AAMSU Tyagbir Hem Baruah College Unit, Jamugurihat

AAMSU Tyagbir Hem Baruah College Unit, Jamugurihat জয় আই অসম ।
সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন ( আমছু) নৱ নিৰ্বাচিত সভাপতি, তেজপুৰৰ সুযোগ্য সন্তান ইমতিয়াজ হুছেইন ডাঙৰীয়াক আন্তৰিক অভ...
31/12/2025

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন ( আমছু) নৱ নিৰ্বাচিত সভাপতি, তেজপুৰৰ সুযোগ্য সন্তান ইমতিয়াজ হুছেইন ডাঙৰীয়াক আন্তৰিক অভিনন্দন জনালো ।

শুভ জন্মদিন ড° এ. পি. জে. আব্দুল কালাম!আপোনাৰ দৰে মহান বিজ্ঞানী আৰু ৰাষ্ট্ৰনায়ক জনম লোৱা প্ৰতিটো দিন আমাৰ বাবে গৌৰৱৰ।আপ...
15/10/2025

শুভ জন্মদিন ড° এ. পি. জে. আব্দুল কালাম!
আপোনাৰ দৰে মহান বিজ্ঞানী আৰু ৰাষ্ট্ৰনায়ক জনম লোৱা প্ৰতিটো দিন আমাৰ বাবে গৌৰৱৰ।
আপোনাৰ আদৰ্শ আৰু চিন্তাধাৰাই যুগে যুগে নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।
আপোনাৰ স্মৃতি আমাৰ হৃদয়ত সদায় অম্লান হৈ থাকিব।"

মহান শিল্পী ড° ভূপেন হাজৰিকাদেৱৰ ১০০ সংখ্যক জন্ম শতবাৰ্ষিকীত তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছো।
08/09/2025

মহান শিল্পী ড° ভূপেন হাজৰিকাদেৱৰ ১০০ সংখ্যক জন্ম শতবাৰ্ষিকীত তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছো।

14/08/2025

সকলোলৈকে 79 তম স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো‌ 🇮🇳✊❤️

এই দিৱস আমাৰ জাতীয় জীৱনৰ এক অবিচ্ছেদ্য অংগ। আমি সৌভাগ্যৱান যে আমি স্বাধীন দেশত জন্মগ্ৰহণ কৰিছো।‌
১৯৪৭ চনৰ আজিৰ দিনটোতে ২০০ বছৰ ব্ৰিটিছ শাসনৰ অন্তত ভাৰতে স্বাধীনতা লাভ কৰিছিল। দেশৰ স্বাধীনতাৰ স্বাৰ্থত নিজৰ প্ৰাণ আহুতি দিয়া প্ৰত্যেক গৰাকী বীৰ শ্বহীদক শ্ৰদ্ধাৰে সুঁৱৰিছো 🙏

জয় হিন্দ........বন্দেমাতৰম ✊🇮🇳

একেৰাহে তৃতীয় বাৰৰ বাবে আমছুৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা সন্মানীয় ৰেজাউল কৰিম সৰকাৰ ডাঙৰীয়াক সংগ্ৰামী অভিন্দন ও শুভেচ...
24/12/2024

একেৰাহে তৃতীয় বাৰৰ বাবে আমছুৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা সন্মানীয় ৰেজাউল কৰিম সৰকাৰ ডাঙৰীয়াক সংগ্ৰামী অভিন্দন ও শুভেচ্ছা জ্ঞাপন কৰিলো।
লগতে কাৰ্যকৰী সভাপতি ইমতিয়াজ হুছেইন ডাঙৰীয়া। উপদেষ্টা আইনউদ্দিন আহমেদ ডাঙৰীয়া, সাধাৰণ সম্পাদকদ্বয় মিন্নাতুল ইছলাম ডাঙৰীয়া , কুদ্দুচ আলী সৰকাৰ ডাঙৰীয়াক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
Rejaul Karim Sarkar , President of AAMSU
Ainuddin Ahmed
Adv Imtiaz Hussain
Minnatul Islam, General Secretary AAMSU
Kuddus Ali Sarkar
AAMSU Official

