20/05/2020
***Welcome to North East's Mega Online Bihu Competition**
Total Prize pool Rs ১০০০০/
প্ৰতিযোগী নং : 00504066
নাম: Mahanta
ঠিকনা - Biswanath
অভিভাৱকৰ নাম:
শিতান: A
Update পাবলৈ পেজটো Follow কৰক।
প্ৰতিযোগীসকলে ফেচবুক পেজটো লাইক কৰাটো বাধ্যতামূলক।
Theme : বিহু।
প্ৰতিযোগিতাৰ নিয়মাৱলীসমূহ:
১/ প্ৰতিযোগীসকলে প্ৰেৰণ কৰা ফটো নাইবা ভিডিঅ' সমূহ সম্পূৰ্ণ বিহুৰ সাজত হ'ব লাগিব।
২/ ফটো নাইবা ভিডিঅ' সমূহ ২৫ মে' ২০২০ ৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব।
৩/ ফটো বা ভিডিঅ' সমূহৰ লগত নিজৰ সম্পূৰ্ণ নাম ,ঠিকনা ,অভিভাৱকৰ নাম আৰু বয়স লিখি পঠিয়াব লাগিব। বয়স আৰু ফোন নং সম্পূর্ণ গোপনে ৰখা হব।
৪/ ফটো নাইবা ভিডিঅ' সমূহ ফেচবুক পেজৰ লাইক / কমেন্ট / শ্বেয়াৰ আৰু বিচাৰকৰ নম্বৰৰ ভিত্তিত নিৰ্বাচন কৰা হ'ব।
1 Like: 1 Points
1 Comment : 2 Points ( From 1 Account)
1 Share : 5 Points (From 1 Account)
*** প্রতিযোগীৰ শিতান-
শিতান A : ১২ বছৰ বয়সলৈকে ৷
শিতান B : ১৩ বছৰ বয়স বা উৰ্দ্ধৰ ৷
****প্ৰতিযোগীতাত অংশগ্ৰহণৰ বাবে ফটো নাইবা ভিডিঅ' সমূহ #9101495089 or 8638333788(যিকোনো এটাতহে)নম্বৰত হোৱাটছ আপ যোগে প্ৰেৰণ কৰিব।***
বি.দ্ৰ.-প্ৰতিযোগিতাৰ লভ্যাংশ অসম আৰোগ্য নিধিৰ জৰিয়তে ক'ৰোণাৰ বিৰুদ্ধে যুদ্ধত ব্যৱহাৰ কৰা হ'ব।
প্ৰতিযোগীৰ সন্মতি অবিহনে ফ'টো/ভিডিঅ' প্ৰেৰণ নকৰিব।
Registration Fee is Applicable
* Rights Reserved by North Eastern Entrepreneurship Development Society* #