department L. G. B Girls' College posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share