১৯৭২ চনত ছৈখোৱা অঞ্চলৰ সমাজকৰ্মী ভীমকান্ত বুঢ়াগোহাঁইয়ে ২ ডিচেম্বৰ দিনটো চ্যুকাফা দিৱস ৰূপে পালন কৰিবলৈ আগ্ৰহী হৈ শদিয়...
02/12/2024

১৯৭২ চনত ছৈখোৱা অঞ্চলৰ সমাজকৰ্মী ভীমকান্ত বুঢ়াগোহাঁইয়ে ২ ডিচেম্বৰ দিনটো চ্যুকাফা দিৱস ৰূপে পালন কৰিবলৈ আগ্ৰহী হৈ শদিয়াৰ মৌজাদাৰ আৰু শদিয়া আঞ্চলিক ছাত্ৰসন্থাৰ সৈতে আলোচনা আৰম্ভ কৰে। সকলোৰে মতামত লাভ কৰি, তেওঁ শদিয়াৰ পাটিদৈ নগাঁৱৰ ৰাজগড় প্ৰথমিক বিদ্যালয়ত প্ৰথমবাৰৰ বাবে এই দিৱস উদযাপনৰ পৰিকল্পনা কৰে। ১৯৭৩ চনত একে ঠাইত ক্ষুদ্ৰ আকাৰত চ্যুকাফা দিৱস পালন কৰা হয়, কিন্তু ১৯৭৪ চনত এই দিৱস বৃহৎ পৰিসৰত আৰু আকৰ্ষণীয়ভাৱে উদযাপন কৰা হয়।

"দেশতকৈ মোমাই ডাঙৰ নহয়"শৌর্য-বীৰ্যৰ সুৱগা নিদর্শন, দেশপ্ৰেমৰ অমোঘ আদর্শ, গৰিমাময় ইতিহাসৰ জাগ্রত প্রতীক - লাচিত বৰফুকন।।...
24/11/2024

"দেশতকৈ মোমাই ডাঙৰ নহয়"

শৌর্য-বীৰ্যৰ সুৱগা নিদর্শন, দেশপ্ৰেমৰ অমোঘ আদর্শ, গৰিমাময় ইতিহাসৰ জাগ্রত প্রতীক - লাচিত বৰফুকন।।। "লাচিত দিৱস"ৰ পৱিত্ৰ ক্ষণত মহান যোদ্ধাগৰাকীলৈ সশ্রদ্ধ প্রণাম জনাইছোঁ।

ড° ভূপেন হাজৰিকাৰ‌ মৃত্যু বাৰ্ষিকীত তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।
05/11/2024

ড° ভূপেন হাজৰিকাৰ‌ মৃত্যু বাৰ্ষিকীত তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।

 🇮🇳❤️সকলোকে ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জনালোঁ।💫💐🌼আজিৰ দিনটোত বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশৰ  ...
26/01/2024

🇮🇳❤️

সকলোকে ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জনালোঁ।💫💐🌼

আজিৰ দিনটোত বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশৰ সংবিধান কাৰ্যক্ষম কৰি তোলাত যিসকল মহান দেশপ্ৰেমীকৰ কষ্ট আৰু ত্যাগ জড়িত হৈ আছে তেখেতসকললৈ শ্ৰদ্ধা নিবেদিছোঁ।
লগতে দেশৰ বাবে সৰ্বোচ্চ বলিদান দিয়া মহান সংগ্ৰামী সকলৰ দেশ প্ৰেমক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।✨🇮🇳🙌

পুণ্য অসমভূমিৰ মহান বীৰযোদ্ধা আহোম সেনাপতি লাচিত বৰফুকনলৈ পৱিত্ৰ জয়ন্তীত যাচিলোঁ সশ্রদ্ধ প্রণিপাত...
24/11/2023

পুণ্য অসমভূমিৰ মহান বীৰযোদ্ধা আহোম সেনাপতি লাচিত বৰফুকনলৈ পৱিত্ৰ জয়ন্তীত যাচিলোঁ সশ্রদ্ধ প্রণিপাত...

Happy Kati Bihu 2023
18/10/2023

Happy Kati Bihu 2023

15/10/2023

Address

Jamugurihat. Sonitpur Assam .
Tezpur
784180

Website

Alerts

Be the first to know and let us send you an email when AAMSU Tyagbir Hem Baruah College Unit, Jamugurihat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share